
🔹ট্ৰাম্পৰ যুদ্ধ নীতিৰ বিৰোধিতা কৰি প্ৰায় ৯০ লাখ লোকৰ বিশাল প্ৰতিবাদ
🔹ডেম’ক্ৰেট আৰু একাংশ ৰিপাব্লিকানৰ নেতৃত্বত হোৱা এই প্ৰতিবাদত যুদ্ধক বিৰোধিতা কৰিছে
🔹নিউয়ৰ্ক আৰু ৱাশ্বিংটনৰ দৰে মুখ্য চহৰতো হোৱা এই বিক্ষোভ দেখা গৈছে
#america #DonaldTrump #protest #war
বাংলা
















