Awaz The Voice Assam
11.6K posts

Awaz The Voice Assam
@AssamAwaz
In the times when negativity is becoming a USP in the news business, Awaz -The Voice (https://t.co/8UrxRQQkWo) has been bringing out positive stories
Assam شامل ہوئے Kasım 2021
124 فالونگ193 فالوورز

NEWS || পশ্চিম এছিয়াৰ সংঘাত, সামুদ্ৰিক সুৰক্ষা সন্দৰ্ভত আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছৌদি আৰৱৰ ৰাজকুমাৰৰ
Read more: assam.awazthevoice.in/india-news/pm-…
#PrimeMinisterNarendraModi #MohammedBinSalman #WestAsia #saudiarabia

বাংলা

NEWS || এজাক বৰষুণতে ডুবিল মহানগৰী
Read More: assam.awazthevoice.in/india-news/the…
#rain #guwahati #assam #artificialflood

বাংলা

NEWS || জম্মু-কাশ্মীৰত ভয়ংকৰ হিমস্খলন; প্ৰাণ কাঢ়িলে ৭জন লোকৰ, ৫ জন গুৰুতৰভাৱে আহত
Read More: assam.awazthevoice.in/india-news/sev…
#JammuAndKashmir #snow #accident

বাংলা

NEWS || আজিৰে পৰা আৰম্ভ হ’ব আই পি এল
Read More: assam.awazthevoice.in/sport-news/the…
#ipl #cricket #indianpremierleague

বাংলা

NEWS || গ্ৰেপ্তাৰ হ'ল নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে.পি. শর্মা অলী
Read More: assam.awazthevoice.in/world-news/for…
#nepal #kpsarmaoli #FormerPrimeMinister

বাংলা

NEWS || আই পি এলৰ মহাৰণঃ এইবাৰৰ ছিজনত বিভিন্ন দলত জিলিকিব ২২ গৰাকী মুছলমান ক্ৰিকেটাৰ
Read More: assam.awazthevoice.in/sport-news/bat…
#ipl #muslimcricketer #india #indianpremierleague

বাংলা

NEWS || দৃষ্টিহীন ইৰফান লোনৰ অদম্য যাত্ৰাঃ দুৰ্যোগ নেওচি UPSC পৰীক্ষাত সফলতা
Read More: assam.awazthevoice.in/youth-news/bli…
#irfan #upsc #blind #civilservice

বাংলা

NEWS || ৰাজস্থানত ভাতৃত্ববোধৰ অনন্য নিদৰ্শনঃ মুছলমান চুবুৰীয়াক ঈদগাহ নিৰ্মাণৰ বাবে মাটি দান কৰিলে ৪ হিন্দু ভাতৃয়ে
Read More: assam.awazthevoice.in/society-news/u…
#rajasthan #Eidgah #HinduMuslimUnity #brotherhood

বাংলা

NEWS || পুনৰ দেশত হ্রাস পালে সোণ-ৰূপৰ মূল্য
Read more: assam.awazthevoice.in/business-news/…
#WestAsiaWar #MiddleEastTension #iran #goldprice #SilverPrice
বাংলা

NEWS || শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা হিমস্খলনত ৭ জনৰ মৃত্যু, ৫জন আহত
Read more: assam.awazthevoice.in/india-news/peo…
#srinagarlehnationalhighway #ladakhlieutenantgovernor #VKSaxena #avalanches #zojilapass

বাংলা

🔹ৰাম নৱমীৰ শোভাযাত্ৰা আগবাঢ়ি যাওঁতে স্থানীয় মুছলমান সম্প্ৰদায়ৰ লোকসকলে শোভাযাত্ৰাকাৰীসকলৰ ওপৰত গোলাপৰ পাপৰি ছটিয়াই তেওঁলোকক উষ্ম আদৰণি জনায়
🔹গৰমৰ দিনত শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলৰ বাবে মুছলমান ভাতৃসকলে ফলৰ ৰস আৰু খোৱা পানীৰ বটল বিতৰণ কৰে
🔹এই কাৰ্যই পশ্চিমবংগৰ কৃষ্টি আৰু বিভিন্ন ধৰ্মৰ মাজত থকা একতাৰ এক সুন্দৰ ছবি দাঙি ধৰিছে
#WestBengal #india #unity #SocialHarmony
বাংলা

🔹মাত্ৰ কেইঘণ্টামানৰ বৰষুণতে ডুবাই আৰু শ্বাৰজাহৰ বহু পথত কৃত্ৰিম বান
🔹বহু ঠাইত যান-বাহন চলাচল বন্ধ হৈ পৰিছে আৰু মানুহে নিজৰ গাড়ী ৰাস্তাতে এৰি যাবলগীয়া হৈছে
🔹যোৱা নিশাৰে পৰা ধাৰাসাৰ বৰষুণৰ লগতে প্ৰচণ্ড বজ্ৰপাত হৈছে
🔹ডুবাইৰ বিখ্যাত বুৰ্জ খলিফাত কেইবাবাৰো বিজুলী পৰা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
🔹ডুবাই বিমানবন্দৰ আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাত পলম হোৱাৰ বাতৰি পোৱা গৈছে
🔹শ্বাৰজাহৰ পৰা আন ঠাইলৈ যোৱা কেইবাটাও পথত যান-জঁটৰ সৃষ্টি হৈছে।
🔹চৰকাৰী কৰ্তৃপক্ষই সাধাৰণ ৰাইজক জৰুৰী কাম নহ’লে ঘৰৰ বাহিৰলৈ নোলাবলৈ আৰু বানপানী হোৱা অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে
🔹বৰষুণৰ পৰিমাণ অতি কম বাবেই বান ব্যৱস্থাপনাৰ সুবিধা নাই চহৰখনত
#uae #Thunderstorm #flood #flashflood
বাংলা

🔹 প্রকৃতিৰ বুকুত পখিলা হৈ উৰিব জুবিন গাৰ্গ! 🦋
🔹 অৰুণাচলৰ ঘন জংঘলত আৱিষ্কাৰ নতুন প্ৰজাতিৰ পখিলা
🔹 'পখিলা মানুহ' হিচাপে খ্যাত ৰশন উপাধ্যায়ে আৱিষ্কাৰ কৰিছে এই নতুন প্ৰজাতিৰ পখিলা
🔹 'Euthalia Zubeengargi' নামেৰে জুবিন গাৰ্গৰ নামত নামকৰণ
🔹 প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰশন উপাধ্যায়ৰ এক অনন্য উপহাৰ
#ZubeenGarg #ZubeenGargFans #JustiiceForZubeenGarg #EuthaliaZubeengargi #Butterfly #NewSpecies #ArunachalPradesh #NatureDiscovery #Assam #PrideOfAssam #RoshanUpadhaya #ButterflyMan #NortheastIndia #ReelsIndia #TrendingNow #nonfollower #nonfollowerviews

বাংলা

SPECIAL FEATURE || বনবাসৰ সময়ছোৱাত কাশ্মীৰ ভ্ৰমণ কৰিছিল নেকি ভগৱান ৰামে?
Read: assam.awazthevoice.in/society-news/d…
#Kashmir #LordRama #ShahFaesal #Budgaum #exile #indianmythology #paradiseonearth @JandKTourism @TheKashmirTours @rammandirnews @shahfaesal @RamMandir_ @AssamAwaz

বাংলা

NEWS FEATURE || ছ’চিয়েল মিডিয়াত সম্প্ৰীতিৰ নিদৰ্শন হৈ পৰিছে পুনেৰ তনুজা মহছিন সান্দে
Read: assam.awazthevoice.in/youth-news/tan…
#pune #maharashtra #tanujamohsinsande #socialmedia #socialharmony #communalharmony #coexistence #IndianMuslims @Pune @harmony_social @maharashtra @AssamAwaz

বাংলা

OPINION || লক্ষ্মীনাথ বেজবৰুৱা আৰু সাধুকথা
Read: assam.awazthevoice.in/opinion-news/l…
#Assam #LakshminathBezbaruah #Assameseliterature #Assameselanguage #fairytales #swapnadas #opinion @aswikipedia @diprassam @mygovassam @InfoLiterature @AssamAwaz

বাংলা



