Ajit Kumar Bhuyan

951 posts

Ajit Kumar Bhuyan banner
Ajit Kumar Bhuyan

Ajit Kumar Bhuyan

@AjitKrBhuyan

Member of Parliament, @RajyaSabha

Guwahati, India Katılım Temmuz 2020
272 Takip Edilen3.7K Takipçiler
Ajit Kumar Bhuyan
Ajit Kumar Bhuyan@AjitKrBhuyan·
অসমৰ সাংস্কৃতিক জগতখনলৈ অনবদ্য অৱদান আগবঢ়োৱা যশস্বী সংগীত পৰিচালক ভূপেন উজীৰদেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছো। সন্তুষ্টিৰ কথা এয়ে যে সুৰ সাধনাক জীৱনৰ ব্ৰত হিচাপে লোৱা উজীৰদেৱৰ জীৱন আৰু কীৰ্তি মই টেলিভিছনৰ সাক্ষাৎকাৰত ধৰি ৰাখিছো।
Ajit Kumar Bhuyan tweet media
বাংলা
0
0
7
1.1K
Ajit Kumar Bhuyan
Ajit Kumar Bhuyan@AjitKrBhuyan·
বহু জনপ্রিয় গল্প, উপন্যাস আৰু অনাতাঁৰ নাটকৰ লেখক ব্যতিক্রমী ব্যক্তিত্বৰ অধিকাৰী ড০ প্ৰণৱজ্যোতি ডেকাই পলমকৈ হ'লেও সাহিত্য একাডেমী লাভ কৰাত সুখী হৈছোঁ। জ্যোতি দ্বিভাষিক অভিধানৰ সংকলকগৰাকীলৈ অভিনন্দন জনালোঁ।
Ajit Kumar Bhuyan tweet media
বাংলা
0
0
8
329
Ajit Kumar Bhuyan
Ajit Kumar Bhuyan@AjitKrBhuyan·
নাটক,চলচ্চিত্ৰ,ধাৰাবাহিক আদিত সাৱলীল অভিনয়েৰে দৰ্শকৰ মনত স্থায়ী সাঁচ বহুওৱা, স্বভাৱসুলভ ৰসিকতাৰে,সুকীয়া অভিনয় শৈলীৰে দৰ্শকক হাঁহিৰ খোৰাক যোগোৱা, অভিনেতা জয়ন্ত দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। অশ্ৰু-অঞ্জলিৰে শেষ শ্ৰদ্ধা জ্ঞাপনৰ লগতে শোকসন্তপ্ত পৰিয়ালটিক সমবেদনা জনাইছো।
Ajit Kumar Bhuyan tweet media
বাংলা
0
0
8
413
Ajit Kumar Bhuyan
Ajit Kumar Bhuyan@AjitKrBhuyan·
প্ৰায় ৪০হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকক এই মাহৰ দৰমহা এতিয়ালৈ দিব পৰা নাই চৰকাৰে। এফালে চাকৰি নিয়মীয়াকৰণৰ নামত শিক্ষকৰ দৰমহা কৰ্তনৰ প্ৰস্তাৱ,আনফালে ১৪ তাৰিখলৈ দৰমহা দিয়াত ব্যৰ্থ চৰকাৰ।কেৱল ধাৰ লৈ চৰকাৰ চলোৱা হিমন্ত বিশ্বৰ দিনত দৰমহা নোপোৱা সেই ক'লা দিন পুনৰ ঘূৰি আহিব নেকি?
বাংলা
1
1
12
373
Ajit Kumar Bhuyan
Ajit Kumar Bhuyan@AjitKrBhuyan·
প্ৰকৃতিৰ ৰম্যভূমি অসমত এতিয়া ৰাজ্য চৰকাৰৰ উদ্যোগতে চলিছে ব্যাপক হাৰত বনধ্বংস কাৰ্য। প্ৰতিবাদকো নেওচি কামৰূপ আৰু গোৱালপাৰাত কিদৰে হাজাৰ হাজাৰ মূল্যৱান শালগছ কাটি পেলোৱা হৈছে, সেয়া আমি দেখিছো। ৰাজ্যৰ অন্য প্ৰান্ততো অনুৰূপ পৰিৱেশ। বন ধ্বংসক লৈ সদনত আমাৰ বক্তব্য আছিল এনেধৰণৰ।
বাংলা
2
0
5
278
Ajit Kumar Bhuyan
Ajit Kumar Bhuyan@AjitKrBhuyan·
শেহতীয়াভাৱে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ বাছনি প্ৰক্ৰিয়াৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক বাদ দিবলৈ বিচৰা হৈছে আৰু এই কাৰ্যই স্বাভাৱিকতে মানুহৰ মনত সন্দেহ আৰু সংশয়ৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত সংসদৰ মজিয়াত মোৰ বক্তব্য আৰু পৰামৰ্শ আগবঢ়াওঁ।
বাংলা
0
1
12
289
Ajit Kumar Bhuyan
Ajit Kumar Bhuyan@AjitKrBhuyan·
I pay my deepest tribute to those who sacrificed their lives to protect the Parliament House, which is like a temple of democracy. My humble tributes to the valiant souls who safeguarded the seat of our democracy from the ghastly terror attack of 2001.
English
0
0
2
188
Ajit Kumar Bhuyan
Ajit Kumar Bhuyan@AjitKrBhuyan·
মানৱ অধিকাৰ দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনাইছো। অসমৰ সমাজ জীৱন অস্থিৰ,অশান্ত হৈ পৰা সময়ত, ভূলুণ্ঠিত মানৱ অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ হকে আমিও এক সংগ্ৰামৰ পাতনি মেলিছিলো আৰু সেই সূত্ৰে "মাছ"ৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে দায়িত্ব পালন কৰিছিলো। মানৱ অধিকাৰক লৈ আমাৰ স্থিতি আজিও একে আছে।
বাংলা
0
0
6
190
Ajit Kumar Bhuyan
Ajit Kumar Bhuyan@AjitKrBhuyan·
আজিৰ দিনটোতে অসমী আইৰ হকে জীৱন উছৰ্গা কৰিছিল অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে। এইগৰাকী বীৰ শ্বহীদৰ লগতে অসম মাতৃক বচাবলৈ মৃত্যুবৰণ কৰা প্ৰতিগৰাকী বীৰ শ্বহীদক "শ্বহীদ দিৱস" উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। লগতে, তেওঁলোকৰ ত্যাগ আৰু দেশপ্ৰেমক শ্ৰদ্ধাৰে সুঁৱৰিছো।
Ajit Kumar Bhuyan tweet media
বাংলা
0
1
9
218
Ajit Kumar Bhuyan
Ajit Kumar Bhuyan@AjitKrBhuyan·
বিলুপ্তপ্ৰায় শিহুৰ বাবে বিখ্যাত কুলশী নদী অবৈধ বালি খনন আৰু নিৰ্মাণৰ ফলত ভাবুকিৰ সন্মুখীন হৈছে।নদীখনৰ পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰ আৰু শিহুসমূহক সুৰক্ষা প্ৰদানৰ বাবে কঠোৰ নিষেধাজ্ঞা জাৰিৰ প্ৰয়োজনীয়তাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত সংসদৰ শূন্যকালীত ঘণ্টাত বিষয়টো উত্থাপন কৰো।
বাংলা
0
1
14
372
Ajit Kumar Bhuyan
Ajit Kumar Bhuyan@AjitKrBhuyan·
My Speech in Rajya Sabha, highlighting the current status of the Indian economy, giving particular attention to the economy of Assam.
English
0
2
29
1.5K
Ajit Kumar Bhuyan
Ajit Kumar Bhuyan@AjitKrBhuyan·
‘লিজেণ্ড অৱ নাইণ্টী' খ্যাত নব্বৈৰ দশকৰ জনপ্ৰিয় শিল্পী অৰুণ দাসদেৱে সুকীয়া শৈলীৰে গীত পৰিৱেশন কৰি মানুহৰ মন জয় কৰিছিল। এইগৰাকী দৰদী কণ্ঠশিল্পীৰ মৃত্যুত স্বাভাৱিকতেই মৰ্মাহত হৈছো। প্ৰয়াত দাসদেৱলৈ শেষ শ্রদ্ধা নিবেদন কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰিছো।
Ajit Kumar Bhuyan tweet media
বাংলা
0
0
10
216