
On Rabha Divas, Assam Skill University offers its heartfelt tribute to Kalaguru Bishnu Prasad Rabha. অসমৰ গৌৰৱ, আমাৰ প্ৰেৰণা—তেওঁৰ শিল্প, সাহিত্য আৰু সংস্কৃতিৰ আদৰ্শই আজিও নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।
#RabhaDivas #KalaguruBishnuPrasadRabha #BishnuRabh #ASU #অসমৰ_গৌৰৱ

























