



আচৰিত কথাটো হ’ল যে কালি জুবিন গাৰ্গৰ ছমহীয়াৰ এই বিশেষ দিনটোত তেওঁৰ গাৰ ছাঁৰ দৰে লাগি থকা মাৰ্ঘেৰিটাই বিজেপি কাৰ্যালয়ৰ ৫০১ নং কোঠাত বহি Fake account ৰ পৰা জয়ন্ত দাসৰ ভিডিঅ’ৰ fake poster বনোৱাত ব্যস্ত আছে৷ আজিলৈকে মাৰ্ঘেৰিটাই জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত অলপো লাগিব নোৱাৰিলে।













