
দেৰগাঁওত আম আদমী পার্টীৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে৷শক্তিশালী প্ৰাৰ্থী হিচাপে সবোত্রে চৰ্চা চলিছে পুলিন গগৈৰ নাম৷ সকলো স্তৰৰ লোকে বিচাৰিছে এক ন-পৰিবৰ্তন সেয়েহে সকলোতে এতিয়া আম আদমীৰেই জয়গান
#অসমতোকেজৰিৱাল ,
#assamelection2026 #AamAadmiParty #highlight #assamelection


বাংলা

































