TIME8 News

4.4K posts

TIME8 News banner
TIME8 News

TIME8 News

@TIME8News

Katılım Kasım 2023
5 Takip Edilen63 Takipçiler
TIME8 News
TIME8 News@TIME8News·
📷''কংগ্ৰেছ দল আজিৰ তাৰিখত ৰাজনৈতিক ভাৱে ভেন্টিলেটৰত আছে'' 📷"তেওঁলোকে ১৯ জনৰ ভিতৰত এজনক বাচনি কৰাৰ কাম এতিয়ালৈ কৰিব পৰা নাই " 📷কংগ্ৰেছৰ বিৰোধী দলপতি নিৰ্বাচনত হোৱা পলমক লৈ মন্তব্য বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
হৰমুজ সংকটৰ মাজতে ভাৰতৰ ডাঙৰ অৰ্থনৈতিক কৌশল। এতিয়া কোনো এখন নিৰ্দিষ্ট দেশৰ ওপৰত নিৰ্ভৰ নকৰে ভাৰতে । মোডী চৰকাৰে উলিয়ালে নতুন বিকল্প। তেলৰ নাটনি নহ’ব ভাৰতত ! facebook.com/share/v/1FgKB7…
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
''কংগ্ৰেছ এতিয়া মুছলিম লীগলৈ ৰূপান্তৰ হ'ল, কংগ্ৰেছ এতিয়া উপায়হীন" "মিঞাসকলে কংগ্ৰেছক হিয়া উজাৰি মৰম কৰিছে গতিকে বহুত মিঞাৰ ভিতৰতে এজন মিঞা হ'ব" কংগ্ৰেছৰ বিৰোধী দলপতি নিৰ্বাচনত পলমক লৈ তীব্ৰ ৰাজনৈতিক বাক্যবাণ!
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
বৰাকত সম্প্ৰীতিৰ নতুন ইতিহাস। বকৰি ঈদত গৰু কোৰবানী বৰ্জনৰ ঐতিহাসিক সিদ্ধান্ত লাঠিগ্ৰাম ঈদগাহ সমিতিৰ। facebook.com/share/v/177ewj…
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
“APCC-R এনেকৈয়ে চলিব!” “যেতিয়ালৈকে ল’ৰা ৰজা আৰু তেওঁৰ পৰামৰ্শদাতা থাকিব, তেতিয়ালৈকে কংগ্ৰেছৰ এই অৱস্থাই চলি থাকিব” কংগ্ৰেছৰ বিৰোধী দলপতি নিৰ্বাচনক লৈ তীব্ৰ কটাক্ষ বিজেপি বিধায়ক ভূপেন বৰাৰ।
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
হাজাৰ হাজাৰ পদুমে ঢাকি পেলালে পুখুৰী। জামুগুৰিহাটৰ মাধৱ গাঁৱত প্ৰকৃতিৰ মোহনীয় ৰূপত মুগ্ধ ৰাইজ
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
📷মিতব্যয়ী হ'ব অসম বিধানসভা 📷এতিয়াৰে পৰা বিধানসভাত বন্ধ বিলাসী হোটেলৰ মিঠাই 📷প্লেটত থাকিব মাথোঁ এখন পিঠা আৰু এখন নিমকি 📷সৌজন্যমূলক চাহমেলৰ মেনুত স্থান পাব নাৰিকলৰ লাড্ডু, কুকিজ 📷বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ ডাঙৰ ঘোষণা
TIME8 News tweet media
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
আজি উচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতত হ'ব শুনানি
TIME8 News tweet media
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
বিধানসভাত অখিল গগৈৰ বিকট চিঞৰ। ৰাজ্যপালৰ ভাষণৰ মাজতে মূল্যবৃদ্ধিক লৈ অখিল গগৈৰ প্ৰতিবাদ। ৰাজ্যপালৰ ভাষণ চলি থকাৰ মাজতেই হুলস্থুলীয়া পৰিৱেশ। facebook.com/share/v/1BYUJX…
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
শান্তি আৰু সম্প্ৰীতিৰ এক অনন্য দৃষ্টান্ত স্থাপন পশ্চিম উধাৰবন্দৰ লাঠিগ্ৰাম ঈদগাহ সমিতিৰ। সমাজত ভাতৃত্ববোধ আৰু পাৰস্পৰিক সন্মান অটুট ৰখাৰ লক্ষ্যৰে এইবাৰ ঈদত নিষিদ্ধ মাংস বৰ্জনৰ সিদ্ধান্ত। সম্প্ৰীতিৰ স্বাৰ্থত ব্যতিক্ৰমী সিদ্ধান্ত!
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা ACS বিষয়া লাচিত কুমাৰ দাসৰ ঘৰত মাজনিশা অভিযান
TIME8 News tweet media
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
উৎকোচৰ নামত এটকাও নিদিব। ঘোচ লোৱা মানুহ দেখিলেই ফোন কৰক। লাভ কৰিব ১ লাখ টকাৰ পুৰস্কাৰ। ACTION মুডত বিজয় থালাপতি চৰকাৰ। facebook.com/share/v/1HBpDW…
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
মধ্য প্ৰাচ্যৰ পৰিস্থিতিৰ মাজতে হজ্জৰ পূৰ্বে মক্কাত চৌদি আৰৱৰ শক্তি প্ৰদৰ্শন। মক্কাৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে সামৰিক বাহিনীৰ যুদ্ধকৌশল। জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰিব পৰাকৈ সাজু হৈ উঠিছে প্ৰশাসন। facebook.com/share/v/1B44NH…
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
আজি মুকলি হ'ব লালগণেশৰ নৱনিৰ্মিত উৰণ সেতু। ড০ শ্যাম প্ৰসাদ মুখাৰ্জী নামেৰে নামাকৰণ কৰা হ'ব উৰণ সেতুখন #Guwahati
TIME8 News tweet media
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
ঘোচখোৰ ACSৰ ঘৰত টকাৰ পাহাৰ! পুৱতি নিশালৈকে চলা অভিযানত উদ্ধাৰ ৫০ লাখ টকা আৰু ৫০০ গ্ৰামতকৈ অধিক সোণৰ অলংকাৰ। ৪৫ হাজাৰ টকাৰ ঘোচ লোৱাৰ সময়তে হাতে-লুটে ধৰা পৰিছিল ACS বিষয়া লাচিত দাস।
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
ইন্ধনৰ নাটনিৰ মাজতে ভাৰতৰ বাবে ভাল খবৰ। ভাৰতক যিমান লাগে, সিমান তেল দিম। ভাৰত আমাৰ উৎকৃষ্ট অংশীদাৰ। ভাৰতক সহায়ৰ বাবে সাজু আমেৰিকা। facebook.com/share/v/1DGabr…
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
📷পুনৰ বিতৰ্কিত ষ্পষ্টীকৰণ অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ। 📷অসমীয়া জাতি গঠন কৰিবলৈ গৈ চৰ অঞ্চলৰ লোকৰ প্ৰতি বিশেষ দৰদ, চৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়েহে হেনো অসমীয়াত ১০০ৰ ভিতৰত ১০০ নম্বৰ পায়
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
অৱশেষত ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিলে বসন্ত কুমাৰ গোস্বামীয়ে। নিজৰ চাফাই গাই জগৰীয়া কৰিলে সংবাদমাধ্যমক
TIME8 News tweet media
বাংলা
0
0
0
2
TIME8 News
TIME8 News@TIME8News·
অৱশেষত ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিলে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে। সমস্ত দোষ জাপি দিলে সংবাদ মাধ্যমৰ ওপৰত। 'সংবাদ মাধ্যমেহে মন্তব্য সম্পাদনা কৰি ইফাল-সিফাল কৰিছে' facebook.com/share/v/18adBL…
বাংলা
0
0
0
1
TIME8 News
TIME8 News@TIME8News·
আপুনিও গাড়ী কিনিম বুলি ভাবি আছে নেকি? তেন্তে মে' মাহৰ ভিতৰতে কিনক। কিয়নো ১ জুনৰ পৰা ৩০ হাজাৰ পৰ্যন্ত বৃদ্ধি পাব মাৰুতি ছুজুকীৰ দাম
TIME8 News tweet media
বাংলা
0
0
0
1