Sabitlenmiş Tweet
Raj
516 posts

Raj
@phantasm_sarma
মনে প্ৰাণে অসমীয়া ।। धारा इव प्रवह ।। Flow like a River
Assam Katılım Ocak 2019
273 Takip Edilen258 Takipçiler
Raj retweetledi

#8PM
#Election2026
#ElectionResult2026
Visited the 3 highest grossing vote centres of Khumtai LAC today.
প্ৰতিটো নিৰ্বাচনৰ ফলাফলৰ পিছত সৰ্বাধিক ভোট প্ৰদান কৰা ৱাৰ্ডৰ ৰাইজৰ কাষলৈ প্ৰথমেই যোৱাতো মোৰ এক পৰম্পৰা । এই নিৰ্বাচনতো ৯২.০১% ভোট প্ৰদান কৰা ৰংদৈ পঞ্চায়তৰ ১৬২ নং বুথ,৯১.০৫% প্ৰদান কৰা পূৱ মৰঙী পঞ্চায়তৰ ২২৮ নং বুথ আৰু ৮৮.৭২৩% ভোট প্ৰদান কৰা মৰঙী পঞ্চায়তৰ ১৪৯ নং বুথৰ ৰাইজক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰোঁ । ৰাইজৰ অভাৱ-অভিযোগসমূহৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰি কিছু সময় অতিবাহিত কৰোঁ ।




বাংলা

Heartiest congratulations to the Honorable CM Sir, @himantabiswa. Wishing you continued strength, good health, and success in your mission to transform the state.
English
Raj retweetledi

It's a battle between প্ৰয়োজন আৰু অস্তিত্ব🙏🏻
#assamelection2026

Give me one strong reason why someone should vote for Gaurav Gogoi/Congress in Assam?
#AssamElection2026
English

Sending all the luck to our very own Riyan Parag as he takes the field in Guwahati today. Go well, @ParagRiyan Make it a night to remember.
#Guwahati #Hallabol

English

খুমটাইৰ বিধায়ক @Mrinal_MLA দাৰ প্ৰচাৰ কিছু পৃথক। গাঁৱৰ এঘৰত চাহৰ আড্ডা, কেতিয়াবা তিনিআলিত আড্ডা। নাই কোনো নিৰ্বাচনী সভা, নাই কোনো প্ৰতিশ্ৰুতি। তেওঁ আত্মবিশ্বাসী তেওঁৰ কামক লৈ ৰাইজ সুখী। আমাৰ ফালে প্ৰাৰ্থীসকলে দলে-বলে হুলস্থূল কৰি ফুৰিছে। গানহে শুনিবা নে ধামাধৰাৰ চিঞৰ শুনিবা।



বাংলা

@45merchandised_ @PabitraRab55896 In their case, the oppnent isn't a non-Assmse person; whether he or she wins or her rival does, an indigenous person will ultimtly hold the seat. However, Kunki’s oppnent is not Assmse. That is why, despite my sympathies towrd the BJP, I feel compelled to supprt her
English

If social media is hyping Kunki as a Gen Z political entrant, it should also applaud people like @PabitraRab55896 and Rupali Langthasa leaders who are truly grounded and have done real work on the ground.
English








