Asom Live 24

21K posts

Asom Live 24 banner
Asom Live 24

Asom Live 24

@AsomLive24

Guwahati Katılım Mayıs 2020
71 Takip Edilen248 Takipçiler
Asom Live 24
Asom Live 24@AsomLive24·
জালুকবাৰীৰ গড়ল ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত হিমন্ত বিশ্ব শৰ্মাৰ। #asomlive24 #axomlive24digital
বাংলা
0
0
0
1
Asom Live 24
Asom Live 24@AsomLive24·
সপৰিয়ালৰ সৈতে ভোটকেন্দ্ৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা। #asomlive24 #axomlive24digital
বাংলা
0
0
0
3
Asom Live 24
Asom Live 24@AsomLive24·
চতিয়াৰ দলাপানী ভোটকেন্দ্ৰত প'লিং বিষয়াৰ সৈতে অঘটন। #asomlive24 #axomlive24digital
Asom Live 24 tweet media
বাংলা
0
0
0
1
Asom Live 24
Asom Live 24@AsomLive24·
আজি অসম বিধানসভা নিৰ্বাচন। ৰাজ্যৰ ৩১,৪৯০ টা ভোটকেন্দ্ৰত হ'ব ভোটগ্রহণ। #asomlive24 #asomlive24digital
Asom Live 24 tweet media
বাংলা
0
0
0
5
Asom Live 24
Asom Live 24@AsomLive24·
ভোটগ্ৰহণৰ পূৰ্বে যোৰহাটত কংগ্ৰেছৰ সংখ্যালঘু নেতা আমিৰ আলীৰ সৈতে ভয়ংকৰ ঘটনা #asomlive24 #axomlive24digital
বাংলা
0
0
0
5
Asom Live 24
Asom Live 24@AsomLive24·
নিৰ্বাচনৰ প্ৰাকক্ষণত যোৰহাট কংগ্ৰেছৰ সংখ্যালঘু নেতা আমিৰ আলীৰ জীৱন শেষ। #asomlive24 #axomlive24digital
Asom Live 24 tweet media
বাংলা
0
0
0
2
Asom Live 24
Asom Live 24@AsomLive24·
নিৰ্বাচনী বিষয়াৰে কাজিয়াত লিপ্ত হৈ আটক অসম ৰাজ্যিক চিৰিয়াখানাৰ DFO অশ্বিনী কুমাৰ #asomlive24 #axomlive24digital
Asom Live 24 tweet media
বাংলা
0
0
0
8
Asom Live 24
Asom Live 24@AsomLive24·
ৰঙানদীৰ কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিশা ধন বিলোৱাৰ অভিযোগ #asomlive24 #axomlive24digital
Asom Live 24 tweet media
বাংলা
0
0
0
2
Asom Live 24
Asom Live 24@AsomLive24·
নিৰ্বাচনৰ প্ৰতিটো খবৰ প্ৰথম আৰু EXCLUSIVE। পুৱা ৬বজাৰ পৰা সংযুক্ত হওক আমাৰ সৈতে। ৰাজ্যৰ প্ৰতিটো কোণৰ পৰা NONSTOP LIVE কেৱল ASOM LIVE24ত। #asomlive24 #axomlive24digital
Asom Live 24 tweet media
বাংলা
0
0
0
2
Asom Live 24
Asom Live 24@AsomLive24·
গাড়ীৰ ভাড়া শুনি মূৰে-কপালে হাত দিলে ভোট দিবলৈ যোৱা জনতাই। আগতে ২০০ টকা আৰু আজি ৮০০ টকাৰ ভাড়া। #asomlive24 #axomlive24digital
বাংলা
0
0
0
8
Asom Live 24
Asom Live 24@AsomLive24·
'মই পলাই থকা নাই, লুকাইহে আছো'। গাঁতৰ পৰা ওলাল পৱন খেড়া। #asomlive24 #axomlive24digital
বাংলা
0
0
0
13