Dr ReepH
259 posts

Dr ReepH
@h_reep
State Information Commissioner, Assam. Former Managing Director, Brahmaputra Cracker & Polymer Limited, a CPSU. Former Co-Chairman, CII-North East Council.
Guwahati Katılım Eylül 2021
90 Takip Edilen68 Takipçiler

Wishing HCM Dr. @himantabiswa a very Happy Birthday.
Your visionary leadership and unwavering commitment continue to propel Assam towards progress and prosperity.

English



Do you remember when you joined X? I do! #MyXAnniversary pic.x.com/NxQSp5cMAE
English

সৰুৰে পৰাই আই আই টি, বিটছ পিলানী, এন আই টি ট্ৰিচি, চুৰাটকল, ৱাৰেংগল ইত্যাদিৰ দৰে ইঞ্জিনিয়াৰিং শিক্ষাৰ পীঠস্থানসমূহৰ কথা শুনি আহিছিলো। আমাৰ পঢ়া নহল, এইবাৰ আমাৰ কন্যা লয়াই জেইই মেইনছ ইত্যাদি বিভিন্ন পৰীক্ষাত ভাল নম্বৰেৰে উত্তীৰ্ণ হৈ এই সকলোবোৰতে কলেজতে চিট পাইছে। তাইৰ পিছে বিৰলা ইন্সিটিউট অফ টেকনলজী, পিলানী কেম্পাচত পঢ়িবলৈ মন। যোৱা দুবছৰ ভীষণ কষ্ট কৰি নিজে পঢ়িছে, অনুশীলন কৰিছে, আমাৰ বিশেষ অৱদান নাই।
আজি তাই দেশৰ এখন শীৰ্ষ শিক্ষানুষ্ঠান বিটছ পিলানীত জইন কৰিলে বি টেক কোৰ্চৰ বাবে। আপোনালোকৰ শুভাশীষ কামনা কৰিলো। #BITSPilani #BTech

বাংলা













