Pankaj Bhattacharjee
16.4K posts

Pankaj Bhattacharjee
@pankajbhatta
Tweets are personal, Retweeting doesn't mean endorsement.
Guwahati, India Katılım Nisan 2011
240 Takip Edilen10.2K Takipçiler

@Madhurjya1978 তেখেতৰ শাস্তি মাজুলীলৈ বদলী। ভয় কিয় কৰিব, এইবাৰ মাজুলীত জাল মেলিব!
বাংলা

@pankajbhatta মৰাণত ডক্টৰেট ডিগ্ৰী ধাৰী শ্ৰম পৰিদৰ্শক আঙুঠি চুৰ কৰি ধৰা পৰিছে 😋
বাংলা

লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোৰঞ্জন পায়েঙক নিলম্বন। নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগত নিৰ্বাচন আয়োগৰ নিলম্বন পায়েঙক। ৰঙানদী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ নিৰ্বাচনী ব্যয় কমকৈ দাখিল কৰিছিল ACS বিষয়াজনে।
#AssamElections2026

বাংলা

@pankajbhatta চুৰুণী শ্ৰম পৰিদৰ্শকৰ পদত নিযুক্তি দিয়ে কোনে, এনেকুৱা চাকৰিৰ বিভাগ কোন ৰাজ্যৰ চৰকাৰত চলে: ৰাইজে এতিয়া দেখাৰ দুৰ্ভাগ্য হ'ল ।
বাংলা

ইমান নিৰ্দেশৰ পাছতো পুৱতিনিশা ৩ বজালৈ ৰুদ্ৰাক্ষ মলৰ এক্সৰো বাৰ কেনেকৈ খোলা থাকে!
গুৱাহাটীৰ বিভিন্ন পথত সুৰাসক্ত হৈ তীব্ৰবেগত ঘূৰি চাৰি বাজি ২ মিনিটত মঠঘৰীয়াত ট্ৰাকখনত খুন্দিয়াই। মৃত্যু ৩ যুৱতীৰ।
বাৰত সুৰা সেৱন কৰি থকা সময়ৰ আৰু
ডিব্ৰুগড়ত ধৰাৰ সময়ৰ ফটো ছামিম।
#Guwahati




বাংলা

গুৱাহাটীৰ কৃত্ৰিম বানত উন্মোক্ত নলাত পৰি এগৰাকী মহিলাৰ মৃত্যুৰ পাছত GMC কব খোজে নলাৰ ঢাকনি পানীয়ে উটুৱাই নিছে।এই কথা ৰাইজে বিশ্বাস কৰা নাই বিশ্বাস নাই মুখ্য সচিবৰো।
কেৱল কথাৰ ফুলজাৰী কামত একো নাই এইসকল নেতাৰ। আজিলৈকে আঁচনিয়েই ৰোধৰ বাবে। ৩দিনলৈকে পানী উলিয়াব পৰা নাই।
#Guwahati


বাংলা

কালি অহা এজাক বৰষুণতে গুৱাহাটীৰ এই অবস্থা। আজি এতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাই পথত যানযঁট হৈয়েই আছে। উন্নয়ন হিতাধীকাৰী কৰাটোৱেই যেন লাগে! আনৰ কথা কৈ থকা জনে ১০ বছৰে কি কৰিলে তাৰ উত্তৰ নিদিয়ে!এনে নেতা ওলাইছে কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰিব নোৱাৰাটোৱে ছুইজাৰলেণ্ড বনাই গুৱাহাটীক
#Guwahati


বাংলা
















