R L Sarma

622 posts

R L Sarma banner
R L Sarma

R L Sarma

@rlsarmabpt

Journalist. Proud Indian. Guwahati, Assam

Katılım Ağustos 2016
42 Takip Edilen218 Takipçiler
R L Sarma
R L Sarma@rlsarmabpt·
#TamilNadu-ৰ ৰাজনীতিত ধুমুহা। একালৰ বিচ্ছিন্নতাবাদী সংগঠন এল টি টি ই-ৰ মুৰব্বী প্ৰভাকৰণক কিয় শ্ৰদ্ধাঞ্জলি জনালে মুখ্যমন্ত্ৰী বিজয়ে? #LTTE #Tamilnadu #TVKVijay #ThalapathyVijay #Mullivaikkal @TVKVijayHQ @BJP4India facebook.com/share/v/18zAAA…
বাংলা
0
0
0
28
R L Sarma
R L Sarma@rlsarmabpt·
#নেতাৰ_কথা... #Netar_Kotha আকৌ এবাৰ মন্ত্ৰিত্ব পাব নেকি অভিলেখ সৃষ্টিৰে সৰ্বাধিক সংখ্যক ভোটৰ ব্যৱধানেৰে দ্বিতীয়বাৰলৈ অসম বিধানসভালৈ নিৰ্বাচিত লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়ে? #Assam #BarakValley #KaushikRai #MLA #AssamAssembly #Lakhipur facebook.com/share/v/1GGRga… @BJP4Assam
R L Sarma tweet media
বাংলা
0
0
0
48
R L Sarma
R L Sarma@rlsarmabpt·
মোৰ আটাইতকৈ সন্মানীয় সম্পাদক, প্ৰচণ্ড ৰাষ্ট্ৰবাদী-দেশপ্ৰেমিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী চাৰৰ বিয়োগৰ বাতৰি পাই বৰ দুখ পালোঁ। ১৯৯৫ চনত, সেই 'আজিৰ বাতৰি'ৰ দিনতে চক্ৰৱৰ্তী চাৰৰ সান্নিধ্যলৈ আহিছিলোঁ প্ৰথম, যি আজিও মনত আছে। বিদায় চাৰ... #DhirendraNathChakrbort #Nationalist #Patriotic
R L Sarma tweet media
বাংলা
0
0
0
13
R L Sarma
R L Sarma@rlsarmabpt·
মোদী মন্ত্ৰীসভাত কিয় নাই এজনো 'মুছলমান' মন্ত্ৰী? বাংলাদেশৰ প্ৰসংগ উল্লেখেৰে 'এক্স হেণ্ডেল'ত কংগ্ৰেছী সাংসদ তাৰিক আনোৱাৰৰ প্ৰশ্ন। facebook.com/share/v/1AcKAw… @itariqanwar #TariqAnwar #MinorityPolitics #Hindu #Muslim #ModiCabinet #Bangladesh #BangladeshPolitics #Bangladeshcabinet
বাংলা
0
0
0
21
R L Sarma
R L Sarma@rlsarmabpt·
ৰাজ্যসভাত খালী হ'বলগীয়া অসমৰ ৩ খন আসনৰ বাবে ১৬ মাৰ্চত হ'ব নিৰ্বাচন। সাংসদ ভূৱনেশ্বৰ কলিতা, ৰামেশ্বৰ তেলী আৰু অজিত কুমাৰ ভূঞাৰ কাৰ্যকাল অন্ত পৰিব ৯ এপ্ৰিলত। অসমকে ধৰি দেশৰ ১০ ৰাজ্যৰ ৩৭ খন আসনৰ বাবে হ'ব এই নিৰ্বাচন। #RajyaSabhaElection #ECI #Assam
R L Sarma tweet mediaR L Sarma tweet media
বাংলা
0
0
0
31