NEBharat24

8.9K posts

NEBharat24 banner
NEBharat24

NEBharat24

@NeBharat24

NEBharat24 is an Assamese digital media platform based in Guwahati, Assam. We bring you the latest and updated news from Assam and North Eastern part of India.

Katılım Nisan 2024
0 Takip Edilen30 Takipçiler
NEBharat24
NEBharat24@NeBharat24·
📌দিল্লীত ব্ৰেক ফেইল হোৱা এখন বাছ অতি চতুৰালিৰে এইদৰে ৰখাই যাত্ৰীৰ প্ৰাণ বচালে এজন চালকে #nebharat24 #nebharat24digital #AssamNews
NEBharat24 tweet mediaNEBharat24 tweet media
বাংলা
0
0
0
0
NEBharat24
NEBharat24@NeBharat24·
📌খোজকাঢ়ি-কেবত উঠি ইন্ধন ৰাখি কৰিছে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে #nebharat24 #nebharat24digital #AssamNews
বাংলা
0
0
0
1
NEBharat24
NEBharat24@NeBharat24·
📌লোকসেৱা ভৱনত লোকসেৱাৰ কামত পুনৰ ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা #nebharat24 #nebharat24digital #AssamNews
NEBharat24 tweet media
বাংলা
0
0
0
1
NEBharat24
NEBharat24@NeBharat24·
📌কৰ্ণাটকৰ ডুবাৰে এলিফেন্ট কেম্পত দু*ৰ্ঘ*ট*না 📌পৰ্যটকৰ হাতীৰ মাজত দুৰ্বাদল যুদ্ধ 📌এগৰাকী ৩৩ বছৰীয়া পৰ্যটকৰ কৰুণ মৃ*ত্যু #nebharat24 #nebharat24digital #AssamNews
বাংলা
0
0
0
1
NEBharat24
NEBharat24@NeBharat24·
📌বৰক্ষেত্ৰীত জনজাতীয় লোকৰ উন্নয়নৰ বাবে জনভাগীদাৰী অভিযান #nebharat24 #nebharat24digital #AssamNews
বাংলা
0
0
0
1
NEBharat24
NEBharat24@NeBharat24·
📌দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহা ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ ভূটানৰ প্ৰতিনিধিৰ #nebharat24 #nebharat24digital #AssamNews
NEBharat24 tweet mediaNEBharat24 tweet media
বাংলা
0
0
0
2
NEBharat24
NEBharat24@NeBharat24·
📌এসময়ৰ নক্সালবাদীৰ ঘাটি বাস্তাৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ক'লে- ভাৰত আজি নক্সালমুক্ত #nebharat24 #nebharat24digital #AssamNews
NEBharat24 tweet media
বাংলা
0
0
0
2
NEBharat24
NEBharat24@NeBharat24·
📌সাম্প্রতিক পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক 📌অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠক 📌বজাৰ স্থিতাৱস্থাত ৰখাৰ ওপৰত গুৰুত্ব মুখ্যমন্ত্ৰীৰ 📌যিকোনো অস্বাভাৱিক দামবৃদ্ধিৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা ড০ শৰ্মাৰ 📌জিলা আয়ুক্তৰ নেতৃত্বত ৩-৪ দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ নিৰ্দেশ 📌সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা-পাইকাৰী দাম প্ৰদৰ্শন কৰাটো বাধ্যতামূলক 📌অস্বাভাৱিক দামবৃদ্ধিৰ কৰিলে বাতিল হ'ব ট্রেড লাইচেঞ্চ 📌জিলা আয়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাবোৰৰ মাজত সাপ্তাহিক পর্যালোচনা বৈঠকৰো নিৰ্দেশ 📌অস্বাভাৱিক দামবৃদ্ধি ধৰা পেলোৱাৰ বাবে তীব্ৰতৰ কৰিব অভিযান এলপিজি চিলিণ্ডাৰ বিতৰণত আসোঁৱাহ দূৰ কৰিবলৈও বিশেষ ব্যৱস্থা 📌প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ 📌ৰাইজৰ সমস্যাক অগ্ৰাধিকাৰ ভিত্তিত সমাধান কৰি যোৱাৰ প্ৰতিশ্ৰুতি ড০ শৰ্মাৰ #nebharat24 #nebharat24digital #AssamNews Himanta Biswa Sarma
NEBharat24 tweet mediaNEBharat24 tweet mediaNEBharat24 tweet media
বাংলা
0
0
0
2
NEBharat24
NEBharat24@NeBharat24·
📌পঞ্জাৱত ভেজাল গাখীৰ-পনীৰৰ বিৰুদ্ধে প্ৰতিবাদ 📌অমৃতসৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ জনতাৰ #nebharat24 #nebharat24digital #AssamNews
NEBharat24 tweet mediaNEBharat24 tweet mediaNEBharat24 tweet media
বাংলা
0
0
0
2