
অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি @Zubairanam ডাঙৰীয়াই আলগাপুৰ কাটলিচেৰা বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভ কৰাত আমাৰ বহুতো শুভেচ্ছা জ্ঞাপন কৰিছোঁ । আমাৰ সাহস,প্ৰেৰণা হৈ ৰোৱা আপোনাৰ এই যাত্ৰাত সহযাত্ৰী হবলৈ সদায়ে আমি প্ৰতিশ্ৰুতিবদ্ধ ।

বাংলা
















