rider

77.7K posts

rider

rider

@rid__er

가입일 Haziran 2017
0 팔로잉93.8K 팔로워
rider
rider@rid__er·
হঠাৎ চিৰাঙত প্ৰচণ্ড ধুমুহাত বাগৰি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ।ধুমুহাৰ ফলত ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা।
বাংলা
1
0
1
1.6K
rider
rider@rid__er·
মাজুলীৰ ভোগপুৰ সত্ৰৰ চৌহদত দক্ষিণহাটী মাটিৰ তলৰ পৰা বৃহৎ সংখ্যক কড়ি উদ্ধাৰ।
বাংলা
0
0
1
1.4K
rider
rider@rid__er·
ডিব্ৰুগড়ৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম মধ‍্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উত্তাল প্ৰতিবাদ।
বাংলা
0
0
1
823
rider
rider@rid__er·
কামৰূপৰ দামপুৰ আমডলাত অংগনবাড়ী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। কেন্দ্ৰটোৰ কৰ্মী আৰু সহায়িকাৰ বিৰুদ্ধে মইমতালি কৰাৰ অভিযোগ ৰাইজৰ।
বাংলা
0
0
1
732
rider
rider@rid__er·
গোৱালপাৰাত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উত্তাল প্ৰতিবাদ ঘেৰাও কৰিলে গোৱালপাৰা শিক্ষা বিষয়া কাৰ্যালয়ৰ চৌহদ
বাংলা
0
0
0
503
rider
rider@rid__er·
বিলাসীপাৰাত মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মচাৰীৰ প্ৰতিবাদ । বিলাসীপাৰা শিক্ষা খণ্ড বিষয়া কাৰ্য্যলয় ঘেৰাও কৰি ৰান্ধনীৰ প্ৰতিবাদ
বাংলা
0
0
1
331
rider
rider@rid__er·
চোৰৰ নতুন কৌশল, এই ভিডিঅ'টো চালে বুজি উঠিব সকলো...
বাংলা
0
0
0
424
rider
rider@rid__er·
গোলাঘাটত ৰন্ধন কৰ্মীৰ উত্তাল প্ৰতিবাদ। হৰিনাম গাই সাব্যস্ত প্ৰতিবাদ ৰন্ধন কৰ্মীৰ...
বাংলা
0
0
1
268
rider
rider@rid__er·
নলবাৰীৰ পাগলদিয়াৰ নৈৰ উৰ্বৰা কৃষিভূমিত ৰঙালাও খেতি স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন দেখুৱাইছে জ্যোতি কৃষক সংঘই।
বাংলা
0
0
1
261
rider
rider@rid__er·
পোহৰৰ উৎসৱ দীপাৱলী সমাগত। চাকি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল। এই দৃশ্য বঙাইগাঁৱৰ অভয়াপুৰী পালপাৰাৰ।
বাংলা
0
0
2
262
rider
rider@rid__er·
ভাৰতীয় নৌ-বাহিনীৰ বাবে নিৰ্বাচিত কলিয়াবৰ মহাবিদ্যালয়ৰ অংকিতা দেৱী। এগৰাকী অগ্নিবীৰ হিচাবে যোগদান কৰিব অংকিতা দেৱীয়ে।
বাংলা
0
0
1
307
rider
rider@rid__er·
হাতত মাত্ৰ তিনিদিন। এতিয়াই আবেদন কৰক।
বাংলা
0
0
1
462
rider
rider@rid__er·
নাৰায়ণপুৰত আনন্দ-ফুৰ্তিৰে মাছ মৰাত ব্যস্ত এদল দেউৰী জনগোষ্ঠীৰ পুৰুষ-মহিলা...
বাংলা
0
0
0
228
rider
rider@rid__er·
নতুন উৰণীয়া সেতুৰ ওপৰত লাইট নজ্বলে। এই দৃশ্য নীলাচল উৰণ সেতুৰ
বাংলা
0
0
0
193
rider
rider@rid__er·
ভয়ংকৰ অঘটনৰ ৰক্ষা পৰে মহানগৰবাসী। হঠাৎ খহি পৰে খানাপাৰাস্থিত ফুট ব্ৰীজৰ কিছু অংশ। কথমপি ৰক্ষা পৰে অহা-যোৱা কৰি থকা যাত্ৰীসকল।
বাংলা
0
4
13
2.5K
rider
rider@rid__er·
'এখন ধুনীয়া অসমীয়া চিনেমা হ'বলৈ গৈ আছে 'ঝংকাৰ'। ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব অভিনেতা ৰাগ ঐনিতমক।
বাংলা
0
0
1
205
rider
rider@rid__er·
মানিকপুৰ আৰক্ষীক চেলেঞ্জ দি জুৱাৰ মেলা। কেমেৰা দেখি পলাল জুৱাৰীৰ দল।
বাংলা
0
0
3
352
rider
rider@rid__er·
চতিয়াত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ অভিনৱ প্ৰতিবাদ
বাংলা
0
0
1
470
rider
rider@rid__er·
বৰঝাৰ বিমানবন্দৰত ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুক উষ্ম আদৰণি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
বাংলা
0
0
1
503
rider
rider@rid__er·
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত ভূটানৰ ৰজা জিগমে খেৰচে নামগ্যাল ৱাংচুক
বাংলা
0
0
1
595