Homen Borgohain Quotes(হোমেন বৰগোহাঞি)

117 posts

Homen Borgohain Quotes(হোমেন বৰগোহাঞি) banner
Homen Borgohain Quotes(হোমেন বৰগোহাঞি)

Homen Borgohain Quotes(হোমেন বৰগোহাঞি)

@BorgohainHomen

জীৱনত সুখী হ'বলৈ নিজকে জনাটো বৰ প্ৰয়োজন।🙏🙂Author ( Fan page )

Katılım Ocak 2021
268 Takip Edilen4.3K Takipçiler
Homen Borgohain Quotes(হোমেন বৰগোহাঞি) retweetledi
Ilias Uddin Ahmed
Ilias Uddin Ahmed@I_U_Ahmed·
শূন্যতাৰ বাৰ্ষিকী নিশাৱসানৰ তন্দ্ৰালস প্ৰহৰত মহীৰূহৰ বিদায়ৰ আজি এবছৰ। ৰ'দ পৰি জিলিকা তৰোৱালৰ দৰে মেধাৰে আমাক দিক-বিদিক নমনা এন্ধাৰ অৰণ্যাণিত জোঁৰৰ পোহৰেৰে বাট দেখুৱাই নিয়া কিংবদন্তিক সশ্ৰৰদ্ধ প্ৰণিপাতৰ বাদে আমিনো কি কৰিব পাৰোঁ! @BorgohainHomen
Ilias Uddin Ahmed tweet media
বাংলা
0
2
25
0
Homen Borgohain Quotes(হোমেন বৰগোহাঞি)
#উচ্চাকাংক্ষা "কিতাপে মানুহক কু-সংগ আৰু কু-কৰ্মৰ পৰা ৰক্ষা কৰাৰ উপৰি ই মানুহক মানসিক অৱসাদৰ পৰা ৰক্ষা কৰে । ই মানুহক সংগ দিয়ে , শিক্ষা দিয়ে, আনন্দ দিয়ে, যি মানুহক কিতাপৰ নিচাই পাইছে তেওঁক আন একো নিচাই টলাব নোৱাৰে।"
বাংলা
3
20
236
0
Homen Borgohain Quotes(হোমেন বৰগোহাঞি)
পেজৰ তৰফৰ পৰা সকলোকে ইংৰাজী নৱ বৰ্ষৰ অলেখ শুভকামনা জনালোঁ। সকলোৰে বাবে অনাগত দিনবোৰ সুখ শান্তিময় হোৱাৰ কামনা কৰিছোঁ।
বাংলা
1
0
100
0
Homen Borgohain Quotes(হোমেন বৰগোহাঞি)
প্ৰকৃতিৰ লগত বিচ্ছেদ তথা অফিচ আৰু কাৰখানাৰ চাৰিবেৰৰ মাজত চিৰ - বন্দীত্বই হ’ল আধুনিক মানুহৰ অৱসাদৰ প্ৰধান কাৰণ ।🙂
Homen Borgohain Quotes(হোমেন বৰগোহাঞি) tweet media
বাংলা
0
5
124
0
Homen Borgohain Quotes(হোমেন বৰগোহাঞি)
প্ৰিয় বৰগোহাঞি দেৱৰ অনুৰাগী সকল, এই পে'জটো হোমেন বৰগোহাঞিদেৱে নিজে চলোৱা পে'জ নহয়।আপোনাসৱৰ দৰেই তেখেতৰ তিনিজন অনুৰাগী পাঠকৰ দ্বাৰাহে এই পে'জটো চলোৱা হৈছে। বৰগোহাঞি দেৱৰ ৰচনা, প্ৰৱন্ধ, বিভিন্ন বক্তব্য আদি facebook, twitter ৰ জৰিয়তে প্ৰচাৰ কৰা পেজ খনৰ মূল লক্ষ্য।
বাংলা
12
8
307
0
Homen Borgohain Quotes(হোমেন বৰগোহাঞি)
আমি যদি নিজেই নিজৰ জীৱনটো মূল্যহীন কৰি নোতোলো তেন্তে কোনো মানুহৰে জীৱন মূল্যহীন হ'ব নোৱাৰে । - হোমেন বৰগোহাঞি,, আজি বৰগোহাঞি ছাৰৰ ৯০ সংখ্যক জন্ম দিৱস । এই শুভক্ষণত ছাৰৰ চৰণত সেৱা জনাই তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ।
Homen Borgohain Quotes(হোমেন বৰগোহাঞি) tweet media
বাংলা
3
8
183
0
Homen Borgohain Quotes(হোমেন বৰগোহাঞি)
জীৱনৰ ৰূপ কেতিয়াবা সুন্দৰ, কেতিয়াবা ভয়ংকৰ। কিন্তু তাক সত্য ৰূপত দেখিবলৈ হ'লে আমাৰ দৃষ্টি হ'ব লাগিব প্ৰখৰ আৰু নিৰ্মল।
বাংলা
0
3
90
0
Homen Borgohain Quotes(হোমেন বৰগোহাঞি)
"মানুহৰ সঙ্গই যেতিয়া মানুহক বেছি নিঃসঙ্গ কৰি তোলে, তেতিয়া সেই নিঃসঙ্গতাই হৈ পৰে আটাইতকৈ অসহ্য আৰু যন্ত্ৰণাময়।" (হোমেন বৰগোহাঞি)
বাংলা
4
33
212
0
Homen Borgohain Quotes(হোমেন বৰগোহাঞি)
নিঃসঙ্গতা– "মানুহৰ মৃত্যুৰ আগতে আশাৰ কেতিয়াও মৃত্যু নহয়। চেতন মনেৰে আশা কৰিবলৈ এৰিলেও মানুহে আমৃত্যু অবচেতন মনত আশা কঢ়িয়াই লৈ ফুৰে।"
বাংলা
0
9
151
0
Homen Borgohain Quotes(হোমেন বৰগোহাঞি)
সত্য আৰু প্ৰজ্ঞাৰ কন্ঠস্বৰ সদায় শান্ত আৰু নম্ৰ। আৱেগ আৰু উত্তেজনাৰ কণ্ঠস্বৰ সমুদ্ৰৰ গৰ্জনৰ দৰে বিশাল। (হোমেন বৰগোহাঞি)
বাংলা
3
7
150
0
Homen Borgohain Quotes(হোমেন বৰগোহাঞি)
এবাৰ যেতিয়া মাছে বৰশীৰ পুঙাটো পানীৰ তললৈ টানি নিয়াৰ দৃশ্য চকুত পৰে তেতিয়া এক অবর্ণনীয় উল্লাসত দেহ মন শিহৰিত হৈ উঠে। সেই বিৰল মূহুৰ্তবোৰৰ কাৰণে ধর্য্যশীল প্ৰতীক্ষ্যাইতো আচলতে বৰশী বোৱাৰ সমগ্ৰ মাদকতা।( হোমেন বৰগোহাঞি)
বাংলা
0
1
24
0
Homen Borgohain Quotes(হোমেন বৰগোহাঞি)
মাত্ৰ পাঁচ-ছটা মান সৰু মাছ হে বৰশীত তুলিব পাৰিছিলো । বৰষুণত তিতি তিতি সজাল বতাহৰ স্পৰ্শ গাত লৈ ভেকুলীৰ টোৰ টোৰণি শুনি শুনি আমি প্ৰকৃতিৰ কিবা এটা উৎসৱত যোগ দিয়াৰ নিছিনা অনুভৱ কৰিছিলো। তদুপৰি বৰশী বোৱাৰ আচল মজাটোৱেই তো হ'ল ধৰ্য্যৰ পৰীক্ষা।অসীম ধৈৰ্যৰে বহুত পৰ বহি থকাৰ পিছত হঠাৎ
বাংলা
1
0
21
0
Homen Borgohain Quotes(হোমেন বৰগোহাঞি)
কিনকিনীয়া বৰষুণত তিতি তিতি বুধিৰাম আৰু মই দুয়ো বৰশী বাই আছিলো।গৰমৰ দিনত বৰষুণত তিতিবলৈ যে কেনে ভাল লাগে , সেই কথা নিজৰ তেনে ধৰণৰ অভিজ্ঞতা নথকা মানুহে কেতিয়াও বুজিব নোৱাৰিব। সেই ভাল লগা অনুভূতিটো কেৱল শাৰীৰিক নহয়। মুকলি আকাশৰ তলত গছ-লতা, ঘাঁহ-বন আৰু পশু-পখীৰ দৰে বৰষুণত তিতি
বাংলা
2
1
73
0
Homen Borgohain Quotes(হোমেন বৰগোহাঞি)
জুৰুলি জুপুৰি হোৱা মানুহে সমগ্ৰ বিশ্ব-প্ৰকৃতিৰ লগত এক মধুৰ ঐক্য আৰু আত্মীয়তাৰ বন্ধন অনুভৱ কৰে। মোৰ কাৰণে বৰশীৰে মাছ ধৰা টো আছিল এটা উপলক্ষ্য মাত্ৰ; ঘাইকৈ এইবোৰ উপৰুৱা অভিজ্ঞতাৰ লোভেই মোক সদায় বৰশী বাবলৈ টানি নিছিল।
বাংলা
0
2
89
0