Assam Legislative Assembly
876 posts

Assam Legislative Assembly
@AssamAssembly
The Assam Legislative Assembly is the unicameral legislature of the Indian state of Assam. Biswajit Daimary is the current speaker of ALA.
Beigetreten Kasım 2021
172 Folgt940 Follower

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অঙ্গীকাৰ কৰোঁ আহক যে দৈনিক যোগাভ্যাসৰ জৰিয়তে নিজৰ দেহ-মনক সুস্থ আৰু সমৃদ্ধ ৰাখোঁ।
#YogaDay2025

বাংলা

১৯৫০ চনত শ্ৰীলংকাত অনুষ্ঠিত প্ৰথম বিশ্ব বৌদ্ধ ফেল'শ্বিপ সন্মিলনত বেশক বা বুদ্ধ পূৰ্ণিমাক বুদ্ধৰ জন্মদিন হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ২০০০ চনত ৰাষ্ট্ৰসংঘই নিউয়ৰ্কত অৱস্থিত ইয়াৰ মুখ্য কাৰ্যালয়ত আন্তৰ্জাতিক ভিত্তিত বুদ্ধ পূৰ্ণিমা অনুষ্ঠিত কৰে।
.
.
#BuddhaPurnima

বাংলা

মাতৃয়ে মাত্ৰ নিজৰ সন্তানকে যোগ্য কৰি তোলাত অৰিহণা নোযোগাই, এখন সমাজকো এজন যোগ্য নাগৰিক আগবঢ়াই দিয়ে। যিজনে হয়টো এদিন আমাৰ সমাজখন বিশ্বদৰবাৰত চিহ্নিত কৰাত সহায় কৰে।
.
.
#AssamAssembly #mothersday

বাংলা

They will be warmly welcomed by the Hon'ble Chief Minister of Assam, Dr Himanta Biswa Sarma, and the Speaker of the Assam Legislative Assembly, Shri Biswajit Daimary.
.
.
#AssamAssembly #NukagaFukushiro #Japan #India #Assam
English




























