Utpal Borah

297 posts

Utpal Borah banner
Utpal Borah

Utpal Borah

@_utpalborah

Politician, MLA Gohpur

Gohpur, India Katılım Mayıs 2021
56 Takip Edilen288 Takipçiler
Utpal Borah retweetledi
Himanta Biswa Sarma
Himanta Biswa Sarma@himantabiswa·
আপোনাৰ শুভকামনাৰ বাবে আন্তৰিক ধন্যবাদ মাননীয় ৰাজ্যপাল ডাঙৰীয়া। आपकी शुभकामनाओं के लिए हार्दिक धन्यवाद, माननीय राज्यपाल श्री @Laxmanacharya54 जी। आपके मार्गदर्शन और जनता के आशीर्वाद से हमारी सरकार निरंतर असम के विकास के लिए कार्य करती रहेगी।
हिन्दी
3
53
218
2.9K
Utpal Borah retweetledi
Himanta Biswa Sarma
Himanta Biswa Sarma@himantabiswa·
Hon’ble Governor has perfectly summed up Assam’s rich past, our vibrant present & roadmap for a Viksit and Surakshit Assam in his address today. It covered the strides made, the potential ahead and challenges we have to overcome to ensure visible changes for our people.
Himanta Biswa Sarma tweet mediaHimanta Biswa Sarma tweet mediaHimanta Biswa Sarma tweet mediaHimanta Biswa Sarma tweet media
English
6
81
300
4.5K
Utpal Borah
Utpal Borah@_utpalborah·
ষষ্ঠদশ অসম বিধানসভাৰ ২য় দিনটোৰ কার্যসূচীত উপস্থিত থাকিবলৈ আগবাঢ়িছোঁ। যোৱা কালি অসম বিধানসভাৰ মজিয়াত ঈশ্বৰ আৰু সংবিধানৰ নামত শপত লোৱাৰ পিছত এয়া মোৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম যাত্রা বিধানসভাৰ মজিয়ালৈ। এই যাত্রা বিশ্বাসৰ যাত্রা, ৰাইজৰ মৰম-আশীৰ্বাদৰ যাত্রা। মই বিধানসভাত কটাবলগীয়া প্ৰতিটো ক্ষণ অসমবাসী ৰাইজ- গহপুৰবাসী ৰাইজৰ উন্নয়ন,বিকাশ আৰু প্ৰগতিৰ পক্ষত থাকিব।পৱিত্ৰ বিধানসভাৰ মজিয়াত মোৰ বক্তব্য সদায় জনগণৰ পক্ষত থাকিব । সকলোৰে পৰা আশীৰ্বাদ বিচাৰিলোঁ।
Utpal Borah tweet mediaUtpal Borah tweet mediaUtpal Borah tweet media
বাংলা
0
0
0
6
Utpal Borah
Utpal Borah@_utpalborah·
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই A for Assam ৰ যি চিন্তা সেয়া সাকাৰ ৰূপ দিবলৈ সদায় পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইটালী ভ্ৰমণৰ সময়ত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইটালীৰ মাননীয় প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীক উপহাৰ হিচাপে আমাৰ ঐতিহ্যমণ্ডিত এৰী চাদৰ আৰু খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালকপ্রধান ড° কু ডংইউলৈ সুগন্ধি জহা চাউল আগবঢ়োৱাই অসমৰ ঐতিহ্য আৰু সমৃদ্ধিশালী সংস্কৃতি সমগ্ৰ বিশ্বৰ সন্মুখত প্ৰতিষ্ঠা কৰে। ধন্যবাদ প্ৰধানমন্ত্ৰী ডাঙৰীয়া। @narendramodi
Utpal Borah tweet mediaUtpal Borah tweet media
বাংলা
0
0
1
12
Utpal Borah
Utpal Borah@_utpalborah·
ষষ্ঠদশ পৱিত্ৰ অসম বিধান সভাৰ সন্মানীয় অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ২য় বাৰৰ বাবে পৱিত্ৰ অসম বিধান সভাৰ অধ্যক্ষ পদ অলংকৰণ কৰাৰ গৌৰৱ বুটলিবলৈ সক্ষম হোৱা দাস ডাঙৰীয়াৰ ৰাজনৈতিক জীৱন সততা, একাগ্ৰতা, অধ্যৱসায়, শালীনতা আৰু শৃংখলাবদ্ধ আদৰ্শ-চিন্তাৰে পৰিপুষ্ট হৈ আহিছে। তেওঁৰ এই কাৰ্যকালৰ সফলতা কামনা কৰিলোঁ। @RanjeetkrDass
Utpal Borah tweet media
বাংলা
0
0
1
13
Utpal Borah
Utpal Borah@_utpalborah·
আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে চাহৰ লগত জড়িত হৈ থকা প্ৰতিগৰাকী চাহ শ্ৰমিক আৰু চাহ উদ্যোগী সকললৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। চাহ অসমৰ চিনাকি, অসমৰ গৌৰৱ। অসমৰ অৰ্থনৈতিক অৱস্থাক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই চাহ উদ্যোগৰ বিশেষ ভূমিকা আছে। সেয়ে চাহ উদ্যোগৰ সৈতে জড়িত আটাইলৈ অধিক কৰ্মদ্যোম আৰু ব্যৱসায়িক চিন্তাৰে আগবাঢ়িবলৈ আহ্বান জনালোঁ।
Utpal Borah tweet media
বাংলা
0
0
1
14
Utpal Borah
Utpal Borah@_utpalborah·
দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গ্ল'বেল স্তৰত লাভ কৰা এনে বিৰল সন্মান সমগ্ৰ বিশ্বৰ বাবে অভূতপূৰ্ব আৰু বিৰল। সন্মানীয় মোদীজীৰ এনে জনপ্ৰিয়তা আৰু শক্তিশালী নেতৃত্বই আজি ভাৰতক বিশ্বৰ সন্মুখত এক সবল ৰূপত প্ৰতিষ্ঠা কৰিছে। ই দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবে কেৱল আশাব্যঞ্জকেই নহয়, বৰঞ্চ সুখ আৰু গৌৰৱৰ বিষয়। @narendramodi
Utpal Borah tweet media
বাংলা
0
0
1
12
Utpal Borah
Utpal Borah@_utpalborah·
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নৰৱে'ৰ সৰ্বোচ্চ অসামৰিক সন্মান 'Grand Cross of the Royal Norwegian Order of Merit' প্ৰদানেৰে সন্মানিত কৰাত সমগ্ৰ দেশবাসী গৌৰৱান্বিত। কোটি কোটি ভাৰতবাসীৰ বাবে এয়া এক ঐতিহাসিক ক্ষণ। ​মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন।
Utpal Borah tweet mediaUtpal Borah tweet media
বাংলা
0
0
1
14
Utpal Borah
Utpal Borah@_utpalborah·
আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ মাজু কন্যা খিলঞ্জনা বৰাই নতুন দিল্লীৰ নয়দাস্থিত Amity University ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত ডিষ্টিংচনসহ প্ৰথম বিভাগত সফলতাৰে স্নাতকোত্তৰ(M.A) ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। সকলোৰে পৰা কন্যাৰ ভৱিষ্যত জীৱনৰ বাবে আশীৰ্বাদ কামনা কৰিলোঁ।
Utpal Borah tweet media
বাংলা
0
0
2
28
Utpal Borah
Utpal Borah@_utpalborah·
Rahul Gandhi spends more time in airport lounges than in Parliament. Leader of Opposition or Leader of Paryatan? #WhoFundsRahul
Utpal Borah tweet media
English
1
1
3
51
Utpal Borah
Utpal Borah@_utpalborah·
It isn't just about finding a job; it’s about becoming a job creator. With programs like CMAAA and CM FLIGHT backing young entrepreneurs, the youth are finally getting the financial support to launch their own businesses. #YuvaShaktiWithBJP
Utpal Borah tweet media
English
1
1
3
59
Utpal Borah
Utpal Borah@_utpalborah·
Over 1.64 lakh government jobs have already been handed out, and knowing another 2 lakh are on the way brings so much hope! It feels great to see hardworking students actually getting the secure futures they deserve. #YuvaShaktiWithBJP
Utpal Borah tweet media
English
1
1
3
55
Utpal Borah
Utpal Borah@_utpalborah·
Guided by the principle of Sabka Saath,Sabka Vikas, the double engine government is committed to ensuring food security,housing,education, livelihoods and social protection for every citizen building an inclusive & equitable Assam where no one is left behind.#DoubleEngineInAssam
Utpal Borah tweet media
English
1
1
2
48
Utpal Borah
Utpal Borah@_utpalborah·
The double engine government is ushering in a new era of dignity and opportunity for tea tribe communities, securing land rights, improving education and healthcare and expanding pathways for sustainable livelihoods.#DoubleEngineInAssam
Utpal Borah tweet media
English
1
1
2
55
Utpal Borah
Utpal Borah@_utpalborah·
Scholarships are reaching students on time, opening up so many doors. The focus on education is winning over families everywhere. Expecting a huge turnout for the ruling govt. #AkouEbarBJPSarkar
Utpal Borah tweet media
English
0
0
1
28
Utpal Borah
Utpal Borah@_utpalborah·
Women in rural Assam are becoming so financially independent thanks to the new schemes. It’s changing the whole rural economy. The silent voters are ready to bring the govt back. #AkouEbarBJPSarkar
Utpal Borah tweet media
English
1
1
2
29
Utpal Borah
Utpal Borah@_utpalborah·
Assam’s rich history often felt missing from national conversations. Seeing our heroes and spiritual heritage celebrated across India today makes us feel seen and understood. It is a very proud era for our state's legacy. #AssamMangeModi
Utpal Borah tweet media
English
0
0
1
23
Utpal Borah
Utpal Borah@_utpalborah·
For years, Delhi felt so far away from Assam. But the regular visits and constant focus from the PM have completely changed that. We finally feel like we matter to the rest of the country, and that builds real trust. #AssamMangeMod
Utpal Borah tweet media
English
0
0
1
20
Utpal Borah
Utpal Borah@_utpalborah·
More support, more dignity! We pledge to increase the Orunodoi monthly financial assistance to ₹3,000 in a phased manner. Plus, 15 lakh more families will now be brought under this scheme. #AssamBJPk31Sankalp
Utpal Borah tweet media
English
0
0
1
32
Utpal Borah
Utpal Borah@_utpalborah·
Assam belongs to the people of Assam! We vow to free every inch of land from illegal encroachment. Under Mission Basundhara, we will provide secure land rights to all genuine citizens. #AssamBJPk31Sankalp
Utpal Borah tweet media
English
0
0
1
34