জুবিন গাৰ্গক কেতিয়াবা লগ পাওক বা নাপাওক, জুবিন গাৰ্গক ব্যক্তিগতভাৱে চিনি পাওক বা নাপাওক, জুবিন গাৰ্গৰ সৈতে তেওঁৰ জীৱন কালত একেলগে উঠা এখন ফটো থাকক বা নাথাকক; কিন্তু অসমত ‘জুবিন গাৰ্গ ষ্ট’ৰী’ এটা সকলোৰে আছে ক’বলৈ।
Larger then life Zubeen Garg!
#JusticeForZubeenGarg
#WATCH | Guwahati, Assam | AASU President Utpal Sarma says, "... Bihu is like a lifeline to the people of Assam. On this auspicious day, we would like to extend our greetings and well wishes to all the indigenous people of Assam...and also seek the blessing of the people of Assam so that we can continue to fight for the improvement of the Assamese lifeline."