Abu Hasan Ansary
5 posts


গধূলি আহিল তৰা জিলিকিল...
অভয়াপুৰীৰ যোগেন্দ্ৰ নাৰয়ণ সোঁৱৰণী ছোৱালী হাইস্কুলৰ শিক্ষক শ্ৰীমৰমজ্যোতি দাসে প্ৰতি শনিবাৰে এইদৰে ছাত্ৰীসকলৰ মাজত সংগীত চৰ্চাৰ এটি পৰিৱেশ সৃষ্টি কৰাটো প্ৰশংসনীয়। অসমৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী বিদ্যালয়ত বিভিন্ন ক্ষেত্ৰত প্ৰতিভাৱান এনে বহু শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী আছে। তেওঁলোকেও নিজ নিজ ৰুচি অনুসৰি ক্ৰীড়া, সংগীত আদি চৰ্চা কৰিব পাৰে।
বাংলা

@ranojpeguassam @himantabiswa Sir, Please Just announce the HS results date. Every morning we have to check the official website even before brushing our teeth. Its now becoming a headache and every HS student knows that the CHEMISTRY paper was LEACKED before the exam.......
😩🫥
English

Assam Higher Secondary Education Council (AHSEC) has NOTIFIED to introduce BODO as a medium of instruction for HS Arts course from 2023-24.
Institutions willing to offer Bodo medium of instruction to students are required to intimate AHSEC immediately.
@himantabiswa
@PramodBoroBTR

English

