
যোৱানিশা লক্ষীমপুৰত অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্য্যালয়ত দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহনা দিছোঁ।সংবাদ মাধ্যম আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কৰা এনে আক্ৰমণ কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।চৰকাৰে দোষীক অনতিপলমে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰক।
এদিন পূৰ্বে একেখন জিলাত নিউজলাইভ ৰ সাংবাদিক ৰবীন্দ্ৰ উপাধ্যায়ৰ ওপৰত দুৰ্বৃত্তই কৰা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছোঁ।চৰকাৰে দোষীক অনতিপলমে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰক।
@CMOfficeAssam
@HardiSpeaks
@NewsLiveGhy
@pratidinasomiya
বাংলা
















