Nayan Basumatary

51 posts

Nayan Basumatary banner
Nayan Basumatary

Nayan Basumatary

@Nayan09101996

🤞

Guwahati, India Katılım Mart 2018
207 Takip Edilen36 Takipçiler
Nayan Basumatary
Nayan Basumatary@Nayan09101996·
@TechnicalUltra Sir Facebook account block ho geya hain.... Get start option bhi nehi aa raha hain... Help sir... 🙏🙏
English
0
0
1
0
Nayan Basumatary
Nayan Basumatary@Nayan09101996·
@himantabiswa হৰে-কৃষ্ণ, হৰে-কৃষ্ণ, কৃষ্ণ-কৃষ্ণ, হৰে- হৰে হৰে-ৰাম, হৰে-ৰাম, ৰাম-ৰাম, হৰে-হৰে
বাংলা
0
0
1
0
Himanta Biswa Sarma
Himanta Biswa Sarma@himantabiswa·
নিষ্ঠাসহকাৰে কৰ্ম সম্পাদনৰ জৰিয়তে মনুষ্যই ঈশ্বৰৰ পৰম কৃপা লভিবলৈ সক্ষম হয়। अपने कर्म को निष्ठां से सम्पूर्ण करने से मनुष्य ईश्वर की परम कृपा को लाभ करने में सक्षम होता हैं।
46
156
1K
0
Nayan Basumatary
Nayan Basumatary@Nayan09101996·
@Priya35828782 সময়ৰ অভাব নে.... অন্য কোনো কাৰণ
বাংলা
0
0
1
0
Priya
Priya@Priya35828782·
বিগত কিছু দিনৰ পৰা অনুভৱ কৰিছো এটা যেন বৃত্তৰ ভিতৰতে আৱদ্ধ হৈ আছো...... আগতে ২ দিনত শেষ কৰিব পৰা কিতাপবোৰ আজিকালি সপ্তাহ, কেতিয়াবা মাহো লাগি যায়.... পাহৰি যাও কি আছিল আগৰ অধ্যায়ত... ক'ত শেষ কৰিছিলো.... ২ঘণ্টাত চাই শেষ কৰিব পৰা চিনেমাবোৰ শেষ কৰিবলৈও দুদিন, তিনিদিন লাগি যায়....
Priya tweet media
বাংলা
20
5
131
0
Gargee Kashyap
Gargee Kashyap@KashyapGargee·
বানপানীৰ সময়ত চিপছ অতি উত্তম আহাৰ বুলি ঘোষণা কৰা পাছত এনেদৰে দেখা পোৱা গৈছে। পিছে ভিতৰত যিয়ে নাথাকক, পেকেট ডাঙৰ হব লাগে। #photoSession #assamfloods
Gargee Kashyap tweet media
বাংলা
20
9
181
0
Dikshita Boruah
Dikshita Boruah@DikshitaBoruah5·
"চাকৰীটো পাই গ'লে দেউতাক আৰু কাম কৰিব নিদিওঁ" এই সপোন বুকুত লৈ জীয়াই আছে মধ্যবিত্ত পৰিয়ালৰ হাজাৰজন সন্তান🥀
বাংলা
20
17
360
0
Nayan Basumatary
Nayan Basumatary@Nayan09101996·
@DhrubaneelA এও আকৌ নিউজত কয়... সেয়া হেনু বেবি ফুড
বাংলা
0
0
0
0
DHRUV CHANGMAI
DHRUV CHANGMAI@DhrubaneelA·
বান সাহায্যৰ নামত দুইপেকেট Chips আৰু এটা পানী বটল। কি আচৰিত মানুহ এইজন।
DHRUV CHANGMAI tweet mediaDHRUV CHANGMAI tweet media
বাংলা
9
2
45
0
nang_chandika 🌻
nang_chandika 🌻@boruah_chandika·
আমি জীৱনত বহু মানুহেই লগ পাওঁ, কিন্তু....... কোনোবা এজন বিশেষ থাকে; যাক দেখিলে আমাৰ শৰীৰত এক বিশেষ শিহৰণ অনুভৱ হয়। 🥀 যিয়ে পৃথিৱীখন ৰঙীন কৰি তোলে.....।🌈✨
Nagaon, India 🇮🇳 বাংলা
18
5
145
0
Nayan Basumatary
Nayan Basumatary@Nayan09101996·
@DhrubaneelA অকল এইটোৱে পাইছে নে.... লাইফ জ্যাকেট পিন্ধি নাওঁত উঠি যোৱাটোও দেখিছে 😁
বাংলা
0
0
4
0
DHRUV CHANGMAI
DHRUV CHANGMAI@DhrubaneelA·
ভক্তসকলে তৰুন গগৈ ডাঙৰীয়াক হাহিছিল হেলিকপ্টাৰত উঠি বানপানী চাইচিল বুলি। এইজন কোন তেন্তে?
DHRUV CHANGMAI tweet media
বাংলা
13
6
87
0
Pratibha Gogoi
Pratibha Gogoi@PratibhaGogoi·
জীৱনে দিছে কিছু অপ্ৰাপ্তিৰ দোমোজা। তাকে সেইদিনা কৈছোঁ কাৰোবাক, বোলো প্ৰাপ্তিৰ হিচাপ লৈ লৈ ভাগৰি পৰাতকৈ অপ্ৰাপ্তিৰ ল' । অন্ততঃ নিৰ্ভেজাল মৰম কিছুমান কঢ়িয়াই সুখী থাকিব পাৰিবি । #জীৱন_সঁচাকৈ_বৰ_অনুপম 💙
Pratibha Gogoi tweet media
Assam, India 🇮🇳 বাংলা
3
2
143
0
Himanta Biswa Sarma
Himanta Biswa Sarma@himantabiswa·
আজি জনতা ভৱনত আয়োজিত এক অনুষ্ঠানত অ-বড়ো ৰাইজৰ স্বাৰ্থত জীৱন আহুতি দিয়া ১৮গৰাকী ব্যক্তিৰ নিকটাত্মীয়ক ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰোঁ ৷ আগন্তুক ১০টা বছৰত বড়োভূমিত বিকাশৰ গংগা ব'ব লাগিব৷ অঞ্চলটোৰ অতি পিছপৰা ঠাইসমূহত পথ, দলং আদি নিৰ্মাণৰ উদ্যোগ লোৱা হ'ব ৷
Himanta Biswa Sarma tweet mediaHimanta Biswa Sarma tweet mediaHimanta Biswa Sarma tweet mediaHimanta Biswa Sarma tweet media
বাংলা
17
83
659
0
Dr. Madhumita Saikia
Dr. Madhumita Saikia@Madhumita106·
মানুহে প্ৰশ্ন কৰে: কাক ভোট দিব? কোন পাৰ্টিক ভোট দিব? মোৰ simple উত্তৰ - যদি মই ভোট দিয়া পাৰ্টিটো জিকিব লাগে তেনে যি পাৰ্টিত @himantabiswa Sarma আছে সেইটো পাৰ্টিক ভোট দিব লাগিব। কিবা আছে মানুহ জনৰ , যতে থাকে তাতে জিকে।মিছা কলে কিদাল হ'ব ??? নহয় যদি মোক শুধৰাই দিব।
বাংলা
21
4
135
0
Nayan Basumatary
Nayan Basumatary@Nayan09101996·
@Diganta82288504 আপুনি গোটেই কথাখিনি জানে নে... মই ভালদৰে গমেই পোৱা নাই
বাংলা
0
0
1
0
Diganta Borah
Diganta Borah@Diganta82288504·
আনন্দ মিশ্ৰক বদলিৰ নিৰ্দেশ দিয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। সস্তীয়া চেলিব্ৰেটি হ'বলৈ চেষ্টা কৰিলে এনেকুৱাই হয়। #ThankyouHCM
বাংলা
30
11
169
0
Nayan Basumatary
Nayan Basumatary@Nayan09101996·
@PujaBor52933746 লাহে লাহে গাঁৱলীয়া সামাজিকতা কমিব ধৰিছে কিজানি 😕
বাংলা
0
0
0
0
Puja Borah🇮🇳
Puja Borah🇮🇳@PujaBor52933746·
আমাৰ গাঁৱলীয়া সমাজৰ মানুহবোৰ বেছি শিক্ষিত আৰু বেছি ধনী ন'হব পাৰে কিন্তু ওচৰৰ কোনোবা বিপদত পৰিলে অকলে এৰি নিদিয়ে,নিজৰে বিপদ বুলি সমাধান কৰিবলৈ আগুৱাই আহে ।
বাংলা
39
6
244
0