Directorate of Vigilance & Anti-Corruption, Assam

488 posts

Directorate of Vigilance & Anti-Corruption, Assam banner
Directorate of Vigilance & Anti-Corruption, Assam

Directorate of Vigilance & Anti-Corruption, Assam

@DIR_VAC_ASSAM

please reach out at [email protected] and [email protected]. The Incumbent Director May be reached at @surendrakr_ips

Guwahati, India Katılım Şubat 2018
9 Takip Edilen16K Takipçiler
Directorate of Vigilance & Anti-Corruption, Assam
The following officers have been apprehended: 1. Anuradha Adhikary Sarma,, ACS, the then MD, 2. Jyotish Saikia, the then Executive Engineer, 3. Birinchi Adhikary, the then Asstt. Executive Engineer, 4. Jyoti Prasad Saikia, the then Asst Executive Engineer,
English
1
1
6
239
Directorate of Vigilance & Anti-Corruption, Assam
@DIR_VAC_ASSAM conducted search Ops in the early morning today (26/05/26) at multiple locations in Guwahati, Belsor(Nalbari), Gauripur (Dhubri) and Raha(Nagaon) in con with ACB PS Case No. 30/2023 relating to misappropriation of Govt funds of Assam Fishery Dev. Corporation Ltd.
English
1
1
5
219
Directorate of Vigilance & Anti-Corruption, Assam
যোৱাৰাতি লাচিত কুমাৰ দাসৰ ঘৰত এক @DIR_VAC_ASSAM দলে অভিযান চলাই পুনৰ ১,১৮,৩০,০০০/- টকা তেখেতৰ ঘৰৰ পৰা উদ্ধাৰ কৰে। মুঠ উদ্ধাৰকৃত টকাৰ পৰিমাণ হল ১,৬৬,৬৮,১৫০ /-। তেখেতে আহৰণ কৰা বিভিন্ন ভূসম্পত্তিৰ নথিপত্ৰও অভিযানকালত উদ্ধাৰ কৰা হয়। @CMOfficeAssam @assampolice @surendrakr_ips
বাংলা
2
5
50
2.2K
Directorate of Vigilance & Anti-Corruption, Assam
@DIR_VAC_ASSAM ৰ দ্বাৰা আজি লাচিত কুমাৰ দাস, অ. আ. সে., অতিৰিক্ত ভূমিলেখ্য অধিকৰ্ত্তাক নিজ কাৰ্য্যালয়ত অভিযোগকাৰীৰ পৰা মাটি বিক্ৰীৰ আপত্তিবিহীন প্ৰমাণপত্ৰ দিয়াৰ সংক্ৰান্তত ৪৫,০০০/- টকা উৎকোচ লোৱা বাবে হাতেলোটে গ্ৰেপ্তাৰ কৰা হয়। @CMOfficeAssam @DGPAssamPolice @surendrakr_ips
বাংলা
3
1
22
1.5K
Directorate of Vigilance & Anti-Corruption, Assam
DIR_VAC_ASSAM ৰ দ্বাৰা আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন সংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী অবিনাশ বসুমতাৰীক অভিযোগকাৰীৰ পৰা বিল মোকোলাই দিয়াৰ সংক্ৰান্তত ২,০০,০০০/- উৎকোচ লোৱা বাবে নিজ কাৰ্যালয়ত হাতেলোটে গ্ৰেপ্তাৰ কৰা হয়। @CMOfficeAssam @DGPAssamPolice @HardiSpeaks @surendrakr_ips
বাংলা
3
4
27
2K
Directorate of Vigilance & Anti-Corruption, Assam
আজি @DIR_VAC_ASSAM ৰ দ্বাৰা দৰং জিলাৰ জলসিঞ্চন বিভাগৰ কাৰ্য্যবাহী অভিযন্তা তাজুল ইছলাম ছিদ্দিকে অভিযোগকাৰীৰ পৰা বকেয়া বিল মোকলাই দিয়াৰ সংক্ৰান্তত ২৫,০০০ টকা উৎকোচ লোৱা বাবে হাতেলোটে গ্ৰেপ্তাৰ কৰা হয় @CMOfficeAssam @AssamPolice @DGPAssamPolice @HardiSpeaks @surendrakr_ips
বাংলা
1
3
21
1.7K
Directorate of Vigilance & Anti-Corruption, Assam
যোৱাকালি সন্ধিয়া @DIR_VAC_ASSAM ৰ দ্বাৰা শোণিতপুৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জিলা প্ৰকল্প বিষয়া পাৰ্থ প্ৰতিম শৰ্মাক অভিযোগকাৰীৰ পৰা বদলি সংক্ৰান্তত উৎকোচ লওঁতে গ্ৰেপ্তাৰ কৰা হয়। @CMOfficeAssam @assampolice @HardiSpeaks @surendrakr_ips
বাংলা
1
2
14
2.1K
Directorate of Vigilance & Anti-Corruption, Assam
আজি @DIR_VAC_ASSAM ৰ দ্বাৰা ধুবুৰী জিলাৰ গোলোকগঞ্জ উন্নয়ন খণ্ডৰ, খণ্ড উন্নয়ন বিষয়া ৰতন কুমাৰ চাহাক অভিযোগকাৰীৰ পৰা বিল মোকলাই দিয়াৰ সংক্ৰান্তত ১৫০০০ টকা উৎকোচ লওঁতে তেওঁৰ কাৰ্য্যালয়তে গ্ৰেপ্তাৰ কৰা হয়। @CMOfficeAssam @assampolice @HardiSpeaks @surendrakr_ips
বাংলা
0
6
17
3.2K
Directorate of Vigilance & Anti-Corruption, Assam
আজি @DIR_VAC_ASSAM ৰ দ্বাৰা গোৱালপাৰা জিলাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ, খণ্ড উন্নয়ন বিষয়া ভূপেন দাসক অভিযোগকাৰীৰ পৰা বকেয়া বিল মোকলাই দিয়াৰ সংক্ৰান্তত উৎকোচ লোৱা বাবে তেওঁৰ ভাড়াঘৰত গ্ৰেপ্তাৰ কৰা হয়। @CMOfficeAssam @assampolice @HardiSpeaks @surendrakr_ips
বাংলা
3
3
15
2.2K