
ইং 2 aug'21 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানমৰ্মে সদৌ অসম গাহৰি পালক সন্থাই তৈয়াৰ কৰা প্ৰকল্পটো পশুপালন মন্ত্ৰী অতুল বৰাদেৱৰ সন্মুখত উপস্থাপন কৰে।অসমৰ প্ৰতিজন গাহৰি পালক আৰু 2019 ৰ পৰা ক্ষতিগ্ৰস্ত গাহৰি পালকক সাঙুৰি মুঠ 456 কোটি টকাৰ প্ৰকল্প উপস্থাপন কৰে
@himantabiswa




বাংলা
