
আমাৰ প্ৰথম @MyfirstBitcoin_ cohort ৰ সফল পৰিসমাপ্তিৰ পিছত আজি ১৬ মাৰ্চ তাৰিখে চাৰ্টিফিকেট সমূহ বিতৰণ কৰা হয়। মুঠ ১৩ গৰাকী অংশগ্ৰহণকাৰীৰ ভিতৰত ৪ গৰাকীয়ে আজি এই চাৰ্টিফিকেট লাভ কৰিবলৈ সক্ষম হয়। উত্তীৰ্ণ আটাইলৈকে ৰিক্ত সংহতিৰ তৰফৰ পৰা অশেষ শুভ কামনা জ্ঞাপন কৰিলোঁ 🎉


















