Debashri Nath

862 posts

Debashri Nath banner
Debashri Nath

Debashri Nath

@Debashri07

🤍🌻🌻

Katılım Ocak 2019
96 Takip Edilen1.3K Takipçiler
Sabitlenmiş Tweet
Debashri Nath
Debashri Nath@Debashri07·
Let the wild heal what the world can’t🌱
Debashri Nath tweet media
English
1
0
8
190
Debashri Nath
Debashri Nath@Debashri07·
নিলিখোঁ কবিতা, শব্দৰ পৰা আঁতৰি থাকোঁ কিন্তু কেতিয়াবা দিবাংত মুখ পখালিব মন.. প্ৰচণ্ড বুকুৰ ধুমুহাক নদীত ডুবাই ঠাণ্ডা কৰাৰ মন দূৰ সময়ৰ সোৱৰণীৰ গোন্ধ বতাহ জাকৰ লগত আহি হৃদয়, তেজত শিহৰণ জগাই কঁপাই উঠে চকুত ভাঁহি আহে শোকে বুকুত, মগজুত জোৰ দিয়ে। সমাধান হিচাপে "পাথৰ হলোঁ"..🍂
বাংলা
0
0
4
67
Debashri Nath
Debashri Nath@Debashri07·
Okay....Atleast aalu show me the love🩷😁
Debashri Nath tweet media
English
1
0
4
161
Debashri Nath
Debashri Nath@Debashri07·
মই আকাশ চুবলে বিচাৰো তুমি ও মোৰ লগত যাবনে?
Debashri Nath tweet media
বাংলা
4
0
35
728
FindingNiche
FindingNiche@creaativesoul·
Who’s that one artist for you?
FindingNiche tweet media
English
510
17
376
54.6K
Debashri Nath
Debashri Nath@Debashri07·
সৰুতে স্কুলত ৰবৰৰ টুকুৰাটো হাতৰ পৰা পিছলি ছিটিকি মজিয়াৰ আটাইতকৈ নিঃসহায়,ছলাহী অংশটোত হেৰাই যোৱাৰ দৰে অত্যন্ত সহজভাৱেই জীৱনৰ পৰা,পৃথিৱীৰ পৰা,সমাজৰ পৰা অতবোৰ বস্তু হেৰাই গৈ থাকে, ইয়াৰ বাবে কোনো অভিযোগ নাই। কোনো প্ৰতিৰোধ নাই।............🍂
বাংলা
0
0
1
115
Debashri Nath
Debashri Nath@Debashri07·
During my work,although everything is normal, I still feel a strange inner disturbance. At times I feel an unexplained heaviness in my heart..... as if someone is doing something that is disturbing me. nd my eyes suddenly become wet.
English
0
0
0
105
Debashri Nath
Debashri Nath@Debashri07·
The quiet battles inside the heart often hurt the most. And a restless mind can become its own prison. The deepest wounds are often the ones no one can see.
English
0
0
0
91
Debashri Nath
Debashri Nath@Debashri07·
It's on the days you can't see the light that you need to believe in it most.
English
0
0
0
121
Debashri Nath
Debashri Nath@Debashri07·
You don’t need to be the bravest in the room. You just need to try.
English
0
0
0
110
Debashri Nath
Debashri Nath@Debashri07·
শুকুলা ডাৱৰ প্ৰণয় বাখৰ গালে মুখে ৰং সানে.......🍂 চায়া পোহৰ দৰদী আখৰ বুকুতে গোপনে বাগৰে কোনোবা নদীৰ ঘাটত সাৰ পায় কাৰ মাতত.....🩷
Debashri Nath tweet media
বাংলা
0
0
6
166
Debashri Nath
Debashri Nath@Debashri07·
প্ৰেমৰ সুৰভি তাতেই এপাহ দুপাহ সৰে এবাৰ চকুৰে চালেই হৃদয় মোৰ শাত পৰে🩷
Debashri Nath tweet media
বাংলা
0
0
2
111
Debashri Nath
Debashri Nath@Debashri07·
প্ৰশ্ন: সোণ বেছি মৰমৰ নে ফাগুনৰ কাঞ্চন? উত্তৰ: সোণৰ সমাৰ্থক কাঞ্চন।
Debashri Nath tweet media
বাংলা
0
0
1
143
Debashri Nath
Debashri Nath@Debashri07·
নধৰে টোপনি বলিয়া ৰাতি কি যে ৰঙা সেউজীয়া সাপ আহে চকুত বুকুৰ শিলভাঙি কোনোমতে পাৰ কৰোঁ সুখী থাকিবলৈ শান্তিকৈ টোপনি যাবলৈ কিমান কষ্ট সকলো অশান্তি ৰাতিৰ চতুৰ্থ প্রহৰত সাহ কৰোঁ,কিন্তু ৰৈ যাওঁ ভ্ৰম বুলি চটফটাই উঠি দৰ্জা মেলি পুৱাৰ খবৰ কাগজখন হাতত লওঁ। সংহতিবাদ খবৰ কম বৈষম্য বেছি।🍂
বাংলা
0
0
4
183
Debashri Nath
Debashri Nath@Debashri07·
Extreme loveliness leads us to extreme loneliness.
English
0
0
1
134
Debashri Nath
Debashri Nath@Debashri07·
বৰষাৰ আশা আৰু বালি... আকাশ বেছি ডাঙৰ নে অকলে খাপ খোৱা হৃদয় খনৰ তপত বালি ডাঙৰ? ধূলি আৰু ফাগুন দুয়োটাই অশান্তি।🍂
বাংলা
0
0
0
185