TheCrosscurrent.in

12.5K posts

TheCrosscurrent.in banner
TheCrosscurrent.in

TheCrosscurrent.in

@Crosscurrent_in

To reveal, To inform. To move forward boldly and fearlessly.

Guwahati, India 参加日 Mart 2019
0 フォロー中1.9K フォロワー
TheCrosscurrent.in
TheCrosscurrent.in@Crosscurrent_in·
জুবিন গাৰ্গবিহীন ব’হাগ। দৰ্শকে শুনিবলৈ নাপাব হৃদয়স্পৰ্শী গীত। দৰ্শকে বৰকৈ অনুভৱ কৰিব হাৰ্টথ্ৰ’ৱৰ অভাৱ
বাংলা
0
0
0
70
TheCrosscurrent.in
TheCrosscurrent.in@Crosscurrent_in·
অৱশেষত মুখ্যমন্ত্ৰী পালে BJP এ । কিন্তু কিমান দিনলৈ ? কিমান সুখী পল্টুৰাম ? নিজৰ দল 'নিঃশেষ' কৰি কিমান দিন ধৈৰ্য ধৰিব পল্টুৰামে?
বাংলা
0
0
2
134
TheCrosscurrent.in
TheCrosscurrent.in@Crosscurrent_in·
কৰ্মচাৰী শ্ৰমিকৰ প্ৰতিবাদে কঁপাইছে যোগীৰ ৰাজ্য। শ্ৰমিক বঞ্চিত উচিত বেতনৰ পৰা। ব্যৰ্থতা লুকুৱাবলৈ ষড়যন্ত্ৰৰ আখ্যা যোগী আদিত্যনাথৰ।
বাংলা
0
0
1
125
TheCrosscurrent.in
TheCrosscurrent.in@Crosscurrent_in·
বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ নীতিশ কুমাৰৰ। লোকভৱনত ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল ছৈয়দ এতা হাছনাইনক পদত্যাগ পত্ৰ প্ৰদান।
TheCrosscurrent.in tweet mediaTheCrosscurrent.in tweet mediaTheCrosscurrent.in tweet mediaTheCrosscurrent.in tweet media
বাংলা
0
0
2
309
TheCrosscurrent.in
TheCrosscurrent.in@Crosscurrent_in·
বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি আইনৰ ৰোষত মুখ্যমন্ত্ৰী! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ কুংকিৰ মাতৃৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগে ল'ব নে কিবা ব্যৱস্থা?
বাংলা
2
6
30
1.3K
TheCrosscurrent.in
TheCrosscurrent.in@Crosscurrent_in·
নীৰৱ সোঁত নে নীৰৱ ভোট! গণিত মিলা নাই শাসক-বিৰোধীৰ। নীৰৱে ভোটাৰে গঢ়িলে অভিলেখ। পৰিৱৰ্তনৰ সংকেত নে বিহাৰৰ পুনৰাবৃত্তি?
বাংলা
0
1
10
357
TheCrosscurrent.in
TheCrosscurrent.in@Crosscurrent_in·
পহিলা ব'হাগত 'নিজৰ দিন' পালন কৰিব অসম সাহিত্য সভাই। পাঁচ হাজাৰ জ্যেষ্ঠ ব্যক্তিৰ ঘৰলৈ গৈ থুৰীয়া তামোল দি সেৱা কৰিব সাহিত্য সভাৰ কৰ্মীয়ে।
TheCrosscurrent.in tweet media
বাংলা
0
0
6
90
TheCrosscurrent.in
TheCrosscurrent.in@Crosscurrent_in·
ৰাজ্যত সলনি হোৱা নাই ভোটদানৰ হাৰ। স্পষ্ট কৰিলে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে।
TheCrosscurrent.in tweet media
বাংলা
1
0
6
423
TheCrosscurrent.in
TheCrosscurrent.in@Crosscurrent_in·
‘আশা টাই’ আৰু নাই...ভগ্নী লতা মংগেশকাৰৰ কাষত জিৰণি ল’বলৈ গ’ল আশা ভোছলে। ‘আশা-পাঞ্চম’ৰ সাধুকথাৰ দৰে ভালপোৱাও আজিৰ পৰা হৈ ৰ’ব মাথোঁ এটি স্মৃতি। ‘এই ধুনীয়া গধূলি লগন’ বিষাদময় কৰি উভতি নহাৰ বাটেৰে গুছি গ’ল আশা ভোছলে।
বাংলা
0
0
0
127
TheCrosscurrent.in
TheCrosscurrent.in@Crosscurrent_in·
হিৰ’ হ’ব খোজা পাকিস্তান হ’লগৈ জিৰ’! মহাশক্তিশালী ট্ৰাম্পক বুঢ়া আঙুলি দেখুৱালে ইৰাণে! আমেৰিকাৰ এটা চৰ্তয়ো নামানিলে ইৰাণে। ২১ ঘণ্টীয়া আলোচনাৰ চৰম বিফলতা।
বাংলা
0
0
1
77