Mon Mohan (মন মোহন)

6.3K posts

Mon Mohan (মন মোহন) banner
Mon Mohan (মন মোহন)

Mon Mohan (মন মোহন)

@MMGogoi

Science Enthusiast, Right wing, PhD Scholar @DibruUniv, Former faculty @Dibru_College, ট্ৰলিঙৰ গুৰু, মাজে মাজে কাহিনী লিখোঁ ঠিক এজেণ্ডাধাৰী চাংবাদিকৰ দৰে।

𑜉𑜢𑜤𑜂𑜫 𑜓𑜢𑜤𑜃𑜫 𑜋𑜤𑜃𑜫 Katılım Haziran 2021
431 Takip Edilen38 Takipçiler
Mon Mohan (মন মোহন)
शायद आपकी तपस्या में कुछ कमी रह गई।
Dr. Shama Mohamed@drshamamohd

Denied but not defeated . I respectfully urge my leader @rahulgandhi ji who I adore , respect & Admire to help the congress women of kerala . Out of the 92 tickets , only 9 tickets were given to women . In Lok Sabha of 24, only 1 woman was given out of the 16 tickets distributed. And if the woman happens to be talented , the situation is dire! Very very sad.

हिन्दी
0
0
0
17
Mon Mohan (মন মোহন)
জুবিন গাৰ্গ বিহীন ছমাহ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মাজতে হেৰাই যাব নেকি ন্যায়ৰ যুঁজখন। লাহে লাহে উদাসীনতাই বাহ পাতিছে দেখোন। #BelovedZubeen
বাংলা
0
0
0
11
Mon Mohan (মন মোহন)
তিনি গগৈৰ দুজনে মিঞাৰ ভোটত অসমীয়া হোৱাৰ সপোন দেখিছে। তৃতীয় গগৈয়ে পূৰ্বে পৰাজিত হোৱা দুয়োটা সমষ্টিৰ পৰা পলায়ন কৰি তৃতীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে।
বাংলা
0
0
0
10
Mon Mohan (মন মোহন)
চাৰ্বাক দৰ্শনৰ প্ৰণেতা বুলি দেৱগুৰু বৃহস্পতিক কোৱা হয়। বৃহস্পতিয়ে কি উদ্দেশ্যে এই দৰ্শনৰ সৃষ্টি কৰিছিল, তাৰ আঁৰত লুকাই আছে অভিসন্ধিৰ সূত্ৰৰ মূলমন্ত্ৰ।
P K Bhagawati@BhagawatiKr

“ খাওঁ পিও মৌজ মস্তি কৰোঁ ! ” খৃঃপূঃ ৭ ম শতিকামানতে সেই যুগৰ ব্ৰাহ্মণ্য ধৰ্মৰ কাৰুকাৰ্যত এদল লোক তীব্ৰভাবে অসন্তুষ্ট হৈছিল আৰু তেওঁলোকৰ অসন্তুষ্টিক প্ৰকাশ্যে প্ৰদৰ্শনো কৰিছিল ৷ এই সকলকে চাৰ্বাক দৰ্শনত বিশ্বাসী বুলি জনা যায় ৷ এক কথাত চাৰ্বাক দৰ্শনত বিশ্বাসী সকলে সোঁতৰ বিপৰীতে গৈ প্ৰচলিত হিন্দু ধৰ্মৰ কামকাজক প্ৰত্যাহ্বান জনাইছিল ৷ এই দৰ্শন নাস্তিকতা বাদী আছিল ৷ দৰ্শন দুবিধ - আস্তিক আৰু নাস্তিক ৷ বৌদ্ধ আৰু জৈন ধৰ্মৰ দৰ্শনো নাস্তিক আছিল ! ঈশ্বৰৰ অস্তিত্বক অস্বীকাৰ কৰিছিল ৷ চাৰু+ বাক = চাৰ্বাক অৰ্থাৎ ভাল কথা বতৰা কোৱা লোক ! চাৰ্বাকৰ এনেধৰণৰ কথাবোৰো কিছুৱে বৰ ভাল পাইছিল ৷ লোকায়তবাদী সকলো একে শাৰীৰ ! চাৰ্বাকৰ মতে মাটি পানী বায়ু আৰু জুই - এই চাৰিটাহে জগতৰ সমস্ত জীৱৰ সৃষ্টিৰ মূল হোতা ! পঞ্চভূত নহয় ! এই চাৰিবিধৰ বিয়োগ মানেই মৃত্যু ! দেহটোৱেই আত্মা ! আত্মাবুলি বেলেগে অজৰ অমৰ অদৃশ্য একো নাই ৷ দেখিলেহে লেখিবা seeing is believing দৰ্শনেই এওঁলোকৰ মূল কথা ৷ Hypothesis ক এওঁলোকে অগ্ৰাহ্য কৰিছিল ৷ পৰলোক চৰলোক চব মিছা এওঁলোকৰ মতে ৷ ইহলোকেই কেৱল সত্য ৷ মানুহ এবাৰ মৰিলে পুনৰ জনমৰ সম্ভাৱনা মিছা বুলি কয় ৷ বেদক ভণ্ড আখ্যা দিছিল চাৰ্বাক সকলে ৷ স্বৰ্গ মৰ্ত্য আদি ধাৰনাবোৰ ধূৰ্তলোকৰ সৃষ্টি ! যাগ যজ্ঞকো নিষ্ফল ক্ৰিয়া বুলি এওঁলোকে অভিহিত কৰিছিল ৷ এবাৰ মৃত্যু হ’লেই সকলো শেষ ! এতেকে , জীয়াই থকা দিন কেইটাত যি কৰিলে সুখ পোৱা যায় মানুহে তাকেহে কৰা উচিত ! সুখ লাভতেই পুৰুষাৰ্থ ! উত্তম খাদ্য ভোজন , উত্তম বস্ত্ৰ পৰিধান আৰু মৈথুনেই পুৰুষাৰ্থ লভিবৰ একমাত্ৰ উপায় ৷ Be merry while you live ! যাবৎ জীৱেৎ সুখং জীৱেৎ !! Eat drink and be merry ! ঋনং কৃত্বা ঘৃতং পিবেৎ - ধাৰলৈ টকা আনি হ’লেও ঘিউ মৌ খোৱা ভাই ! আজিৰ ভাষাত খাও পিও মৌজ মস্তি কৰো ভাই ! চাৰ্বাক দৰ্শনৰ কিবা পুথিপাজি আছিল নে নাই জনা নাযায় ৷ কিন্তু , সেই বেদৰ দিনতে এনেবোৰ তত্ত্বযে উলিয়াবলৈ সাহস কৰিছিল চাৰ্বাকে সেইটোহে আচৰিত লাগে ! পণ্ডিত মেক্সমুলাৰেও চাৰ্বাক দৰ্শন অধ্যয়ন কৰিছিল ৷

বাংলা
0
0
0
8
Mon Mohan (মন মোহন)
শিৱসাগৰত প্ৰদীপ হাজৰিকা? আটাছুৰ নেতৃবৰ্গই শিৱদৌলৰ ব্যৱস্থাপনাতে ব্যস্ত থাকিব নে মাত মাতিব? কংগ্ৰেছৰ দিনতো শিৱসাগৰ সমষ্টিত কেৱল আহোম প্ৰাৰ্থী দিয়া হৈছিল। শিৱসাগৰৰ মানু্হ হোৱাৰ পাছতো প্ৰয়াত অঞ্জন দত্তই আমগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল।
বাংলা
0
0
0
8
Mon Mohan (মন মোহন)
ৰাজধানীত গুপ্তা ডাঙৰীয়াৰ ৰাজত্ব হ'ব নেকি? অসমীয়া মানু্হ ৰাজধানীত নাই নেকি?
বাংলা
0
0
0
6
Mon Mohan (মন মোহন)
Now, media should recall the suicide note of former Chief Minister of Arunachal Pradesh late Kalikho Pul. One single note is enough to prove that the NCERT text is correct.
ANI@ANI

The Supreme Court has directed the Centre and all State governments along with all institutions receiving public funds, either partially or fully, to dissociate the chairperson of NCERT social science curriculum, Professor Michel Denino and his two other associate members who were behind the Sub-chapter in part 2 of the Class 8 NCERT Social Science textbook 'Corruption in the Judiciary', in any manner for the purpose of preparation of curriculum or finalisation of text book for the next generation. A bench led by the Chief Justice of India (CJI) Surya Kant also directed all of the aforesaid authorities to disassociate Professor Denino, along with his team, from the preparation and inclusion of the Chapter, from rendering any service in any institution, which would mean payment to them from public funds. “At the outset we have no reason to doubt that professor Michel Danino along with Ms Diwakar and Mr Alok Prasanna Kumar either does not reasonable knowledge about Indian judiciary or they deliberately knowingly misrepresented the facts in order to project a negative image of Indian judiciary before students of Class 8 who are at an impressionable age. There is no reason as to why such persons be associated in any manner with preparation of curriculum or finalisation of text book for the next generation. We direct union, all states, all institutions recieving state funds, to disassociate them from rendering any service which would mean payment to them from public funds”, the Court noted.

English
0
0
0
9
Mon Mohan (মন মোহন)
Dedicated to @RahulGandhi "किरायेदार ही थे, तभी तो LKM से बाहर फेंका है, मुग़ालते में मत रहिए, तिहाड़ भी आपके नसीब में है। इस मिट्टी में सबका खून शामिल है, सिर्फ़ गांधी और नेहरू का थोड़ी हैं। हिंदुस्तान को आपके भी बाप का नहीं है, तभी तो आप को भी ओकात में रहना है।
Uday Bhanu Chib@UdayBhanuIYC

Dedicated to Narendra Modi ji जो आज साहिब-ए-मसनद हैं, कल नहीं होंगे, किरायेदार हैं, ज़ाती मकान थोड़ी है। सभी का ख़ून है शामिल यहाँ की मिट्टी में, किसी के बाप का हिन्दुस्तान थोड़ी है। : राहत इंदौरी साहब

हिन्दी
0
0
0
9
Mon Mohan (মন মোহন)
मोहब्बत की दुकान का बड़ा है शोर, पर अंदर देखें तो खाली है ठौर। बातों में प्यार, भाषण में तंज, यही है राजनीति का नया सा प्रपंच। जीत से अंधे होने का जो आरोप लगाया, जनता ने हर बार ही जवाब सुनाया। दुकानें खोलने से नहीं बदलती तकदीर, फैसला तो जनता करती है हर एक तदबीर।
Supriya Shrinate@SupriyaShrinate

“राहुल गांधी ने खोली है मोहब्बत की दुकान क्योंकि नफ़रती लोगों को प्यार की ज़रूरत है और जीत ने अंध कर दिया है तुझे तुम्हें एक हार की ज़रूरत है” @BhadauriyaAnand बहुत खूब!

हिन्दी
0
0
0
6
Mon Mohan (মন মোহন)
By the way, in what capacity and what purpose, did @RahulGandhi take so much foreign trips, just like the HM @AmitShah mentioned. Rahul Gandhi was neither invited by any foreign governments nor he had any diplomatic purposes.
English
0
0
0
11
Mon Mohan (মন মোহন)
When former leaders like Manmohan Singh or Jawaharlal Nehru undertook foreign visits during parliamentary sessions, it was simply called diplomacy. So the issue clearly isn’t foreign trips; it’s that India’s global engagement today is far more visible and it seems to bother you.
English
1
0
0
4