
Feodora Linell (💙,🧡) .lens
132 posts









মোদীময় খানাপাৰা আকাশে বতাহে মোদী জিন্দাবাদ ধ্বনি... অসমৰ উন্নয়নৰ যাত্ৰাৰ অন্যতম পদক্ষেপৰূপে আজিৰ ঐতিহাসিক দিনটোত দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ কৰকমলেৰে প্ৰায় ১১.৬০০ কোটি টকাৰে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা শিলান্যাস কৰে। উন্নয়নৰ ন-দিগন্তলৈ অসমক নিবলগীয়া এই প্ৰকল্পসমূহৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপনৰ লগতে সমাগত নিৰ্বাচনত অভূতপূৰ্ব বিজয়েৰে পুনৰবাৰ তেখেতক প্ৰধানমন্ত্ৰীৰ সন্মানীয় আসনত দেশবাসীয়ে অধিষ্ঠিত কৰোৱাব বুলি আন্তৰিকতাৰে কামনা কৰিছোঁ । @himantabiswa @Pijush_hazarika

दिल्ली के रामलीला मैदान में जारी SSC प्रोटेस्ट कवर करने गई दी लल्लनटॉप की टीम को पुलिस ने हिरासत में लिया. रिपोर्टर से माइक और उनके मोबाइल फोन छीन लिए गए. @DelhiPolice








📢 🪂 𝐎𝐖𝐍 𝐓𝐇𝐄 𝐅𝐈𝐑𝐒𝐓 𝐄𝐕𝐄𝐑 𝐋𝐎𝐘𝐀𝐋 𝐀𝐈 In the coming days we will release Dobby, the first ever Loyal AI model. Participate in our first ever 𝐅𝐢𝐧𝐠𝐞𝐫𝐩𝐫𝐢𝐧𝐭𝐢𝐧𝐠 𝐂𝐚𝐦𝐩𝐚𝐢𝐠𝐧 to earn ownership of Dobby. Pre-register: register.sentient.xyz













