Sibu Misra

14 posts

Sibu Misra banner
Sibu Misra

Sibu Misra

@SibuMisra

Official Twitter Account of 92 Lumding Constituency MLA Shri Shibu Misra.

Lumding, Assam, India Katılım Ekim 2017
23 Takip Edilen224 Takipçiler
Sabitlenmiş Tweet
Sibu Misra
Sibu Misra@SibuMisra·
My heartiest congratulations to Dr. @himantabiswa da on being sworn-in as the Chief Minister of Assam. Under your able leadership I wish Assam would reach its new heights of Development and prosperity.
Sibu Misra tweet media
English
7
6
93
0
Sibu Misra
Sibu Misra@SibuMisra·
সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বৰ্ষটোৱে সকলোৰে বাবে কঢ়িয়াই আনক সুখ, সমৃদ্ধি আৰু আশাৰ বতৰা। #HAPPYNEWYEAR2022
Sibu Misra tweet media
বাংলা
1
0
8
0
Sibu Misra
Sibu Misra@SibuMisra·
প্ৰাক্তন প্ৰধানমন্ত্ৰী, যুগদ্ৰষ্টা, মহীৰূহ , ভাৰত ৰত্ন শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ী দেৱৰ ৩য় মৃত্যু বাৰ্ষিকীক তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো।
Sibu Misra tweet media
বাংলা
0
0
8
0
Sibu Misra retweetledi
Narendra Modi
Narendra Modi@narendramodi·
অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰী হোমেন বৰগোহাঞি স্মৰণীয় হৈ ৰ'ব। তেওঁৰ কৰ্মৰাজিয়ে অসমীয়া জনজীৱন আৰু সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰিছিল। তেওঁৰ দেহাৱসানে মৰ্মাহত কৰিছে। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছো। ঔম শান্তি।
বাংলা
607
1.8K
13.6K
0
Sibu Misra retweetledi
Himanta Biswa Sarma
Himanta Biswa Sarma@himantabiswa·
I congratulate Rabindra Nath Tagore University in Hojai for having upgraded its infra over time, in its pursuit of providing quality education to students. Inaugurated the Administrative Building at the university premises today, in presence of MLAs Siladitya Dev & @SibuMisra.
Himanta Biswa Sarma tweet mediaHimanta Biswa Sarma tweet mediaHimanta Biswa Sarma tweet mediaHimanta Biswa Sarma tweet media
English
30
58
477
0
Sibu Misra retweetledi
Amit Shah
Amit Shah@AmitShah·
যশস্বী গায়িকা অৰ্চনা মহন্তৰ বিয়োগত দুঃখিত হৈছোঁ। তেখেতে আছিল অসমৰ লোকসংগীতৰ এগৰাকী প্ৰখ্যাত শিল্পী। তেখেতৰ অমিয়া কণ্ঠই বিশ্বৰ বিভিন্ন প্ৰান্তৰ শ্ৰোতাক সদায়েই মন্ত্ৰমুগ্ধ কৰি ৰাখিব। এই শোকৰ মুহূৰ্তত অৰ্চনা মহন্তৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ। ঔঁ শান্তি
বাংলা
515
1.5K
11.6K
0
Sibu Misra
Sibu Misra@SibuMisra·
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত নিবেদিলো ।
Sibu Misra tweet media
বাংলা
0
1
8
0
Sibu Misra
Sibu Misra@SibuMisra·
প্ৰাক্তন প্ৰধানমন্ত্ৰী, যুগদ্ৰষ্টা, মহীৰূহ , ভাৰত ৰত্ন শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ী দেৱৰ ২য় মৃত্যু বাৰ্ষিকী উপলক্ষে কালি তেখেতক একাজলি শ্ৰদ্ধাঞ্জলিৰে সোঁৱৰিছো। @sarbanandsonwal @himantabiswa @RanjeetkrDass @PhanindranathS3
Sibu Misra tweet mediaSibu Misra tweet mediaSibu Misra tweet media
বাংলা
0
1
7
0
Sibu Misra retweetledi
Narendra Modi
Narendra Modi@narendramodi·
Replacing 10+2 structure of school curricula with a 5+3+3+4 curricular structure will benefit the younger children. It will also be in tune with global best practices for development of mental faculties of a child. There are reforms in school curricula and pedagogy too.
English
229
3.1K
13.9K
0
Sibu Misra retweetledi
Ranjeet Kumar Dass
Ranjeet Kumar Dass@RanjeetkrDass·
স্বাধীনতা আন্দোলনৰ অন্যতম সক্ৰিয় নেতা, বিশিষ্ট লেখক, সুদক্ষ বক্তা দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াক তেখেতৰ স্মৃতিদিৱসত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।
Ranjeet Kumar Dass tweet media
বাংলা
9
52
213
0
Sibu Misra
Sibu Misra@SibuMisra·
অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা জাতীয় নায়ক মাননীয় @sarbanandsonwal ডাঙৰীয়াক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।
বাংলা
0
1
6
0