
অসম ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ জ্যেষ্ঠ ক্লিনিকেল ডায়েটিচিয়ান নমী মোহনে প্ৰতিষ্ঠাটিৰ "প্ৰত্যাশা" শীৰ্ষক আলোচনীত কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে পৰামৰ্শ আগবঢ়াইছে।
উক্ত লেখাটি তথা "প্ৰত্যাশা" পঢ়িবলৈ তলত দিয়া লিংকটো ক্লিক কৰক👇
heyzine.com/flip-book/130c…

বাংলা





























