
অসমৰ পলাশবাৰীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোট দি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত গঢ়িবলৈ সাজু হৈছে। কংগ্ৰেছৰ শাসনকালত পলাশবাৰীৰ ন্যূনতম আন্তঃগাঁথনিৰো অভাৱ আছিল। কিন্তু বিজেপি চৰকাৰে সেই যুগৰ অন্ত পেলাই পলাশবাৰীক শিক্ষা আৰু সুযোগৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে।
পলাশবাৰীত আয়োজিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি সমবেত ৰাইজক সম্বোধন কৰোঁ।
#DoubleEngineInAssam




বাংলা



























