Food, Public Distribution & Consumer Affairs Dept.

4.3K posts

Food, Public Distribution & Consumer Affairs Dept. banner
Food, Public Distribution & Consumer Affairs Dept.

Food, Public Distribution & Consumer Affairs Dept.

@FCSCAssam

Food, Public Distribution and Consumer Affairs Department, Govt. of Assam

Guwahati, India Katılım Mayıs 2021
19 Takip Edilen1.6K Takipçiler
Food, Public Distribution & Consumer Affairs Dept.
Purchase electronic products only after identifying the ISI mark; otherwise, it may pose a serious threat to your safety and life. For any complaints or grievances, please contact: 1800-345-3588.
English
0
0
0
18
Food, Public Distribution & Consumer Affairs Dept.
সোণোৱাল কছাৰীসকলৰ পবিত্ৰ উৎসৱ খ্ৰীং খ্ৰীং বাইথ' পূজা উপলক্ষে সকলোকে বিভাগৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। বাইথ' দেৱতাই সকলোৰে মঙ্গল কৰক তথা সমাজত শান্তিৰ প্ৰতিষ্ঠা কৰক তাকে কামনা কৰিছোঁ।
Food, Public Distribution & Consumer Affairs Dept. tweet media
বাংলা
0
0
0
53
Food, Public Distribution & Consumer Affairs Dept.
আজি মহাশিৱৰাত্ৰিৰ শুভ ক্ষণত দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰে সমূহৰে মংগল কামনা কৰিছোঁ। লগতে, সদৌটিলৈ মহা শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। #হৰ_হৰ_মহাদেৱ
Food, Public Distribution & Consumer Affairs Dept. tweet media
বাংলা
0
0
0
35
Food, Public Distribution & Consumer Affairs Dept.
দেশৰ প্ৰতিগৰাকী নাগৰিকক গৌৰৱোজ্জ্বল গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহক আজিৰ এই বিশেষ দিনটো উদযাপনৰ জৰিয়তে আমি সকলোৱে দেশলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰোঁ, যাৰ দ্বাৰা আমাৰ দেশক নিষ্ঠা আৰু একতাৰে গৌৰৱান্বিত কৰিবলৈ সক্ষম হওঁ…
Food, Public Distribution & Consumer Affairs Dept. tweet media
বাংলা
0
0
0
51
Food, Public Distribution & Consumer Affairs Dept.
" ওঁ সৰস্বতী মহাভাগে বিদ্যে কমললোচনে৷ বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমোহস্তুতে৷৷" সকলোলৈকে জ্ঞান, বিদ্যা আৰু বুদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী সৰস্বতী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ…
Food, Public Distribution & Consumer Affairs Dept. tweet media
বাংলা
0
0
0
46
Food, Public Distribution & Consumer Affairs Dept.
সদৌটিলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। নৱবৰ্ষৰ প্ৰতিটো দিন, প্ৰতিটো ক্ষণ তথা প্ৰতিটো মুহূৰ্তই আপোনালোক আটাইলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সম্প্ৰীতিৰ বতৰা।
Food, Public Distribution & Consumer Affairs Dept. tweet media
বাংলা
0
0
0
40
Food, Public Distribution & Consumer Affairs Dept.
শুভ বৰদিন… #MerryChristmas খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক পবিত্ৰ বৰদিন উপলক্ষে মোৰ হৃদয়ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যীশুখ্ৰীষ্টৰ আদৰ্শ আৰু মানৱতাৰ শিক্ষা সমূহক সাৰোগত কৰি আহক আমি সকলোৱে মূল্যবোধ আৰু আধ্যাত্মিক জীৱনবোধেৰে শক্তিশালী সমাজ নিৰ্মাণত অংশগ্ৰহণ কৰোঁ ।
Food, Public Distribution & Consumer Affairs Dept. tweet media
বাংলা
0
0
0
40
Food, Public Distribution & Consumer Affairs Dept.
পোহৰৰ উৎসৱ দীপাৱলী আৰু শ্ৰীশ্ৰী কালী পূজা উপলক্ষে বিভাগৰ তৰফৰ পৰা সদৌটিলৈ আন্তৰিক শুভেচ্ছা যাচিছোঁ। মা কালীৰ আশীৰ্বাদেৰে সকলোৰে মনোবাঞ্চা পূৰণ হওক লগতে দীপাৱলীৰ পোহৰে অপশক্তিৰ বিনাশ কৰক তাকেই কামনা কৰিছোঁ।
Food, Public Distribution & Consumer Affairs Dept. tweet media
বাংলা
0
0
0
69
Food, Public Distribution & Consumer Affairs Dept.
অসমীয়া জাতিৰ বৰ্ণিল কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাৰ সমাহাৰ কঙালী বিহু উপলক্ষে বিভাগৰ তৰফৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ কৃষক ৰাইজৰ আপোন পথাৰখন শস্য-শ্যামলা হৈ উঠক। তুলসীৰ তলৰ বন্তিগছিৰ জেউতিয়ে সকলোৰে জীৱন উজ্জ্বলাই তোলক।
Food, Public Distribution & Consumer Affairs Dept. tweet media
বাংলা
0
0
0
60
Food, Public Distribution & Consumer Affairs Dept.
ৰাজ্যবাসীলৈ মহা বিজয়া দশমী আৰু দশেৰাৰ বিভাগৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। সমাজৰ পৰা সকলো অসূয়া-অপ্ৰীতি-অপশক্তিৰ বিনাশ ঘটি সমাজখন শক্তিশালী তথা সমৃদ্ধিশালী হৈ উঠক তাৰে কামনাৰে মাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ।
বাংলা
0
0
0
50
Food, Public Distribution & Consumer Affairs Dept.
বহুমুখী প্ৰতিভাৰ আকৰ, অসমীয়া সাহিত্য তথা অসমীয়া জাতিলৈ জীৱনী শক্তি প্ৰদান কৰি থৈ যোৱা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজি পবিত্ৰ আৱিৰ্ভাৱ তিথি উপলক্ষে তেৰাৰ শ্ৰীচৰণত গভীৰ সেৱা নিবেদন কৰিছোঁ । জয় গুৰু শংকৰ 🙏
Food, Public Distribution & Consumer Affairs Dept. tweet media
বাংলা
0
0
0
51