Rasmi ZG

517 posts

Rasmi ZG banner
Rasmi ZG

Rasmi ZG

@Rasmi_ZG

মই জুবিনৰ দেশৰ ছোৱালী🥰🥰 *কিতাপ পঢ়ি ডিগ্ৰী অৰ্জন কৰিলেই মানুহ শিক্ষিত নহয়। মানৱিক জ্ঞান আহৰণ কৰাটোও শিক্ষাৰ অংগ*

Katılım Mayıs 2025
19 Takip Edilen125 Takipçiler
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
ইতিহাসে কয় অহ্ংকাৰীবোৰ অকাল বিয়োগ হৈছে, যেনে -ৰাৱণ, দুৰ্যোধন, মহিকাসুৰ,কংস, হিৰণ্যকশিপুৰ আদি।
বাংলা
0
0
1
36
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
নিৰ্বাচনী বিধি উলংঘন কেৱল বিৰোধী দলৰ মানুহেই কৰে নেকি..? হিংসা বেছি হোৱা যেন লাগিছে এইবাৰ। পতনৰ আগজাননী পাইছে নেকি...?
বাংলা
1
0
2
76
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
পাকিস্তানৰ মধ্যস্থতাত আমেৰিকা আৰু ইৰানৰ মাজৰ শান্তি আলোচনাত ভক্তসকলৰ বাপেকো হেনু গৈছে। চাহ,চিঙৰা আৰু পকৰি যোগান ধৰাৰ বাবে। 😃
বাংলা
0
0
6
104
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
আজি সমাজ ব্যবস্থাৰ দেখি এনে লাগিছে অপৰাধীক পক্ষত সৰহভাগ মানুহ আছে। সৎ মানুহক কেনেকৈ দমন কৰিব পাৰি এচাম মানুহে উঠিপৰি লাগে। এইদৰে আমি আমাৰ সন্তান বোৰক এনে এখন সমাজত কিদৰে থৈ যাম??
বাংলা
0
0
1
49
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
এইবাৰ প্ৰতিদিন আৰু ডি ৱাইৰ মালিকক মই শেষ কৰিম ৰাজনৈতিক আৰু বৌদ্ধিক ভাৱে ⚡:হিমন্তবিশ্ব শৰ্মা... ⚡ শাসকেই যদি এনে কথা কয় .. ভৱিষ্যত প্ৰজন্মই কি শিকিব ইয়াৰ পৰা। কিবা থাকিলে আইনৰ দ্বাৰাই কৰাওক.. ইমান আক্ৰোশমূলক বক্তব্য কিয় ? শোভা নাপায় এনে কথা।
বাংলা
3
0
24
701
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
এতিয়া হত্যা হিংসাৰে অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি কৰিব হিটলাৰে! স্বেচ্ছাচাৰীতাৰ চৰম নিদৰ্শন! এয়া ৰাষ্ট্ৰপতি শাসন নে মিলিটাৰী শাসন চলিছে নে জৰুৰীকালীন অৱস্থা 😡
Rasmi ZG tweet media
বাংলা
0
2
16
433
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
@AnupLuku Mur kuono priyo dol nai congress t atiyao Rokibul bola Gor tu aase heituk beya pau Jakir Hussain sikdar dekhile khong uthe ... Tenekoi AIDUF r dol tu binakh huwatu kamona koru okhantir BJP raaj beya pau reason hol Dhormor namot Rajneeti korile dekh khon aagbaribo nuaribo
Indonesia
0
0
1
34
Anup
Anup@AnupLuku·
@Rasmi_ZG Ji bujilu Apunar priyo dol tu haribo bor beyakoi 🫢
हिन्दी
1
0
1
35
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
ভোট দানৰ দিনটো যোৱাৰ পিছত মনটো কিবা এটা পাতল পাতল লাগি আছে.. নেতা হ’ব কোনোবা. Fortuner ত ঘূৰিব কোনোবাই ac ৰুমত থাকিব কোনোবা. Tension, কাজিয়া, যুক্তি-তৰ্কবোৰত Busy আমি
বাংলা
4
1
29
943
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
বুজাই বুজিব নুবুজায় reels চাব
Rasmi ZG tweet media
বাংলা
11
30
187
6.6K
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
RSS প্ৰধান মোহন ভাগৱতে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ তিনিখন দেশৰ Passport থকা আৰু আমেৰিকাত ৫২ হাজাৰ কোটিৰ বিনিয়োগৰ বিষয়টো তদন্ত কৰিবলৈ দাবী জনাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছে। এতিয়া ভাগৱতক কি কৰিব মুখ্যমন্ত্ৰীয়ে?🫣🧐
বাংলা
4
1
20
1.3K
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
যোৱা কালি নিৰ্বাচন শেষ হল। আৰু আজি ভণ্ড শ্যাম কানু জামিন আবেদন দাখিল কৰিলে। হয়তো জামিনো লাভ কৰিব। একমাত্ৰ নিৰ্বাচনত প্ৰভাৱ পৰিব বুলি ভণ্ড কেইজনক নিৰ্বাচনৰ আগত জামিন আবেদন উঠাই লবলৈ যে দিয়া হৈছিল সেইয়া হয়তো কিছুমানে এতিয়া বুজি পাব।😊
Rasmi ZG tweet media
বাংলা
4
2
29
1K
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
বি জে পি ৰ দালাল কেইটাক সুধিছো অসম খন বাংলাদেশী হব তহতে বি জে পি ক ভোট দিবি পিছে অসম খন যদি বিহাৰ হৈ যায় তেতিয়া অসমীয়াৰ অস্তিত্ত্ব থাকিব নে দালাল তথা অন্ধ ভক্ত সকল
বাংলা
9
1
26
858
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
দম আছে যদি জুবিন দাৰ ন্যায় দি দেখাওক। যদি পাতল যাব পাৰে তেন্তে চিংগাপুৰ গৈ কিয় তদন্ত কৰিব নোৱাৰে। নিজৰ পৰিয়াল হলে ইমান খৰ ধৰ আৰু বেলেগৰ হলে লেহেম। নিজে যাক যি মন যায় কব পাৰে আৰু তাক কলে গা জ্বলে।
বাংলা
1
0
1
156
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
জুবিন দাৰ অপৰাধী কেইটাক ইমান ততাতৈয়াকৈ এৰেষ্ট কৰা হলে ছাগে চাৰ্জশ্বীট খন আৰু মজবুত হলে হয়।। সেইটোকে নকৰি পূজা চুটি দিছিল।। আইন সকলোৰে বাবে সমান নামত হে হৈ আছে।। #JusticeForZubeenGarg
বাংলা
0
0
2
135
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
অসম পুলিচ অকল মন্ত্ৰী এম এলেৰ ঘৈণীয়েক জিয়েকৰ বাবেহে নেকি ? সাধাৰন মানুহৰ বাবে নহয় নেকি ? কুংকি চোধুৰীৰ FIR খনৰ ওপৰত এক্সন নললে কিয় ?
বাংলা
1
6
33
778
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
@JagadishDeka4 মোক চাকৰিৰ প্ৰয়োজন নাই। মই নিজৰ মালিক তই কৰা ৰিনিকিৰ লেট্ৰিন চাফাইৰ কাম এটা খালী আছে বুলি শুনিছো।
বাংলা
0
0
0
13
I'm Jagadish
I'm Jagadish@JagadishDeka4·
@Rasmi_ZG অলপ পঢ়া শুনা কৰিলে চাকৰি এটাকে ল'ব পাৰিলা হয়
বাংলা
1
0
1
14
Rasmi ZG
Rasmi ZG@Rasmi_ZG·
তেওঁ আমাক গৰু, গৌৰৱ ,মিঞা, ১২৫০ টকাত ব্যস্ত ৰাখি বিদেশত ৫৬ হাজাৰ কোটি সম্পত্তি বনাই ল'লে। প্ৰণামো তোমাক 🙏
বাংলা
3
5
43
918