Awaz The Voice Assam

11.6K posts

Awaz The Voice Assam banner
Awaz The Voice Assam

Awaz The Voice Assam

@AssamAwaz

In the times when negativity is becoming a USP in the news business, Awaz -The Voice (https://t.co/8UrxRQQkWo) has been bringing out positive stories

Assam Inscrit le Kasım 2021
124 Abonnements193 Abonnés
Awaz The Voice Assam
Awaz The Voice Assam@AssamAwaz·
🔹শিৱসাগৰৰ দৃশ্য এয়া 🔹গেছ ছিলিণ্ডাৰ ল'বৰ বাবে দীঘলীয়া শাৰী পাতিছে গ্ৰাহকসকলে #sivsagar #assam #cylinder #Crysis
বাংলা
0
1
0
10
Awaz The Voice Assam
Awaz The Voice Assam@AssamAwaz·
🔹ৰাম নৱমীৰ শোভাযাত্ৰা আগবাঢ়ি যাওঁতে স্থানীয় মুছলমান সম্প্ৰদায়ৰ লোকসকলে শোভাযাত্ৰাকাৰীসকলৰ ওপৰত গোলাপৰ পাপৰি ছটিয়াই তেওঁলোকক উষ্ম আদৰণি জনায় 🔹গৰমৰ দিনত শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলৰ বাবে মুছলমান ভাতৃসকলে ফলৰ ৰস আৰু খোৱা পানীৰ বটল বিতৰণ কৰে 🔹এই কাৰ্যই পশ্চিমবংগৰ কৃষ্টি আৰু বিভিন্ন ধৰ্মৰ মাজত থকা একতাৰ এক সুন্দৰ ছবি দাঙি ধৰিছে #WestBengal #india #unity #SocialHarmony
বাংলা
0
1
1
6
Awaz The Voice Assam
Awaz The Voice Assam@AssamAwaz·
🔹মাত্ৰ কেইঘণ্টামানৰ বৰষুণতে ডুবাই আৰু শ্বাৰজাহৰ বহু পথত কৃত্ৰিম বান 🔹বহু ঠাইত যান-বাহন চলাচল বন্ধ হৈ পৰিছে আৰু মানুহে নিজৰ গাড়ী ৰাস্তাতে এৰি যাবলগীয়া হৈছে 🔹যোৱা নিশাৰে পৰা ধাৰাসাৰ বৰষুণৰ লগতে প্ৰচণ্ড বজ্ৰপাত হৈছে 🔹ডুবাইৰ বিখ্যাত বুৰ্জ খলিফাত কেইবাবাৰো বিজুলী পৰা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 🔹ডুবাই বিমানবন্দৰ আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাত পলম হোৱাৰ বাতৰি পোৱা গৈছে 🔹শ্বাৰজাহৰ পৰা আন ঠাইলৈ যোৱা কেইবাটাও পথত যান-জঁটৰ সৃষ্টি হৈছে। 🔹চৰকাৰী কৰ্তৃপক্ষই সাধাৰণ ৰাইজক জৰুৰী কাম নহ’লে ঘৰৰ বাহিৰলৈ নোলাবলৈ আৰু বানপানী হোৱা অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে 🔹বৰষুণৰ পৰিমাণ অতি কম বাবেই বান ব্যৱস্থাপনাৰ সুবিধা নাই চহৰখনত #uae #Thunderstorm #flood #flashflood
বাংলা
0
1
0
5
Awaz The Voice Assam
Awaz The Voice Assam@AssamAwaz·
🔹 প্রকৃতিৰ বুকুত পখিলা হৈ উৰিব জুবিন গাৰ্গ! 🦋 🔹 অৰুণাচলৰ ঘন জংঘলত আৱিষ্কাৰ নতুন প্ৰজাতিৰ পখিলা 🔹 'পখিলা মানুহ' হিচাপে খ্যাত ৰশন উপাধ্যায়ে আৱিষ্কাৰ কৰিছে এই নতুন প্ৰজাতিৰ পখিলা 🔹 'Euthalia Zubeengargi' নামেৰে জুবিন গাৰ্গৰ নামত নামকৰণ 🔹 প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰশন উপাধ্যায়ৰ এক অনন্য উপহাৰ #ZubeenGarg #ZubeenGargFans #JustiiceForZubeenGarg #EuthaliaZubeengargi #Butterfly #NewSpecies #ArunachalPradesh #NatureDiscovery #Assam #PrideOfAssam #RoshanUpadhaya #ButterflyMan #NortheastIndia #ReelsIndia #TrendingNow #nonfollower #nonfollowerviews
Awaz The Voice Assam tweet media
বাংলা
0
2
3
19
Awaz The Voice Assam
Awaz The Voice Assam@AssamAwaz·
🔹এখন তেলবাহী জাহাজে অনুমতি নোলোৱাকৈ হৰমুজ প্ৰণালী পাৰ হ’বলৈ চেষ্টা কৰিছিল 🔹সেই চেষ্টা কৰাৰ ফলত জাহাজখন ধ্বংস কৰা হৈছে 🔹এইটো তেনেকুৱা ধৰণৰ আন এক শেহতীয়া ঘটনা #iran #Hormuz #oil
বাংলা
0
1
0
45