Diganta Kalita

13.5K posts

Diganta Kalita banner
Diganta Kalita

Diganta Kalita

@diganta68

MLA, 32 no. Kamalpur LAC, Assam [email protected] 9435019219/7099001674/7099014666

Old MLA Hostel, Dispur เข้าร่วม Mayıs 2011
281 กำลังติดตาม8.7K ผู้ติดตาม
Diganta Kalita
Diganta Kalita@diganta68·
সুপ্ৰভাত🙏
বাংলা
0
0
2
5
Diganta Kalita
Diganta Kalita@diganta68·
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অহা পাঁচ বছৰৰ প্ৰতিটো দিনেই হ’ব নতুন সপোন পূৰণ, নতুন উন্নয়ন আৰু জনকল্যাণমূলক আঁচনি উদ্বোধনৰ এক নতুন অধ্যায়। @himantabiswa
বাংলা
0
0
3
25
Diganta Kalita
Diganta Kalita@diganta68·
ভাৰতীয় জনতা পার্টিৰ ১৯০ নং বুথৰ BLO 2‌ জিতেন্দ্ৰ দাসৰ পূজনীয় পিতৃ ভগবান দাস ডাঙৰীয়াৰ বিয়োগত মৰ্মাহত হৈছোঁ। তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকাহত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।।। 🙏 ঔঁম শান্তি 🙏 📍পঞ্চায়তঃ কেতেকীবাৰী উখুৰা
Diganta Kalita tweet media
বাংলা
1
0
6
36
Diganta Kalita
Diganta Kalita@diganta68·
আজি DY-365 ত মোৰ কিছু মন্তব্য।
বাংলা
1
0
6
48
Diganta Kalita
Diganta Kalita@diganta68·
Marking one year of #OperationSindoor — a defining testament to the courage, valour, and steadfast resolve of the Indian Armed Forces. 🇮🇳 Our soldiers delivered a resolute response to terrorism, reaffirming that India remains unwavering in the face of threats. A chapter of patriotism and national pride that will inspire generations to come. #JaiHind
English
0
0
4
50
Diganta Kalita
Diganta Kalita@diganta68·
৪ মে দিনটোৰ জিলিঙণি❤️
বাংলা
1
2
10
84
Diganta Kalita
Diganta Kalita@diganta68·
ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় কাৰ্যকৰ্তা হেমেন বৈশ্য ডাঙৰীয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিলোঁ। তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকাক্ৰান্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।।। 🙏 ঔঁম শান্তি 🙏 📍গাঁওঃ বাৰেদলা 📍পঞ্চায়তঃ শিঙাৰপাৰা
Diganta Kalita tweet media
বাংলা
0
1
2
66
Diganta Kalita
Diganta Kalita@diganta68·
ভাৰতীয় জনতা পার্টিৰ বৰপলহা ১২৫ নং বুথৰ সভাপতি শ্ৰী সুশীল নাথৰ পিতৃ তথা কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহঃ শিক্ষক দিবাকৰ নাথ ডাঙৰীয়াৰ বিয়োগত ব্যথিত হৈছোঁ। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকাহত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।।। 🙏 ঔঁম শান্তি 🙏 📍গাঁওঃ বৰপলহা 📍পঞ্চায়তঃ খেহেনীপাৰা
Diganta Kalita tweet media
বাংলা
0
0
3
43
Diganta Kalita
Diganta Kalita@diganta68·
বিশ্বাসৰ জয়, উন্নয়নৰ জয়, কমলপুৰৰ জয়। কালিৰ দিনটোৰ কিছু স্মৰণীয় দৃশ্য।
Diganta Kalita tweet mediaDiganta Kalita tweet mediaDiganta Kalita tweet mediaDiganta Kalita tweet media
বাংলা
2
2
13
120
Diganta Kalita รีทวีตแล้ว
Himanta Biswa Sarma
Himanta Biswa Sarma@himantabiswa·
When polls closed in Assam on 9th April, I jot down my thoughts on a piece of paper, like I usually do, on the possible outcome of the #AssamElectionResults2026. A month later, we've done one seat better than the best in a historic blessing by the people. Truly humbled 🙏
Himanta Biswa Sarma tweet media
English
273
1.4K
11.7K
372.3K
Diganta Kalita
Diganta Kalita@diganta68·
কমলপুৰবাসীৰ মৰমবোৰ❤️
বাংলা
1
0
7
64
Diganta Kalita
Diganta Kalita@diganta68·
মোৰ শ্ৰদ্ধাৰ কমলপুৰৰ ৰাইজৰ আশীৰ্বাদ আৰু আস্থাৰ বলত পুনৰবাৰ জয়ী হোৱাৰ অন্তত পৰিয়াল আৰু কাৰ্যকৰ্তাসকলৰ সৈতে মাননীয় অতিৰিক্ত জিলা আয়ুক্ত ডাঙৰীয়াৰ হাতৰ পৰা বিজয়ৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰোঁ। এই গৌৰৱৰ ক্ষণ সদায় হৃদয়ত সজীৱ থাকিব।🙏
Diganta Kalita tweet media
বাংলা
4
1
9
119
Diganta Kalita
Diganta Kalita@diganta68·
ধন্যবাদ কমলপুৰবাসী🙏🏻 কমলপুৰ সমষ্টিৰ শ্ৰদ্ধাৰ জনগণে পুনৰবাৰ যি মৰম, আস্থা আৰু আশীৰ্বাদেৰে মোক সেৱাৰ সুযোগ দিলে, তাৰ বাবে মই আন্তৰিকভাৱে কৃতজ্ঞ। এই জয় কেৱল মোৰ জয় নহয়, এয়া কমলপুৰবাসীৰ জয়, উন্নয়নৰ জয় আৰু আমাৰ একেলগে গঢ়া বিশ্বাসৰ জয়। আপোনালোকে অৰ্পণ কৰা দায়িত্বৰ মর্যাদা ৰাখি সমষ্টিৰ উন্নয়ন আৰু জনসেৱাৰ পথত আগন্তুক দিনতো নিষ্ঠাৰে কাম কৰি যাম। এই যাত্ৰাত মোৰ কাষত থকা বিজেপি, মিত্ৰজোঁটৰ সকলো কাৰ্যকৰ্তা, শুভাকাংক্ষী, কমলপুৰৰ ৰাইজৰ লগতে বিশেষভাৱে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। কমলপুৰৰ বিশ্বাসেই মোৰ শক্তি।🙏🏻 ভাৰত মাতা কী জয় 🇮🇳 ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ 🪷
Diganta Kalita tweet media
বাংলা
1
1
4
65
Diganta Kalita
Diganta Kalita@diganta68·
ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি আৰু এন ডি এ মিত্ৰজোঁটৰ প্ৰতি ৰাইজে দেখুওৱা অভূতপূৰ্ব সমৰ্থন আমাৰ বাবে আশীৰ্বাদস্বৰূপ। ৰাইজৰ এই বিশ্বাসৰ মর্যাদা ৰাখি জনস্বাৰ্থত সদায় সমৰ্পিত হৈ কাম কৰি যাম। @himantabiswa
Diganta Kalita tweet media
বাংলা
2
2
7
78
Diganta Kalita
Diganta Kalita@diganta68·
HBS 2.0 Loading... 🚩🪷
Diganta Kalita tweet media
Indonesia
1
1
8
94