AAP Assam

12.2K posts

AAP Assam banner
AAP Assam

AAP Assam

@AAP4Assam

Official Account of Aam Aadmi Party, Assam.‌ স্বৰাজ আমাৰ লক্ষ্য, ৰাইজ আমাৰ শক্তি🙏🏼 জয় আই অসম । जय हिंद 🇮🇳

Assam, India Katılım Kasım 2015
19 Takip Edilen8.8K Takipçiler
AAP Assam
AAP Assam@AAP4Assam·
দেৰগাঁওত আম আদমী পার্টীৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে৷শক্তিশালী প্ৰাৰ্থী হিচাপে সবোত্রে চৰ্চা চলিছে পুলিন গগৈৰ নাম৷ সকলো স্তৰৰ লোকে বিচাৰিছে এক ন-পৰিবৰ্তন সেয়েহে সকলোতে এতিয়া আম আদমীৰেই জয়গান #অসমতোকেজৰিৱাল , #assamelection2026 #AamAadmiParty #highlight #assamelection
AAP Assam tweet mediaAAP Assam tweet media
বাংলা
0
0
0
24
AAP Assam
AAP Assam@AAP4Assam·
পূৱ গোৱালপাৰা সমষ্টিত আম আদমি পাৰ্টীৰ প্ৰাৰ্থী জিন্না আমিৰ হুছেইন ডাঙৰীয়াই স্হানীয়লোকৰ মাজত বিশেষ সমাদৰ লাভ কৰিছে৷সমষ্টিত তীব্ৰতৰ হৈছে আপৰ নিৰ্বাচনী কুচকাৱাজ৷ #অসমতোকেজৰিৱাল #assamelection #assamelection2026 #highlight #AamAadmiParty
AAP Assam tweet mediaAAP Assam tweet media
বাংলা
0
0
0
24
AAP Assam
AAP Assam@AAP4Assam·
পলাশবাৰী বিধান সভা সমষ্টিৰ ভিন্ন স্হানত দিনে ৰাতিয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে আম আদমি পাৰ্টীৰ প্ৰাৰ্থী এলভিন বৰুৱা ডাঙৰীয়াই৷ সমষ্টিৰ সকলো স্তৰৰ মানুহৰ মাজত অতিকৈ প্ৰিয় আপৰ নেতাগৰাকী৷ #অসমতোকেজৰিৱাল #assamelection2026 #AssemblyElection2026 #follower #AamAadmiParty #highlight
বাংলা
0
0
0
28
AAP Assam retweetledi
Gopal Rai
Gopal Rai@AapKaGopalRai·
गुजरात में आम आदमी पार्टी के बढ़ते प्रभाव से भाजप बौखला गई है। AAP गुजरात के प्रदेश अध्यक्ष श्री इसुदान गढ़वी जी और अन्य बेकसूर कार्यकर्ताओं को खंभाळिया पुलिस द्वारा बिना वजह गिरफ्तार करना लोकतंत्र पर सीधा प्रहार है। अब तक 162 AAP नेताओं और कार्यकर्ताओं पर ऐसी दमनात्मक कार्रवाई हो चुकी है। आखिर भाजप आम आदमी पार्टी से इतना डरती क्यों है?
हिन्दी
17
168
333
5.2K
AAP Assam retweetledi
Rajesh Sharma ।ৰাজেশ শৰ্মা ।રાજેશ શર્મા 🇮🇳
पिछले 30 सालों में अगर गुजरात की जनता के लिए काम किया होता, तो आज भाजपा को हमारे कार्यकर्ताओं पर फर्जी मुकदमे करने की ज़रूरत नहीं पड़ती। एक तरफ @ArvindKejriwal जी की सभाओं में लाखों का हुजूम है, तो दूसरी तरफ भाजपा की सभाओं में खाली कुर्सियां उनकी बौखलाहट बयां कर रही हैं। हम चुनाव भी लड़ेंगे और जीत कर भी दिखाएंगे! #BJPFearsAAPInGujarat
हिन्दी
0
27
56
440
AAP Assam retweetledi
Rajesh Sharma ।ৰাজেশ শৰ্মা ।રાજેશ શર્મા 🇮🇳
गुजरात में आम आदमी पार्टी की बढ़ती लोकप्रियता से भाजपा में स्पष्ट घबराहट दिखाई दे रही है। 'आप' के प्रदेश अध्यक्ष @isudan_gadhvi की गिरफ़्तारी अलोकतांत्रिक है और यह सत्ता का दुरुपयोग है। विपक्ष की आवाज़ दबाने की यह कोशिश तानाशाही का प्रमाण है। भाजपा को समझना चाहिए कि दमन से नहीं, जनता के काम करने से चुनाव जीते जाते हैं।भाजपा के निर्देश पर गुजरात पुलिस के इस कृत्य की हम घोर निंदा करते है , धिक्कार है । #BJPFearsAAPInGujarat
Durgesh Pathak@ipathak25

पिछले कई दिनों से गुजरात में हमारे कार्यकर्ता और नेताओं को पुलिस अरेस्ट कर रही है। बीजेपी गुजरात हार रही है और पूरी तरह से पागल हो गई है, अभी अभी बीजेपी ने गुजरात आम आदमी पार्टी के प्रेसिडेंट ईशुदान गड़वी को पुलिस ने अरेस्ट कर लिया है ।

हिन्दी
0
34
55
562
AAP Assam
AAP Assam@AAP4Assam·
ৰহাত তীব্ৰগতিৰে আগবাঢ়িছে আম আদমি পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ৷বৰুন বিকাশ দাসলৈ Study সঁহাৰি৷স্হানীয়লোকৰ মাজত কেজৰিৱাল মডেলক লৈ সৰৱ চৰ্চা৷ #অসমতোকেজৰিৱাল #assamelection2026 #highlight #AssemblyElection2026 #AamAadmiParty #follower
AAP Assam tweet mediaAAP Assam tweet media
বাংলা
0
2
3
50
AAP Assam
AAP Assam@AAP4Assam·
জনতাই সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী৷অসমৰ জনতাই আৰ্শীবাদ আৰু মৰম দিলে আম আদমি পাৰ্টীৰ প্ৰাৰ্থীয়েও ৰাইজৰ সেৱা কৰাৰ সুযোগ পাব৷গণতন্ত্ৰত ৰাইজে ৰজা৷ #অসমতোকেজৰিৱাল #assamelection2026 #AssemblyElection2026 #highlightseveryonefollowers #AamAadmiParty #assamelection #highlight #election2026
AAP Assam tweet media
বাংলা
0
2
1
32
AAP Assam
AAP Assam@AAP4Assam·
খুমটাই সমষ্টিৰ আপৰ মনোনীত প্ৰাৰ্থী আশীষ হাজৰিকাদেৱৰ নিৰ্বাচনী কাৰ্য্যলয় মুকলি৷স্হানীয় ৰাইজৰ মাজত জনপ্ৰিয় আশীষ হাজৰিকা৷ #অসমতোকেজৰিৱাল #assamelection2026 #AssemblyElection2026 #AamAadmiParty #highlight #AssamElection #follower
AAP Assam tweet mediaAAP Assam tweet media
বাংলা
0
1
1
35
AAP Assam
AAP Assam@AAP4Assam·
পাথৰকাণ্ডীত তীব্ৰগতিৰে আগবাঢ়িছে আম আদমি পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ৷ সর্বসাধাৰণ ৰাইজৰ চাইনুল হুকলৈ সঁহাৰি৷ স্হানীয়লোকৰ মাজত কেজৰিৱাল মডেলক লৈ সৰৱ চৰ্চা৷ #অসমতোকেজৰিৱাল #assamelection2026 #highlight #AssemblyElection2026 #AamAadmiParty #follower
AAP Assam tweet mediaAAP Assam tweet mediaAAP Assam tweet media
বাংলা
0
8
9
89
AAP Assam
AAP Assam@AAP4Assam·
৩৫ নং নিউ গুৱাহাটী বিধানসভা সমষ্টিত আদিত্য গগৈয়ে বামুণীমৈদাম অঞ্চল গুৰুত্বপূৰ্ণ স্থানীয় কমিটিসমূহৰ সৈতে যোগাযোগ স্থাপন কৰে।
AAP Assam tweet mediaAAP Assam tweet media
বাংলা
0
3
5
46
AAP Assam
AAP Assam@AAP4Assam·
সমগ্ৰ দেশতে ২৪ ঘন্টাই বিজুলী ৷সেইয়া সম্ভৱ কেৱল কেজৰিৱাল চৰকাৰৰ দিনতহে৷দেশত পৰিৰ্ৱতনৰ আনিবৰ বাবে আম আদমি পাৰ্টীৰ প্ৰয়োজন আৰু প্ৰাসংগিক৷ #অসমতোকেজৰিৱাল #assamelection2026 #AamAadmiParty #highlightseveryonefollowers #highlight #election2026
AAP Assam tweet media
বাংলা
1
2
2
27
AAP Assam
AAP Assam@AAP4Assam·
দেৰগাঁওত আম আদমী পার্টীৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে৷শক্তিশালী প্ৰাৰ্থী হিচাপে সবোত্রে চৰ্চা চলিছে পুলিন গগৈৰ নাম৷ সকলো স্তৰৰ লোকে বিচাৰিছে এক ন-পৰিবৰ্তন সেয়েহে সকলোতে এতিয়া আম আদমীৰেই জয়গান #অসমতোকেজৰিৱাল , #assamelection2026 #AamAadmiParty #highlight #assamelection
AAP Assam tweet mediaAAP Assam tweet mediaAAP Assam tweet mediaAAP Assam tweet media
বাংলা
0
2
3
36
AAP Assam
AAP Assam@AAP4Assam·
While the AAP government in Punjab is busy removing toll gates to ease the burden on citizens, the government in Assam continues to strike the public with rising costs. Let's bring the revolution of honest politics to Assam! #AAPAssam #AAPforChange #অসমতোকেজৰিৱাল
AAP Assam tweet media
English
0
2
4
64
AAP Assam
AAP Assam@AAP4Assam·
অসমতো লাগে কেজৰিৱাল #AAP4Assam
AAP Assam tweet media
বাংলা
0
1
3
63
AAP Assam
AAP Assam@AAP4Assam·
ৰাইজৰ আৰ্শীবাদ বিচাৰি ঘৰে ঘৰে পলাশবাৰী বিধান সভা সমষ্টিৰ প্রার্থী এলভিন বৰুৱা
AAP Assam tweet mediaAAP Assam tweet mediaAAP Assam tweet media
বাংলা
1
6
9
104
AAP Assam
AAP Assam@AAP4Assam·
আজি ৯৬ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ অন্তর্গত ৰংপুৰ পঞ্চায়তত প্রায় শতাধিক লোকে আম আদমি পাৰ্টীৰ ও পাৰ্টীৰ মনোনীত প্রার্থী তপন গগৈ ডাঙৰীয়াৰ প্রতি আস্থা প্রদর্শন কৰি দলত যোগদান কৰে |
AAP Assam tweet mediaAAP Assam tweet mediaAAP Assam tweet media
বাংলা
1
3
6
96