TIME8 News@TIME8News·1h-৪০ নং টিহু বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী চন্দ্ৰ মোহন পাটোৱাৰীৰ হৈ কৈঠালকুছিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ অভিযান #assamÇevir বাংলা0003
TIME8 News@TIME8News·1h-‘পশ্চিম বংগত বিজেপি হাৰিলে হিন্দুৰ অস্তিত্ব সংকটত’; মিথুন চক্ৰৱৰ্তীৰ বিস্ফোৰক মন্তব্য #mithunchakrabortyÇevir বাংলা0004
TIME8 News@TIME8News·1h-'লুৰিণজ্যোতি গগৈয়ে উত্তৰ দিয়ক তেওঁ কুংকী চৌধুৰীৰ ঘৰত বহি বিশেষ মাংস লৈছিল নেকিঃমুখ্যমন্ত্ৰী #himantabiswasarmaÇevir বাংলা0004
TIME8 News@TIME8News·1h-অভয়াপুৰীৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত হাজাৰ হাজাৰ লোকৰ সমাগম। মুখ্যমন্ত্ৰীক হিয়া উজাৰি মৰম দিলে অভয়াপুৰীৰ ৰাইজে #assamÇevir বাংলা0003
TIME8 News@TIME8News·1h-কংগ্ৰেছৰ জালিয়াতি ফাদিল! মুখ্যমন্ত্ৰীৰ ৭টা মোক্ষম প্ৰত্যুত্তৰ... #assamÇevir বাংলা0006
TIME8 News@TIME8News·1h-পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে তিনিখন দেশৰ পাছপৰ্ট ৰখা বুলি কংগ্ৰেছে অনা অভিযোগৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ #himantabiswasrmaÇevir বাংলা0002
TIME8 News@TIME8News·1h-'চুমা বাবা অখিল গগৈ, মই নহয়, কাৰণ মই চুমা নাখাও মানুহে মোক ওলোটাই চুমা খায়ঃ মুখ্যমন্ত্ৰী #himantabiswasramaÇevir বাংলা0002
TIME8 News@TIME8News·2h-নিৰ্বাচনী প্ৰচাৰ সভাত এগৰাকী আইতাই গৌৰৱেৰে ক'লে ড০ হিমন্ত বিশ্ব শৰ্মাই দুখীয়া লোকৰ বাবে সকলো কৰিছে #assamÇevir বাংলা0004
TIME8 News@TIME8News·2h-'জুবিন গাৰ্গে গানেৰে যি কৈ গৈছিল কংগ্ৰেছে ওলোটাই সেইটোৱেই কৰি আছেঃ মুখ্যমন্ত্ৰী #himantabiswasarmaÇevir বাংলা0006
TIME8 News@TIME8News·4h'অসমৰ মানুহে বিচাৰিলে মোৰ আৰু মোৰ পত্নীৰ পাছপ'ৰ্ট ওলিয়াই দিম। 'AICCক কিয় দিম ?' 'মই মামা হয়, মই প্ৰতিখন ঘৰৰ মেম্বাৰ হয়', মুখ্যমন্ত্ৰী #HimantaBiswaSarmaÇevir বাংলা00012
TIME8 News@TIME8News·4h'গৌৰৱ গগৈয়ে মিটিং আৰম্ভ কৰে আচ্ছালাম আলাইকুমেৰে' কেতিয়াবা গৌৰৱ গগৈয়ে ‘জয় গুৰু শংকৰ’ বুলি মিটিং আৰম্ভ কৰিছিল নে? প্ৰশ্ন মুখ্যমন্ত্ৰীৰ #HimantaBiswaSarma #GauravGogoiÇevir বাংলা0008
TIME8 News@TIME8News·5h৭ এপ্ৰিলৰপৰা ৯ এপ্রিললৈ আৰু ৪ মে'ত ড্রাই ডে' ঘোষণা। লখিমপুৰ জিলা প্রশাসনে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। #AssamElection2026 #DryDayÇevir বাংলা0003
TIME8 News@TIME8News·5hৰাহুল গান্ধীক অদ্ভুত মানুহ আখ্যা দি তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। #HimantaBiswaSarma #AssamPolls2026Çevir বাংলা0006
TIME8 News@TIME8News·5hনিৰ্বাচনী প্ৰচাৰৰ মাজতে ব্যৱসায়ী সকলক সাক্ষাৎ কৰি বিভিন্ন সমস্যাৰ বুজ ল'লে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসে। #AssamElection2026Çevir বাংলা0003
TIME8 News@TIME8News·5h'কংগ্ৰেছে কেৱল ধূতি, লুঙি আৰু সূতা, কম্বল, আঠুৱাহে দিয়ে' 'কংগ্ৰেছে একো ভাল কাম কৰিব নোৱাৰে' -নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য #HimantaBiswaSarma #AssamElection2026Çevir বাংলা0005
TIME8 News@TIME8News·6hভোট বিচাৰি যোৱা কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াক উভতি ধৰিলে ৰাইজে। পূৰ্বে কেতিয়াও ভৰি নিদিয়া অঞ্চলত নিৰ্বাচনৰ সময়ত দেৱব্ৰত শইকীয়া উপস্থিত হোৱাৰ পিছতে ক্ষোভিত হৈ পৰে মহিলাসকল, ক'লে- বহুত দেৰি হৈ গ'ল ,১৫বছৰে আপোনাক ভোট দিলোঁ... #AssamElection2026Çevir বাংলা0003
TIME8 News@TIME8News·6hঅভয়াপুৰীত ৰাইজৰ সৈতে নাচি-বাগি নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। #HimantaBiswaSarma #AssamElection2026Çevir বাংলা0005
TIME8 News@TIME8News·6hবাইদেউসকলৰ আবেদন পূৰণ কৰিবলৈ সংকল্পবদ্ধ মুখ্যমন্ত্ৰী। বাইদেউসকলে কোৱা কথা মতে এইবাৰ ১ লিটাৰ মিঠাতেল দিয়াৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। #HimantaBiswaSarma #AssamPolls2026Çevir বাংলা0003
TIME8 News@TIME8News·7hকংগ্ৰেছক তীব্ৰ সমালোচনাৰে মৰাণত ব্যাপক নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী বিমল বৰাৰ। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ প্ৰচাৰে অসমত একো প্ৰভাৱ পেলাব নোৱাৰে: বিমল বৰা #AssamPolls2026 #AssamElection2026Çevir বাংলা00011
TIME8 News@TIME8News·7h'ৰাইজে বিচাৰিলে পাহাৰো বনাই দিম' '৫ বছৰ নালাগে মেডিকেল কলেজ, ইউনিভাৰ্ছিটী এবছৰতে নিৰ্মাণ কৰিব পৰা যাব' 'BTRৰ ১৫ খন আসন লাভ কৰিব মিত্ৰজোঁটে' -হাগ্ৰামা মহিলাৰীৰ মন্তব্য #AssamElection2026 #HagramaMohilaryÇevir বাংলা00010