Office Of The District Commissioner Tsk

827 posts

Office Of The District Commissioner Tsk banner
Office Of The District Commissioner Tsk

Office Of The District Commissioner Tsk

@office_tsk_DC

Official Twitter account of DC TINSUKIA

Tinsukia, India Katılım Ocak 2022
67 Takip Edilen436 Takipçiler
Office Of The District Commissioner Tsk retweetledi
Assam Police
Assam Police@assampolice·
Strict legal action will be taken against anyone trying to spread rumours about shortages of LPG, POL and other petroleum products. Citizens are advised not to believe or forward such any misleading claims that may be spread by inimical elements to try and create confusion. @HMOIndia @himantabiswa @HardiSpeaks @CSAssam_
English
415
1.1K
5.2K
234.2K
Office Of The District Commissioner Tsk retweetledi
Tinsukia Police
Tinsukia Police@TinsukiaPolice·
We deeply mourn the untimely demise of SI Bubul Sonowal,Traffic IC Doomdooma,who lost his life in a tragic accident while on duty yesterday evening.A dedicated officer who served with dedication till his last breath. May his soul rest in eternal peace. Om Shanti🙏🏽 @assampolice
Tinsukia Police tweet media
English
0
1
2
639
Office Of The District Commissioner Tsk
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ আগতীয়াকৈ সতৰ্কবাৰ্তা, বাস্তৱসন্মত তথ্য আৰু প্ৰয়োজনীয় সজাগতা সহজে জনসাধাৰণৰ হাতত উপলব্ধ হোৱাকৈ ‘SMART AXOM’ নামৰ এটা এপ উদ্ভাৱন কৰিছে। Android: play.google.com/store/apps/det…... IOS: apps.apple.com/in/app/smart-a…
Office Of The District Commissioner Tsk tweet mediaOffice Of The District Commissioner Tsk tweet media
বাংলা
0
0
0
120
Office Of The District Commissioner Tsk
তিনিচুকীয়া জিলাৰ আয়ুক্তই আজি শিশু দিৱস উপলক্ষে তিনিচুকীয়াৰ বডিং বাডছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক -শিক্ষয়িত্ৰীৰ সৈতে মতবিনিময় কৰে। তেওঁ ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে ভৱিষ্যত জীৱনৰ উত্তৰোত্তৰ কামনা কৰি শুভেচ্ছা জনায়।
Office Of The District Commissioner Tsk tweet mediaOffice Of The District Commissioner Tsk tweet mediaOffice Of The District Commissioner Tsk tweet mediaOffice Of The District Commissioner Tsk tweet media
বাংলা
0
0
1
100
Office Of The District Commissioner Tsk
চাহ বাগিছাৰ কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ দৈনিক মজুৰিভিত্তিত কৰ্মৰত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ সম্পৰ্কে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত ৰাজ্যৰ শ্ৰম আৰু শ্ৰমিক কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰূপেশ গোৱালাও অংশগ্ৰহণ কৰে। @rupeshgowala
Office Of The District Commissioner Tsk tweet mediaOffice Of The District Commissioner Tsk tweet mediaOffice Of The District Commissioner Tsk tweet media
বাংলা
0
0
1
78
Office Of The District Commissioner Tsk
'বন্দে মাতৰম'ৰ ১৫০ বছৰ পূৰ্তি উপলক্ষে আজি তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰাষ্ট্ৰীয় সংগীতৰ সমমৰ্যদাৰ এই কালজয়ী গীতটি সমূহীয়াভাৱে পৰিবেশন কৰা হয়। @CMOfficeAssam @sanjoykishan1
Office Of The District Commissioner Tsk tweet mediaOffice Of The District Commissioner Tsk tweet mediaOffice Of The District Commissioner Tsk tweet media
বাংলা
0
0
1
53
Office Of The District Commissioner Tsk
ড: ভূপেন হাজৰিকাৰ গীত আৰু গুণানুকীৰ্তনেৰে আজি মুখৰিত তিনিচুকীয়াৰ ল'ৰাৰ আই টি খেলপথাৰ। সুধাকন্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সঙ্গতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত বৰগুৰিৰ এই খেলপথাৰত ভাৰত ৰত্ন সঙ্গীতজ্ঞগৰাকীৰ চতুৰ্দশ স্মৃতি দিৱস আজি উদযাপন কৰা হয়। #BhupenDaAt100 #BhupenHazarika100
বাংলা
0
0
0
32
Office Of The District Commissioner Tsk
তিনিচুকীয়া চহৰৰ আই টি আই খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈ অনুষ্ঠিত হবলগীয়া ভূপেন হাজৰিকাৰ স্মৃতি দিৱস অনুষ্ঠানৰ সভাস্থলীত কৰা চূড়ান্ত আখৰাত জিলাখনৰ সকলো প্ৰান্তৰ শিল্পীসকলে অংশগ্ৰহণ কৰিছে, আজি সন্ধিয়া। @CMOfficeAssam @BimalBorah119 #BhupenDaAt100 #BhupenHazarika100
Office Of The District Commissioner Tsk tweet mediaOffice Of The District Commissioner Tsk tweet media
বাংলা
0
0
0
20
Office Of The District Commissioner Tsk
তিনিচুকীয়া জিলাৰ আয়ুক্তই আজি তেওঁৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত কাইলৈ তিনিচুকীয়াৰ ল'ৰাৰ আই টি আই খেলপথাৰত আয়োজিত ড: ভূপেন হাজৰিকাৰ স্মৃতি দিৱসৰ জিলা ভিত্তিক কেন্দ্ৰীয় অনুষ্ঠানৰ লগতে শদিয়া আৰু মাৰ্ঘেৰিটাত আয়োজিত অনুষ্ঠানৰ বিষয়ে বিৱৰি কয়। #BhupenDaAt100 @CMOfficeAssam
Office Of The District Commissioner Tsk tweet mediaOffice Of The District Commissioner Tsk tweet mediaOffice Of The District Commissioner Tsk tweet mediaOffice Of The District Commissioner Tsk tweet media
বাংলা
0
0
0
22
Office Of The District Commissioner Tsk
অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু শদিয়া সম জিলা প্ৰশাসনৰ সহযোগত অহা 0৫-১১-২৫ তাৰিখে ড: ভূপেন হাজৰিকাৰ জন্মস্থান ঐতিহাসিক শদিয়াৰ চপাখোৱাত অনুষ্ঠিত হ'ব সুধাকণ্ঠৰ স্মৃতি দিৱসৰ অনুষ্ঠান। আজি কাকপথাৰ পঞ্চায়তৰ প্ৰেক্ষাগৃহত হোৱা তাৰেই আখৰাৰ এটি মূহুৰ্ত্ত। #BhupenDaAt100
Office Of The District Commissioner Tsk tweet mediaOffice Of The District Commissioner Tsk tweet mediaOffice Of The District Commissioner Tsk tweet media
বাংলা
0
0
0
23

15