Dipen Sarma দিপেন শৰ্মা

3.4K posts

Dipen Sarma দিপেন শৰ্মা banner
Dipen Sarma দিপেন শৰ্মা

Dipen Sarma দিপেন শৰ্মা

@mainakon

কচুথোৰ,ঢেকিয়া,কলডিল,কলাখাৰ,মাটিমাহৰ আঞ্জা খাই ডাঙৰ হোৱা। স্বাভিমানী অসমীয়া।জয় আই অসম।

Papumpare เข้าร่วม Eylül 2009
534 กำลังติดตาม1.4K ผู้ติดตาม
ทวีตที่ปักหมุด
Dipen Sarma দিপেন শৰ্মা
বন্ধু ভালকৈ থাকিবা। জাতিটোক সৰগৰ পৰা চাই থাকিবা। 😭
Dipen Sarma দিপেন শৰ্মা tweet media
বাংলা
2
7
81
2.3K
Diganta Borah
Diganta Borah@Diganta82288504·
বিদায়😢 এজন এজনকৈ সকলো গ'লগৈ। #আশা_ভোশলে
Diganta Borah tweet media
বাংলা
2
1
16
260
Dipen Sarma দিপেন শৰ্মা
ভিতৰুৱা খবৰ অনুসৰি বিজেপি জিকিলেও শৰ্মাক মুখ্যমন্ত্ৰীৰ পদ নিদিয়ে। তেখেতক ৰাজ্যসভালৈ নি মন্ত্ৰী পদ দি সন্তুষ্ট কৰি অসমলৈ স্থায়ী শান্তি ঘূৰাই অনা হ'ব। সাপো নমৰক লাঠিও নাভাঙক নীতি সৰোগত কৰি আগবাঢ়িব বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব।
বাংলা
13
2
34
5.1K
Dipen Sarma দিপেন শৰ্মা รีทวีตแล้ว
Diganta Borah
Diganta Borah@Diganta82288504·
কিহৰ বাবে এই আক্ৰোশ ? কিহৰ বাবে এনে আসুৰিক তৃপ্তি ? এই শাসনৰ অন্ত পৰিব এইয়া কেৱল ৰাইজৰে সিদ্ধান্তু নহয় এইয়া ঈশ্বৰৰো সিদ্ধান্ত। ঈশ্বৰ আজি বঙহে বঙহৰ ওপৰত কৰা অত্যাচাৰ,অবিচাৰত ক্ষোভিত। হে কাল ভৈৰৱ🙏 তুমি ৰুদ্ৰ ৰূপ ধাৰণ কৰি ভণ্ডামিৰ অন্ত পেলোৱা।
বাংলা
0
2
22
575
Dipen Sarma দিপেন শৰ্মা รีทวีตแล้ว
Diganta Borah
Diganta Borah@Diganta82288504·
ভবানী কলিতা নামৰ এই মহিলাগৰাকীৰ ভোট আনে দি থৈ গ'ল। জেল যাত্ৰাৰ ভয়ত এনেকৈয়ে মেনেজ কৰি গাদিত বহি ওফাইদাং মাৰিব গোবৰুৱাবোৰে। এনে নিকৃষ্ট কাণ্ড।
বাংলা
4
16
64
2.4K
Dipen Sarma দিপেন শৰ্মা รีทวีตแล้ว
Diganta Borah
Diganta Borah@Diganta82288504·
আমি কাক হেৰুৱালোঁ😭 তোমাক জানো পাহৰিব পাৰিম।
বাংলা
0
5
59
1.1K
Dipen Sarma দিপেন শৰ্মা
বিজেপিক ভোট দিয়া মানে জুবিন গাৰ্গক নিঃশেষ কৰা দলক ভোট দিয়া গতিকে মনত ৰাখিব ৰাইজে ৯ তাৰিখে।
Dipen Sarma দিপেন শৰ্মা tweet media
বাংলা
9
10
47
871
Dipen Sarma দিপেন শৰ্মা
বিৰোধীৰ জয় নিশ্চিত গতিকে আপোনাৰ বহুমূলীয়া ভোট পদুমৰ চিহ্নত দি অপচয় নকৰিব। #বিদায়_বিজেপি 😭
বাংলা
0
0
22
265
Dipen Sarma দিপেন শৰ্মা
মুছলমান দেশৰ পাছপ'ৰ্ট আছে কাৰণে সেন্দুৰ নলয়। উৰহী গছৰ ওৰ এতিয়াহে ওলাল। *আমাৰ বেপাৰী খকুৱা ফাগুনী বাইৰ কথাহে কৈছোঁ আকৌ দেই।
বাংলা
1
0
11
270
Dipen Sarma দিপেন শৰ্মা
নিজৰ ঘৈণীয়েকক গুলী কৰি মাৰিবলৈ কোৱা প্ৰথম মতা।
atanu bhuyan@atanubhuyan

“I’ll ask Assam Police to go to Delhi and seize the three passports shown by @Pawankhera . If they are genuine, they can even shoot my wife—but if they are fabricated, Khera should be arrested”: @himantabiswa escalates the war of words with Pawan Khera.

বাংলা
2
1
15
784
Dipen Sarma দিপেন শৰ্মা
বিৰোধীয়ে সঁচা তথ্য উলিয়ালেও AI জেনেৰেটত আৰু তহঁতে গোকাট মিছা কথা ক'লেও ব্ৰহ্ম সত্য হয়।
atanu bhuyan@atanubhuyan

Congress’ Pawan Khera had organised an ‘explosive’ press conference to exposed CM @himantabiswa’s wife - only to show a few AI generated & photoshopped passport copies. Is this how the Congress is planning to topple a Government in Assam?

বাংলা
2
2
17
633
Dipen Sarma দিপেন শৰ্মা
1250 আৰু 10,000 দি নৃত্য নাটিকা কৰাই নিজেই ধন কুবেৰ হৈ গ'ল।
Dipen Sarma দিপেন শৰ্মা tweet mediaDipen Sarma দিপেন শৰ্মা tweet media
বাংলা
0
0
4
96
Dipen Sarma দিপেন শৰ্মা
মাটি খকুৱা বাইৰ বোলে দুখন মুছলীম দেশৰ পাছপ'ৰ্ট আছে। হায় হে সনাতনী। আমাৰ কি দশা😢 এইবোৰক বাংলাদেশ পাকিস্থানলৈ পঠিয়াই দিব লাগে। অ' সেইকাৰণে শিৰত সেন্দুৰ নলয়। ছিঃকটা।
বাংলা
0
0
1
62
Dipen Sarma দিপেন শৰ্মা รีทวีตแล้ว
Diganta Borah
Diganta Borah@Diganta82288504·
ফটোখনত হিমন্ত বিশ্ব শৰ্মাই গৰু খোৱা কৰিমউদ্দিন বৰভূঞাৰ হাতখনত ধৰি আছে। সোণাই সমষ্টিত প্ৰচাৰ বাবে যোৱা দিনটোৰ ছবি এইখন। এতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা ভাৱে ক্ষমা খোজক আৰু বামুণ আনি পৰাচিত হওক।
Diganta Borah tweet media
বাংলা
2
2
36
996