All Assam Students' Union- AASU
140 posts

All Assam Students' Union- AASU
@AASUAssam
Official Account of All Assam Students’ Union ||জয় আই অসম||
Katılım Ocak 2024
3 Takip Edilen747 Takipçiler

আজি মহামান্য উচ্চতম ন্যায়ালয়ৰ চৌহদত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (CAA 2019) আৰু নাগৰিকত্ব সংশোধনী নিয়ম সম্পৰ্কীয় গোচৰৰ শুনানিৰ বাবে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব ।
ছাত্ৰ সন্থাৰ স্পষ্ট মত - অসমক ‘কা’ৰ আওঁতাৰ বাহিৰত ৰাখিবই লাগিব।
#NoCAA

বাংলা



























