NHM Kamrup Metropolitan

3K posts

NHM Kamrup Metropolitan banner
NHM Kamrup Metropolitan

NHM Kamrup Metropolitan

@MetroNhm

The official twitter handle of National Health Mission, Kamrup Metropolitan District, Assam.

Guwahati, India Katılım Nisan 2021
84 Takip Edilen4.1K Takipçiler
NHM Kamrup Metropolitan
NHM Kamrup Metropolitan@MetroNhm·
কামৰূপ মহানগৰ জিলাৰ মুঠ ৫ টা বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ তৃতীয়টো শিবিৰ ২৪-১০-২০২৫ তাৰিখে বৃহত্তৰ কাৰ্ছিয়া যোগদল খেলপথাৰত অনুষ্ঠিত হ’ব। সকলোৰে উপস্থিতি কাম‍না কৰা হ’ল। #susrushasetu #megahealthcamp @TheAshokSinghal @MoHFW_INDIA @DCKamrupMetro @nhm_assam
NHM Kamrup Metropolitan tweet media
বাংলা
0
0
0
54
NHM Kamrup Metropolitan retweetledi
Bijuli Kalita Medhi
Bijuli Kalita Medhi@Bijuli_KMedhi·
সু-স্বাস্থ্যই জীৱনৰ সৰ্বশ্ৰেষ্ঠ সম্পদ.. গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত চানমাৰীস্থিত অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আয়োজিত মেগা স্বাস্থ্য শিবিৰ"শুশ্ৰূষা সেতু"ৰ মাননীয় বিধায়ক শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ উপস্থিতিত অংশগ্ৰহণ কৰি শুভউদ্বোধন কৰোঁ।
Bijuli Kalita Medhi tweet mediaBijuli Kalita Medhi tweet mediaBijuli Kalita Medhi tweet media
বাংলা
0
1
5
124
NHM Kamrup Metropolitan
NHM Kamrup Metropolitan@MetroNhm·
কামৰূপ মহানগৰ জিলাৰ মুঠ ৫ টা বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ প্ৰথমটো শিবিৰ ১৪-১০-২০২৫ তাৰিখে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত অনুষ্ঠিত হ’ব। সকলোৰে উপস্থিতি কাম‍না কৰা হ’ল। #susrushasetu #megahealthcamp @TheAshokSinghal @MoHFW_INDIA @DCKamrupMetro @nhm_assam
NHM Kamrup Metropolitan tweet media
বাংলা
0
2
4
358
NHM Kamrup Metropolitan
NHM Kamrup Metropolitan@MetroNhm·
“সুস্থ নাৰী, সুস্থ পৰিয়াল” শীৰ্ষক অভিযানৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানৰ দৃশ্যাংশ আজি মহানগৰৰ ধীৰেণপাৰা এফ আৰ ইউত ডিজিটেল মাধ্যমৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়। @CMOfficeAssam @TheAshokSinghal @MoHFW_INDIA @DCKamrupMetro @diprokamrupm @nhm_assam
NHM Kamrup Metropolitan tweet mediaNHM Kamrup Metropolitan tweet mediaNHM Kamrup Metropolitan tweet mediaNHM Kamrup Metropolitan tweet media
বাংলা
0
1
2
78
NHM Kamrup Metropolitan
NHM Kamrup Metropolitan@MetroNhm·
ৰাজ‍্যত আজিৰ পৰা আৰম্ভ হোৱা “সেৱা-হি-সমৰ্পণ:সেৱা সপ্তাহ” ৰ অংশ ৰূপে আজি প্ৰথম দিনটোতেই জিলাখনত মুঠ ১১ টা বৃহৎ ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। @CMOfficeAssam @TheAshokSinghal @MoHFW_INDIA @DCKamrupMetro @nhm_assam
NHM Kamrup Metropolitan tweet mediaNHM Kamrup Metropolitan tweet mediaNHM Kamrup Metropolitan tweet mediaNHM Kamrup Metropolitan tweet media
বাংলা
0
0
1
48