Rajesh Ram Phookan
34.7K posts

Rajesh Ram Phookan retweetledi

A historic dawn for West Bengal!
The people of Bengal have decisively voted for development and placed their full trust in Hon'ble PM Shri @narendramodi ji, completely rejecting the TMC’s politics of corruption, violence & appeasement. This phenomenal mandate is a true tribute to the sacrifices & unwavering courage of our countless karyakartas who endured brutal violence but never let the saffron flag fall.
Heartiest congratulations to every karyakarta of @BJP4Bengal for this monumental achievement. A new era of peace and progress begins today.

English

“People’s trust, officially honoured.” ✍️
Grateful to receive the official victory certificate as NDA candidate from Bhawanipur–Sarbhog in #AssamAssemblyElection2026.
Humbled by the mandate, committed to serve with even greater dedication and responsibility.

English

@RanjeetkrDass @narendramodi @AmitShah @NitinNabin @himantabiswa @DilipSaikia4Bjp @BJP4Assam @BJP4India Congratulations and best wishes 🙏
English

#8PM
#Election2026
##ElectionResult2026
'ৰাইজ কিবা ক'ব লাগিব নেকি ?' বুলি অৱতীৰ্ণ হোৱা ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত খুমটাই সমষ্টিৰ পৰা মুঠ ৯১১২৭ টা (৬২.৭২%) ভোট প্ৰদানেৰে মোক জয়লাভ কৰোৱাত ৰাইজৰ এই মৰম আৰু জনাদেশত মই অভিভূত হৈছোঁ।
এইবাৰৰ নিৰ্বাচনী প্ৰচাৰত মই নিজকে এক বিশেষ ধৰণে পৰীক্ষা লৈছিলোঁ। খুমটাই সমষ্টিত আমাৰ নাছিল এটাও নিৰ্বাচনী কাৰ্যালয়,নাছিল বেনাৰ-পোষ্টাৰ,নাই বাইক-গাড়ীৰ ৰেলী,অনুষ্ঠিত কৰা নহ'ল সৰু-বৰ এখনো সভা। খোজকাঢ়ি,চাইকেল চলাই ভ্ৰমণ কৰিছিলো সমগ্ৰ সমষ্টি । সাধাৰণভাৱে ৰাইজৰ মাজলৈ গৈ তেওঁলোকক নিজৰ ইচ্ছা আৰু বিবেক অনুসৰি ভোট প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিলোঁ।
আজি ভোটগণনাৰ দিনটোতো ২৫ বছৰ অনুৰ্ধৰ অৰাজনৈতিক যুৱক-যুৱতীক Counting Agent হিচাপে নিয়োজিত কৰি ৰাজনীতিৰ প্ৰতি আকৰ্ষিত কৰাৰ যত্ন কৰিলোঁ ।
খুমটাই সমষ্টিবাসী প্ৰতিজন লোকক মই হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছোঁ। এই বিশ্বাস আৰু মৰমে মোৰ দায়িত্ব দুগুণে বৃদ্ধি কৰিলে আৰু আগন্তুক দিনবোৰত ৰাইজৰ সেৱাত অধিক নিষ্ঠাৰে কাম কৰাৰ প্ৰেৰণা যোগালে।
এই আপাহতে মোক ভোট প্ৰদান নকৰা সকলোকো সমান মৰম আৰু শুভেচ্ছা জনাইছোঁ। সকলোৰে সহযোগিতা আৰু একতাৰ মাজেৰেই আমাৰ খুমটাই সমষ্টি অধিক উন্নত আৰু শক্তিশালী হৈ উঠিব বুলি মোৰ দৃঢ় বিশ্বাস।
(সকলোৰে শুভেচ্ছা অন্তৰৰ পৰা গ্ৰহণ কৰিছোঁ । ফোন,Whats App যোগে শুভেচ্ছা নজনাবলৈ কাতৰ অনুৰোধ জনাইছোঁ )Pap l ol

বাংলা

@Mrinal_MLA আপুনি গুৱাহাটীৰ পৰা প্ৰতিদ্বন্দিতা কৰিলেও জয়লাভ কৰিব।আপোনাৰ আৰু শ্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াৰ প্ৰতি অসমৰ ৰাইজৰ মৰম, শ্ৰদ্ধা আছে। শুভেচ্ছা থাকিল 🙏
বাংলা

@BidyutB68091021 @SouleFacts Assamese people can't support a Miya backed candidate.
English

@SouleFacts She should hv won. We can't digest a non Assamese in our constituency.
English

Hon'ble PM Shri @narendramodi ji addresses karyakartas at BJP HQ, New Delhi. Watch Live! twitter.com/i/broadcasts/1…
English

@RamPhookan Thanks a lot Rajesh!! Wish you the same! 😊✌️✌️🎉🧡
English

@right9Oangle अब गैंडा काजीरंगा में अपने परिवार के साथ रहेगा
हिन्दी

@AlongImna बेचारे EVM को बेवजह गाली सुनना परता है 😭 मेरा सहानुभूति सभी EVM के साथ है 🙏
हिन्दी

@Mrinal_MLA আপুনি পুনৰবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাত আনন্দিত হৈছো। অভিনন্দন গ্ৰহণ কৰিব🙏🪷🪷🪷🪷🪷🪷🪷🪷🪷🪷🪷🪷🪷🪷🪷🪷🪷
বাংলা

#Election2026
#ElectionResult2026
ভোটগণনা কেন্দ্ৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ...
Towards Counting Centre…



বাংলা

@sarat65neog হয় ছাৰ। এইবাৰ অসমৰ নিৰ্বাচনত মিঞা ভোটৰ প্ৰভাৱ নপৰিল,ই এক শুভ বাৰ্তা বহন কৰিছে।
বাংলা

@RamPhookan হিতেন গোস্বামীয়ে গৌৰৱ গগৈক ২১ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰে।
বাংলা














