Pranjit Choudhury

53 posts

Pranjit Choudhury banner
Pranjit Choudhury

Pranjit Choudhury

@PranjitCh

Ovserver, Assam Pradesh Congress Committee,Former Vice President,Assam Pradesh Youth Congress

Guwahati, Assam เข้าร่วม Ocak 2014
43 กำลังติดตาม89 ผู้ติดตาม
Pranjit Choudhury
Pranjit Choudhury@PranjitCh·
ব্যতিক্ৰমী অভিনয় শৈলীৰে দৰ্শকৰ মনত স্থায়ী সাঁচ ৰাখিবলৈ সক্ষম হোৱা সুদক্ষ অভিনেতা জয়ন্ত দাসদেৱৰ মৃত্যু অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি। প্ৰয়াত অভিনেতাগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছো।
Pranjit Choudhury tweet media
বাংলা
0
0
0
30
Pranjit Choudhury
Pranjit Choudhury@PranjitCh·
অসমীয়া সংগীতজগতৰ এক ব্যতিক্ৰমী কণ্ঠৰ নাম অৰুণ দাস।বিশিষ্ট কণ্ঠশিল্পী অৰুণ দাসদেৱৰ বিয়োগৰ বাতৰিয়ে অতিশয় মৰ্মাহত কৰিছে।তেখেতৰ বিয়োগ ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি। প্ৰয়াত দাসদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকাকুল পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো
Pranjit Choudhury tweet media
বাংলা
0
0
0
16
Pranjit Choudhury รีทวีตแล้ว
Bhupen kumar Borah
Bhupen kumar Borah@BhupenKBorah·
Yesterday, I presided over a meeting of the United Opposition Forum of Assam in Dibrugarh, where leaders from 15 political parties were present.
English
2
43
121
1.8K