Shrinkhal Chaliha@ShrinkhalC·25 Mayগণতন্ত্ৰত ক্ষমতা চিৰস্থায়ী নহয় আৰু ৰাজনীতিত ভাল সময় কাৰো বাবেই সংৰক্ষিত নহয়৷ৰাজনীতি কৰা কোনোবাই যদি ভাৱে তেওঁ জনগণৰ উৰ্দ্ধত তেন্তে তেওঁৰ দম্ভ অহংকাৰ আৰু ক্ষমতাৰ উন্মাদনাই সুৰক্ষিত কৰিব নোৱাৰে তেওঁৰ সিংহাসন lÇevir বাংলা30130