JITENDRA K CHOUDHURY

4.8K posts

JITENDRA K CHOUDHURY banner
JITENDRA K CHOUDHURY

JITENDRA K CHOUDHURY

@JITENDRAKCHOUDH

journalist.working in Dainik Asam ,the oldest assamese daily for last 25 years as Deputy chief of News Bureau. Presently Bureau Chief of Dainik Asam pvt ltd

Guwahati Katılım Ağustos 2012
749 Takip Edilen3.8K Takipçiler
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
আজি অনুষ্ঠিত ’নীট’ পৰীক্ষাত দেশৰ ২৩ লাখ পৰীক্ষাৰ্থীৰ ভিতৰত অসমৰ ৮৮ টা কেন্দ্ৰত ৪৩,১৮৭ গৰাকী অৱতীৰ্ণ হৈছে৷অসমৰ এম বি বি এছৰ প্ৰায় ১,৫৫০ আসনৰ ভিতৰত ২২৬ আসন সৰ্বভাৰতীয় কোটাৰ বাবে সংৰক্ষিত৷সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো শিক্ষাৰ্থীক শুভেচ্ছা জনালোঁ৷
JITENDRA K CHOUDHURY tweet mediaJITENDRA K CHOUDHURY tweet mediaJITENDRA K CHOUDHURY tweet media
বাংলা
1
3
29
1.5K
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
ভূপেন বৰা,প্ৰদ্যুৎ বৰদলৈ,জ্ঞানশ্ৰী বৰা,কুংকি চৌধুৰী,মীৰা বৰঠাকুৰ,জয়ন্ত দাস,অখিল গগৈ,গৌৰৱ গগৈ,লুৰীনজ্যোতি গগৈ,ৰঞ্জিত কুমাৰ দাস,দিগন্ত কলিতা,বিশ্বজিৎ দৈমাৰী,প্ৰমোদ বড়ো বিধানসভালৈ নিৰ্বাচিত হ’ব নে? কিয় এইসকল প্ৰাৰ্থীক লৈ ৰাজ্যত উৎসুকতাৰ সৃষ্টি হৈছে৷দৈনিক অসম ২-৫-২০২৬
JITENDRA K CHOUDHURY tweet mediaJITENDRA K CHOUDHURY tweet media
বাংলা
1
0
23
1.2K
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
‘দৈনিক অসম’ৰ নতুন কাৰ্যালয় মুকলি। আজিৰে পৰা গুৱাহাটীৰ উলুবাৰীৰ বি বৰুৱা ৰোডত থকা আৰ্কন আৰ্কেডত কাকতখনৰ নতুন ঠিকনা। দৈনিক অসম আৰু ND24ৰ মুখ্য পৰিচালন সঞ্চালক কিশোৰ বৰাই মুকলি কৰে কাৰ্যালয়টো। @DainikAsam @kishoreborah1
JITENDRA K CHOUDHURY tweet mediaJITENDRA K CHOUDHURY tweet mediaJITENDRA K CHOUDHURY tweet mediaJITENDRA K CHOUDHURY tweet media
বাংলা
1
0
32
666
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
বিজেপি নহয়,একাংশ নেতাৰ বিৰুদ্ধেহে ৰাইজৰ ক্ষোভ বাঢ়িছে৷ ৮০ ৰ পৰা ৮৯ শতাংশ ভোট প্ৰদান হোৱা ৮৭ টা সমষ্টিয়ে নিৰ্ণয় কৰিব চৰকাৰ কাৰ৷ ৯০ ৰ পৰা ৯৭ শতাংশ পৰ্যন্ত ভোট প্ৰহান হোৱা ২৪ সমষ্টিত বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷আমৰি,দিছপুৰ,ডিফু সমষ্টত এন ডি এৰ জয় সহজ নহয়৷ @DainikAsam
JITENDRA K CHOUDHURY tweet mediaJITENDRA K CHOUDHURY tweet media
বাংলা
1
2
17
629
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
facebook.com/share/p/1CpsZC… ১৯৭৮ চনত গোলাপ বৰবৰাৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে ৰাজ্যত অকংগ্ৰেছী চৰকাৰ গঠন হৈছিল৷ইয়াৰ পাছত ক্ৰমে ১৯৮৫,১৯৯৬,২০১৬ আৰু ২০২১ চনত ৰাজ্যত অকংগ্ৰেছী চৰকাৰ গঠন হৈছিল৷এইবাৰ কি হ’ব?
JITENDRA K CHOUDHURY tweet media
বাংলা
3
2
22
451
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
পাচলিত ৰাসায়নিক সাৰ দিয়াসকলৰ বিৰুদ্ধে নীৰৱ বিপ্লৱত ব্ৰতী৷ কংক্ৰিটৰ মহানগৰত নাৰ্ছাৰীৰ ব্যৱসায়েৰে উজলিছে নিভা দাস ৰয়৷ দৈনিক অসম ৩০-৪-২০২৬ @DainikAsam
JITENDRA K CHOUDHURY tweet media
বাংলা
0
0
13
224
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
একঠা মাটিতেই সফলতাৰ বিপ্লৱ৷ শুৱালকুছিৰ পীনু কুমাৰৰ অনন্য নিদৰ্শন @DainikAsam
JITENDRA K CHOUDHURY tweet media
বাংলা
0
0
15
200
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
পথ দুৰ্ঘটনাই ৰূপ লৈছে মৃত্যুদূতৰ৷ @nitin_gadkariয়ে পথৰ কাষত য’তে- ত’তে ট্ৰাক ৰখোৱা নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিছিল৷আন ঠাই বাদেই, নিশা গুৱাহাটীৰ জালুকবাৰী,বশিষ্ঠ,গোটানগৰ,মঠঘৰীয়া,যোৰাবাট আদি অঞ্চলৰ পথৰ কাষত ট্ৰাক ৰখাই থোৱাৰ বাবেই দুৰ্ঘটনা সংঘটিত হয়৷ @DainikAsam ২৭-৪-২৬
JITENDRA K CHOUDHURY tweet mediaJITENDRA K CHOUDHURY tweet mediaJITENDRA K CHOUDHURY tweet media
বাংলা
1
2
14
436
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
মধ্যবিত্তক মাধমাৰ শোধাই চৰকাৰৰ অভিলেখ৷ @DainikAsam ২৬-৪-২৬ ষ্টাম পেপাৰ, পঞ্জীয়ন সংগ্ৰহ ২০২৩-২০২৪ঃ ৬৯৪ কোটি টকা ২০২৪-২০২৫ঃ ৭০২ কোটি টকা ২০২৫-২০২৬ঃ ৯৪২ কোটি টকা মাটিৰ খাজনা সংগ্ৰহ ২০২৪-২০২৫ঃ ২২৪ কোটি টকা ২০২৫-২০২৬ঃ ৫০৩ কোটি টকা
JITENDRA K CHOUDHURY tweet mediaJITENDRA K CHOUDHURY tweet media
বাংলা
1
0
15
347
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
অসমত উদ্বেগজনকভাৱে বৃদ্ধি হিট এণ্ড ৰানৰ ঘটনা ২০২০ঃ ১,২৩৫ টা ২০২১ঃ১,৩৯৩ টা ২০২২ঃ১,১৬৩ টা ২০২৩ঃ১,০৪৫টা ২০২৪ঃ৯৭৫ টা ২০২৫ঃ১,১২৭ টা দৈনিক অসম ২৫-৪-২০২৬ @DainikAsam @himantabiswa
JITENDRA K CHOUDHURY tweet media
বাংলা
0
1
11
225
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
গৰীয়সীৰ সম্পাদক তথা বিশিষ্ট গল্পকাৰ কুল শইকীয়া ডাঙৰীয়াৰ সৈতে এখন্তেক @saikia_kula @mridulpoetry
JITENDRA K CHOUDHURY tweet media
বাংলা
0
1
31
772
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
#এফালে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আনফালে ছায়ানী ঘোষ,মহুৱা মৈত্ৰ,নুছৰাত জাহান,মিমী চক্ৰৱৰ্তী,কাকলি ঘোষ--- ৷ #পশ্চিমবংগত তৃণমূল নে বিজেপিৰ চৰকাৰ গঠন হ’ব? যি দলেই চৰকাৰ গঠন নকৰক কিয় পশ্চিমবংগৰ ফলাফলে আগন্তুক সময়ত দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিব যে নিশ্চিত৷ @DainikAsam ২৩-৪-২৬
JITENDRA K CHOUDHURY tweet mediaJITENDRA K CHOUDHURY tweet media
বাংলা
3
0
18
580
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
মহানগৰৰ পানী দীপৰ বিললৈ বোৱাই নিয়াৰ অভিলাষী প্ৰকল্প পৰিণত হ’ল ফুটুকাৰ ফেনত৷ভৰলু-মৰাভৰলু প্ৰকল্প সম্পূৰ্ণ কৰি পানী বোৱাই নিয়াৰ কথা আছিল৷সেয়াও ন’হল!নৰেন্দ্ৰ মোডী চৰকাৰে স্মাৰ্ট চিটী প্ৰকল্পৰ বাবে আবন্টন দিয়া ৭৪৬ কোটি টকাৰে কি কাম কৰা হ’ল? @DainikAsam ২২-৪-২০২৬
JITENDRA K CHOUDHURY tweet mediaJITENDRA K CHOUDHURY tweet media
বাংলা
0
3
21
367
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
#উপামণি চৌধুৰীৰপৰা পায়েল নাথলৈ প্ৰাণ হেৰুৱালে ১৫ গৰাকীয়ে৷ক’লৈ যায় বানমুক্ত গুৱাহাটীৰ শ শ কোটি টকা৷কেৱল নলা-নৰ্দমা পৰিস্কাৰ কৰাৰ নামতে বছৰি ব্যয় হয় এশ কোটি টকা৷নলা পৰিস্কাৰ নহয় কিয়? নলা উন্মুক্ত হৈ থাকে কিয়? মহানগৰবাসীক আৰু কিমান দিন প্ৰতাৰণা কৰিব? ২০-৪-২০২৬ @DainikAsam
JITENDRA K CHOUDHURY tweet media
বাংলা
1
1
26
560
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
গাড়ীৰ ভিতৰত পানী সোমাইছিল৷আজি ৰ’দ দিয়াৰ বাবে গেৰেজত নিয়া ন’হল৷এবাৰ ১০ হাজাৰ টকা গৈছিল৷অৱশ্যে চৰকাৰেও বছৰি নলা-নৰ্দমা ছাফা কৰাৰ বাবে প্ৰায় ১০০ কোটি টকা খৰচ কৰে৷
JITENDRA K CHOUDHURY tweet media
বাংলা
1
1
30
708
Pranab Mahanta
Pranab Mahanta@PranabMahanta0·
@JITENDRAKCHOUDH @DainikAsam ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত Anjana Om Kashyap, Rubika Liyaquat , Chitra Tripathi..... আদিৰ চাল-চলন, কথা - বতৰা আদি দেখিলে কিন্তু দেশৰ নাৰী সকলৰ সামগ্ৰিক উন্নয়ন নোহোৱা যেন নালাগে দেই ! 🤔
বাংলা
1
0
1
39
JITENDRA K CHOUDHURY
JITENDRA K CHOUDHURY@JITENDRAKCHOUDH·
facebook.com/share/p/1BBDWW… ১৯৬৭ চনৰ পৰাই ১৪ লোকসভা,১২৬ বিধানসভা সমষ্টিতে আবদ্ধ অসমৰ ৰাজনীতি,ভোটাৰো ৫৪ লাখৰ পৰা বৃদ্ধি পাই হ’লগৈ ২.৫ কোটি৷৬০ বছৰে বৃদ্ধি পোৱা নাই ৰাজ্যৰ সমষ্টিৰ সংখ্যা৷ @DainikAsam ১৮-৪-২০২৬
JITENDRA K CHOUDHURY tweet mediaJITENDRA K CHOUDHURY tweet mediaJITENDRA K CHOUDHURY tweet media
বাংলা
3
1
12
429