Tanvi Sharma

226 posts

Tanvi Sharma banner
Tanvi Sharma

Tanvi Sharma

@TanviDance

Actor, Dancer, Singer, Youtuber and A Traveller.

india Katılım Ekim 2020
751 Takip Edilen4.9K Takipçiler
Tanvi Sharma
Tanvi Sharma@TanviDance·
Have a Nice Day ☺️
English
0
0
1
225
Tanvi Sharma
Tanvi Sharma@TanviDance·
"Happy New Year, my friend! May 2025 be filled with moments that make you smile every single day. Can’t wait to see what’s in store for us!"#नववर्ष_2025
English
2
0
23
2K
Tanvi Sharma
Tanvi Sharma@TanviDance·
hello literally everyone 🔥
English
2
0
13
1.3K
Tanvi Sharma
Tanvi Sharma@TanviDance·
অতীতলৈ ঘূৰি নাযাব, বহুতক ক্ষমা কৰিব লাগিব। ভৱিষ্যতৰ সপোন নেদেখিব,পূৰ্বানুমান কৰিব লাগিব। বৰ্তমান সময়ক উপভোগ কৰক।কৃতজ্ঞতাৰে।#cheating
বাংলা
2
1
32
10.3K
Tanvi Sharma
Tanvi Sharma@TanviDance·
Warm-up 🔥 #光る君へ
English
3
0
24
3.2K
Tanvi Sharma
Tanvi Sharma@TanviDance·
তুমি মৃতদেহত দিব পাৰা জান, কোচত লৈ ফুৰা পোহৰ, সূৰ্যমূখী তুমি কিয় ভালপোৱা সাগৰ ? তোমাৰ হৃদয়তো সাজে নেকি প্ৰেম চৰাইয়ে ঘৰ,.! #Cannes2024
বাংলা
0
0
23
1.7K
Tanvi Sharma
Tanvi Sharma@TanviDance·
সুন্দৰ সময়বোৰ জীৱনলৈ দুনাই নাহিবও পাৰে, কিন্তু সুন্দৰ সম্পৰ্ক আৰু সুন্দৰ মানুহৰ হেৰুওৱা স্মৃতিবোৰ হৃদয়ত চিৰদিনৰ বাবে থাকে। #MadhaviLatha
Tanvi Sharma tweet media
বাংলা
7
1
114
3.9K
Tanvi Sharma
Tanvi Sharma@TanviDance·
"Yesterday is gone. Tomorrow has not yet come. We have only today. Let us begin." #MetGala2024
English
0
0
11
1.1K
Tanvi Sharma
Tanvi Sharma@TanviDance·
আজিও যেতিয়া স্কুলখনৰ সম্মুখেদি যাওঁ‌। স্কলখনে হাত বাউলী দি মাতে "আহ অলপ পঢ়ি যা,লগৰ লৰাবোৰৰ লগত অলপখেলি যা" সচাকৈ স্কুলৰ দিনবোৰ বহুত মধুৰ আছিল। #MetGala2024
বাংলা
3
1
67
2.4K
Tanvi Sharma
Tanvi Sharma@TanviDance·
মই স্বৰ্গ দেখা নাই কিন্তু মই আইৰ মুখত হাঁ‌হি দেখিছো।
বাংলা
0
0
18
1.4K
Tanvi Sharma
Tanvi Sharma@TanviDance·
কোনােবাই তেওঁক সােধিছিল আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী তথাপিও আপুনি তলত কিয় বহে? তেতিয়া তেওঁ এটা হাঁহি মাৰি কৈছিল তলত বহা মানুহ কেতিয়াও পৰি নাজায়। #thicktrunktuesday
Tanvi Sharma tweet media
বাংলা
15
1
137
3.5K
Tanvi Sharma
Tanvi Sharma@TanviDance·
সুন্দৰ সময়বোৰ জীৱনলৈ দুনাই নাহিবও পাৰে, কিন্তু সুন্দৰ সম্পৰ্ক আৰু সুন্দৰ মানুহৰ হেৰুওৱা স্মৃতিবোৰ হৃদয়ত চিৰদিনৰ বাবে থাকে। #TheGirlfriend
Tanvi Sharma tweet media
বাংলা
5
0
79
2.3K
Tanvi Sharma
Tanvi Sharma@TanviDance·
মানুহে কয় যে ছোৱালীৰ কোনো ঘৰ নাথাকে, কিন্তু সত্য কথা এইটো যে ছোৱালী অবিহনে কোনো এখন ঘৰ সম্পূৰ্ণ নহয় । #earthquake
Tanvi Sharma tweet media
বাংলা
14
0
138
3.8K
Tanvi Sharma
Tanvi Sharma@TanviDance·
"DJ Joe Mfalme"
Tanvi Sharma tweet media
English
3
0
34
4.1K