Bikash Deka

720 posts

Bikash Deka banner
Bikash Deka

Bikash Deka

@bikashdeka4u

মুখ‍্য সচিব(Chief Secretary), অসম নিৰ্মাণ সেনা - Asom Nirman Sena ॥ Ex.General Secretary, Raijor Dal(Youth Wing) ॥ Hail Mother Assam ॥ জয় আই অসম

Assam, India Katılım Mart 2013
568 Takip Edilen732 Takipçiler
Bikash Deka retweetledi
Fight Against Injustice of APSC
প্ৰত্যেকজন #আত্মসন্মান থকা অসমীয়াই @TuliramRonghang ৰ এই মন্তব্যটো শুনি লওক।। কাৰ সাহসত আজি বিহাৰীয়ে জয় শ্ৰীৰাম ধ্বনি দি অসমত ভূমি পুত্ৰক ভাবুকি দিব পৰা হ'ল -এতিয়া নিশ্চয় বুজিব।। #Assam #KarbiAnglong
বাংলা
3
6
39
2K
Bikash Deka retweetledi
AmyLouWho
AmyLouWho@perseverare1776·
Move over Legos there’s a new kid in town… I seriously want to build
English
458
18.1K
141.6K
8M
Bikash Deka retweetledi
Massimo
Massimo@Rainmaker1973·
2025 🔜 2026
34
1.1K
9.3K
933.4K
Bikash Deka
Bikash Deka@bikashdeka4u·
Day:29 (দিন:২৯) “এতিয়া কোনো তৃতীয় পক্ষ/দ্বিতীয় পক্ষ/প্ৰথম পক্ষ নাই; মাত্ৰ এটাই পক্ষ সেয়া হৈছে জুবিন পক্ষ; জুবিনদাই ন‍্যায় নোপোৱালৈকে এই পক্ষ ক্ষান্ত নহয়..” #JusticeForZubeenGarg
বাংলা
0
1
2
40
Bikash Deka
Bikash Deka@bikashdeka4u·
ভাৰতীয় বিধিমতে জুবিনৰ মৰণোত্তৰ পৰীক্ষা শীঘ্ৰে সম্পন্ন কৰক ... #cmoassam @himantabiswa @CMOfficeAssam
বাংলা
0
0
1
68
Bikash Deka
Bikash Deka@bikashdeka4u·
সবকে একেলগে একেই ঠাইত থিয় কৰাব প‍ৰা ব‍্যক্তিজনেই জুবিন দা; দিল্লী কি গুৱাহাটী এয়াৰপোৰ্টৰ কৰ্মৰত বিষয়াৰ পৰা আৰক্ষীৰ পৰা মুখ‍্যমন্ত্ৰীলৈ সকলোৱে একেলগে আমাৰ সৈতে গাইছে “ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন; আন্ধাৰো সচা মোৰ বহু দিনৰে আপোন” ➡️তেওঁক ন‍্যায় দিয়াৰ দায়িত্ব কিন্তু আমাৰ
বাংলা
1
0
4
105
Bikash Deka
Bikash Deka@bikashdeka4u·
➡️ছৈয়দা হামীদক অসমক অপমান কৰাৰ সুযোগ দিয়া "অসম নাগৰিক সমাজ"ৰ নেতৃত্বই শীঘ্ৰেই ক্ষমা খোজক। ছৈয়দা হামীদে অসমত পুনৰ প্ৰবেশ কৰিলে অসম নিৰ্মাণ সেনা বহি নাথাকে। #অসমনিৰ্মাণসেনা #asomnirmansena #অসম #assam
Bikash Deka tweet media
বাংলা
0
0
2
86
Bikash Deka retweetledi
Asom Nirman Sena - অসম নিৰ্মাণ সেনা
➡️জাতীয়তাবাদৰ প্ৰবক্তা, বুৰঞ্জীবিদ ৰফিউল হুছেইন বৰুৱা মহাশয়ৰ মৃত্যুত অসম নিৰ্মাণ সেনা গভীৰভাৱে ব্যথিত ➡️যোৱা ১৫ আগষ্ট ২০২৫ ইং তাৰিখে নিশা ৯'৩০ বজাত ইহলীলা সম্বৰণ কৰে। ➡️ অসম নিৰ্মাণ সেনাৰ সৈতে তেখেতৰ আছিল গভীৰ সম্পৰ্ক। #অসমনিৰ্মাণসেনা #অসম #asomnirmansena #Assam
Asom Nirman Sena - অসম নিৰ্মাণ সেনা tweet media
বাংলা
0
1
1
57
Bikash Deka retweetledi
Asom Nirman Sena - অসম নিৰ্মাণ সেনা
🔴দুৰ্নীতিৰ বিৰুদ্ধে অসম নিৰ্মাণ সেনাৰ অবিৰত সংগ্ৰাম 🌑নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ DISASTER MANAGEMENT SCHEME ত সংঘটিত দুৰ্নীতি শীঘ্ৰেই ফাদিল হ'ব। বিকাশ ডেকা অসম প্ৰশাসনিক সচিব প্ৰধান অ.নি.সে. #asomnirmansena #অসমনিৰ্মাণসেনা
Asom Nirman Sena - অসম নিৰ্মাণ সেনা tweet media
বাংলা
0
1
3
81
Bikash Deka
Bikash Deka@bikashdeka4u·
খেতি পথাৰত প্ৰয়োজনত পানী যোগান ধৰা নহয়, অথচ ৫বছৰত বিভাগটোৰ খৰছ হয় ৫৩৫০কোটি টকা,টকাবোৰ যায় ক’ত ??? - ধূপ কাঠী তথা ভূমি-সম্পত্তিৰ ব‍্যৱসায়ী অশোক সিংঘালে অসমীয়া পথাৰৰ বিলৈ আৰু কৃষকৰ দূৰ্দশা কেনেকৈ বুজি পাব ?? @himantabiswa @CMOfficeAssam
বাংলা
1
0
4
93
Bikash Deka
Bikash Deka@bikashdeka4u·
প্ৰতিদিন গোষ্ঠীক ধন‍্যবাদ জনাইছোঁ, ইতিহাসেই কয় এইটো সংবাদগোষ্ঠীয়ে সাহসিকতাৰে সদায় জাতিৰ হৈ মাত মাতি আহিছে…॥ @pratidintime
বাংলা
0
0
1
55
Bikash Deka
Bikash Deka@bikashdeka4u·
“জয় কৃষ্ণ গুৰু” ভগৱান আৰু ভক্তৰ মাজত যেতিয়া Third Party হিচাপে ভণ্ড কিছুমানৰ আবিৰ্ভাৱ হয়,তেতিয়াই Defender,Audi নাইবা মিথুন বাবাৰ সৃষ্টি হয় … এওঁলোকক সেৱা কৰি নিজৰ গাঠিৰ ধনো খৰছ কৰিবলৈ কুণ্ঠাবোধ নকৰাসকলহে প্ৰকৃত অৰ্থত একো একোজন নিলাজ,নিধক ..!!!
Bikash Deka tweet mediaBikash Deka tweet mediaBikash Deka tweet media
বাংলা
0
0
3
113
Bikash Deka
Bikash Deka@bikashdeka4u·
উলংগজনে আনকো উলংগ হ’বলৈ বাধ‍্য কৰাই… এতিয়া হয়টো আপোনাৰ ভাল লাগিল, নহয় নে ?? #ৰবীন্দ্ৰভৱন #দীঘলীপুখুৰী
Bikash Deka tweet media
বাংলা
1
0
19
419
Bikash Deka
Bikash Deka@bikashdeka4u·
ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ চৰকাৰে গছ কাটিব, ইয়াৰ বিৰুদ্ধে ছাত্ৰ সমাজে প্ৰতিবাদ কৰিবলৈ যোৱাত তেওঁলোকক অসম পুলিচে এনে ব‍্যৱহাৰ কৰিছে ,এয়াই নেকি গণতন্ত্ৰ ? পাহাৰ-ভাঙি,গছ কাটিহে উন্নয়ন কৰিব পৰা যায় নেকি ??? পুলিচৰ এনে বৰ্বতাৰ পৰা সাংবাদিকো বাচি নগ’ল
বাংলা
0
2
25
668
Bikash Deka
Bikash Deka@bikashdeka4u·
“মুখ‍্যমন্ত্ৰীৰ পৰা উপহাৰ লৈ ফেচবুকত আপডেট দিয়া সাংবাদিক বন্ধুসকলৰ লগত এইজনাক মিলাবলৈ চেষ্টা কৰা হৈছে যেন মোৰ অনুমান হৈছে ॥” -দায়-দোষ নধৰিব মই সকলো সাংবাদিকক উদ্দেশ‍্য কৰি কোৱা নাই কিন্তু …
Bikash Deka tweet media
বাংলা
6
0
20
1.8K