Desh Today
9.7K posts


🔴কামপুৰত পকেট মাৰৰ বিলৈ 🔴ৰেল ষ্টেচনত পকেট মাৰক খেদি খেদি ধৰিলে ৰাইজে 🔴পুখুৰীত জা/প দি পলায়নৰ চেষ্টা চোৰৰ
#theft #pickpocketer #kampur #deshtodayaxom
বাংলা

✍️তুংগত উঠিছে হাতী-মানুহৰ সং/ঘা/ত ✍️আ/মচা/ঙৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ তা/ণ্ডৱ ✍️আমচিং যোৰাবাট পথত অৱস্থান কৰি চলাইছে স/ন্ত্ৰা/স
#elephant #newsreels #videoupdate #deshtodayaxom
বাংলা

নগৰবেৰাত এখন জৰাজীৰ্ণ বাঁহৰ দলঙৰ ওপৰতে নিৰ্ভৰ কৰিছে ১০ গাঁৱৰ যাতায়াত ব্যৱস্থা। বাঁহৰ দলঙখনেৰে পাৰ হ’লে ভৰিব লাগে ভাড়া।
#bamboobridge #fees #assam #deshtodayaxom
বাংলা

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিশেষ সন্মান ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
#sanjuktadutta #deshtodayaxom


বাংলা















