Zublee Baruah

3.5K posts

Zublee Baruah banner
Zublee Baruah

Zublee Baruah

@zublee

Singer I Composer I Organ Donor | Philanthropist

Guwahati | Mumbai Katılım Mart 2010
44 Takip Edilen21.4K Takipçiler
Zublee Baruah
Zublee Baruah@zublee·
"EUTHALIA ZUBEENGARGI" ❤️
Zublee Baruah tweet mediaZublee Baruah tweet media
Indonesia
1
3
14
181
Zublee Baruah
Zublee Baruah@zublee·
Thank you for the Assam State Film Awards for honouring me with the Best Playback Singer (Female) Award, for our film "The Midnight Song"... Keep the faith & keep blessing🙏
Zublee Baruah tweet mediaZublee Baruah tweet mediaZublee Baruah tweet mediaZublee Baruah tweet media
English
5
2
50
969
Zublee Baruah
Zublee Baruah@zublee·
Through this song, I didn’t try to explain my pain—I just let it breathe. If you listen closely, you may hear not just music, but the voice expressing the unbearable pain and the ultimate truth—that my Goldie Da is irreplaceable. . . . . youtu.be/Gc07cSusDig?si…
YouTube video
YouTube
Zublee Baruah tweet media
English
0
1
27
610
Zublee Baruah
Zublee Baruah@zublee·
There is a deep void and emptiness that words could not fill. This song found me when I least expected it, in the quiet of the night. It feels like a lullaby I ended up singing to myself, a way to sit with my grief, speak what I couldn’t say, and still trying to hold him forever.
Zublee Baruah tweet media
English
0
4
45
1.3K
Zublee Baruah
Zublee Baruah@zublee·
“Hobo Janu” was born in a space of silence, loss, and longing. After Zubeen Da left us, I tried many times to write and compose, but nothing came together—my heart simply wasn’t ready. It felt impossible to move forward without him, as if life itself had stopped forever....contd
Zublee Baruah tweet media
English
0
3
27
810
Zublee Baruah
Zublee Baruah@zublee·
গ'ল্ডী দা আৰ্শীবাদ কৰিবি যাতে উচিত ন্যায় হয় | এতিয়া মোৰ সম্পুৰ্ণ আস্থা আৰু বিশ্বাস মহামান্য আদালতৰ ওপৰত | ন্যায় পোৱাটোৱেই অসমবাসীৰ লগতে মোৰ একমাত্ৰ কাম্য 🙏
Zublee Baruah tweet media
বাংলা
5
7
123
1.6K
Zublee Baruah
Zublee Baruah@zublee·
The Cutest Birthday Boy Ever❤️…. Wish we all could celebrate it together……. A Thousand years of Love & Respect for you Big Brother❤️ . . . . 📸 @biman_medhi_biman your best capture💕
Zublee Baruah tweet mediaZublee Baruah tweet media
English
34
61
768
13.8K
Zublee Baruah
Zublee Baruah@zublee·
আকৌ হেৰুৱালো আন এজন শ্ৰদ্ধাৰ শিল্পীক। আপোনাৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা আৰু পৰিয়ালৰ সকলোলৈ সমবেদনা জ্ঞাপন কৰিছো। এই বছৰতো সোনকালে শেষ হওক 🙏
Zublee Baruah tweet media
বাংলা
12
10
127
2.3K
Zublee Baruah
Zublee Baruah@zublee·
আজিৰে পৰা অসমীয়া চলচ্চিত্ৰৰ এটি নতুন যোগৰ আৰাম্ভনি ..... সকলো আহিব 🙏
Zublee Baruah tweet media
বাংলা
18
33
386
4.8K
Zublee Baruah
Zublee Baruah@zublee·
গ’ল্ডী দা, তই বিচৰাৰ দৰে আজিৰে পৰা ব্ৰহ্মপুত্ৰৰ লহৰে লহৰে, প্ৰকৃতিৰ তালে তালে , অসমৰ ইমুৰৰ পৰা সিমুৰ ঘূৰি ফুৰিবি দেই..……প্ৰকৃতি থকালৈকে তইও যে থাকিবি, সেয়াই মোৰ শক্তি আৰু সেয়াই সাহস । সীমাহীন মৰম তোলৈ আজীৱন !!! . . . . . . . #JusticeForZubeenGarg
Zublee Baruah tweet media
বাংলা
35
28
353
5.2K
Zublee Baruah
Zublee Baruah@zublee·
এমাহেই হ’ল ! . . . ন‍্যায় আৰু সত‍্যৰ অপেক্ষাত। #JusticeForZubeenGarg
Zublee Baruah tweet media
বাংলা
66
49
400
8.3K
Zublee Baruah
Zublee Baruah@zublee·
“ সত‍্য আৰু ন‍্যায়ৰ অপেক্ষাত ” 🙏 মোৰ মনৰ কথাবোৰ যেন ডঃ পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াৰ কবিতাৰ জৰিয়তে প্ৰকাশ পালে। এবাৰ পঢ়িব। #JusticeForZubeenGarg
Zublee Baruah tweet mediaZublee Baruah tweet media
বাংলা
49
103
341
14.3K
Zublee Baruah
Zublee Baruah@zublee·
বহুত ধৈৰ্য্য সহকাৰে সত্য আৰু ন্যায়ৰ আপেক্ষাত 🙏 #JUSTICEFORZUBEENGARG
Zublee Baruah tweet media
বাংলা
158
255
938
23.1K
Zublee Baruah
Zublee Baruah@zublee·
“শেষ বুলিলেইতো শেষ নহয়, আকৌ আৰম্ভ হয়, শেষ নহয়” - তোৰ এই কবিতা অনুপ্ৰেৰণা হওক সহস্ৰজনৰ। এটি নতুন যুগৰ আৰম্ভণি হওক, আৰম্ভণি হওক তই বিচৰা এক সংস্কৃতিৰ - একতাৰ, সততাৰ, সোণৰ বৰঅসমৰ। গ’ল্ডি দা, সদয় থাকিবি দেই মোৰ লগত। এদিন আকৌ লগ পোৱাৰ আশাৰে, তোৰ মৰম আৰু আশিষ বিচাৰি …….. 🙏🏻
Zublee Baruah tweet media
বাংলা
30
43
711
10.4K